ইজৰাইলী সৈন্যই পেলেষ্টাইনৰ নিৰীহ শিশুক গ্ৰেপ্তাৰ কৰাটো সত্য হয়নে? জানক। 

ইজৰাইলী সেনাই পেলেষ্টাইনৰ নিৰ্দোষ শিশুসকলকো গ্ৰেপ্তাৰ কৰি নিৰ্যাতন কৰা বুলি এটা দাবী এখন ফটোৰে সৈতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এক্স(পূৰ্বৰ টুইটাৰ)ত সেই দাবী কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে লিখিছে ISRAEL arresting INNOCENT PALESTINIAN CHILDREN!(ইজৰাইলৰে নিৰীহ পেলেষ্টাইনী শিশুক  গ্ৰেপ্তাৰ কৰিছে!)  Archived Link Xৰ সেই লিংকটো আমাৰ 24*7 ফেক্টলাইন নম্বৰ 9049053770লৈ প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে সেই দাবীৰ সত্যাসত্য […]

Continue Reading

এই বৃদ্ধ শ্ৰমিকজন উত্তৰকাশীৰ সুৰংগত আৱদ্ধ হৈ থকা এজন শ্ৰমিক হয় নে নহয়, জানক।

শেহতীয়াভাৱে উত্তৰকাশীৰ সুৰংগত আৱদ্ধ হৈ থকা আৰু পাছত উদ্ধাৰ হোৱা শ্ৰমিকসকলক লৈ বিভিন্ন ভুল তথ্য, ফটো, ভিডিঅ’ আদি ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা আমাৰ দৃষ্টিগোচৰ হৈছে। ফেক্ট ক্ৰেছেণ্ডোৱে এই ধৰণৰ বিভিন্ন ভুল তথ্যৰ সত্যতা নিৰূপণ কৰিছে। অসমৰ হোৱাটছএপত এটা ফেচবুক পোষ্টৰ স্ক্ৰীণশ্বট ভাইৰেল হৈ পৰিছে। এগৰাকী অশীতিপৰ শ্ৰমিকৰ ফটো এখন ব্যৱহাৰ কৰি নিৰ্দিষ্ট সেই ফেচবুক […]

Continue Reading

এই ভিডিঅ’টো উত্তৰকাশীৰ সুৰংগত আবদ্ধ শ্ৰমিকক উলিয়াই অনাৰ দৃশ্যৰ নহয়।

১৭ দিন পিছত উত্তৰকাশী সুৰংগ দুৰ্ঘটনাত এক বৃহৎ সফলতা লাভ কৰা হৈছে । অৱশেষত সুৰংগটোত আবদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক নিৰাপদে উলিয়াই অনাৰ কাম সম্পূৰ্ণ হৈছে। আনহাতে, এই প্ৰেক্ষাপটত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে, য’ত হেলমেট পিন্ধা একাংশ লোকে বহল পাইপত পৰি থকা ৰছী টানি থকা দেখা গৈছে। কিছু সময়ৰ পাছত পাইপৰ […]

Continue Reading

কৰ্ণাটকত মন্দিৰ প্ৰাংগনতে মুছলমানে আক্ৰমণ কৰিছে নেকি হিন্দু লোকক? সত্যটো জানক।

শেহতীয়াভাৱে অসমৰ ফেচবুকত এটা ভিডিঅ’ বহুলভাৱে প্ৰচাৰ হৈছে। এক নিৰ্দিষ্ট স্থানত দুটা দলৰ মাজত দুৰ্বাদল কাজিয়া, হতাহতি,তৰ্কা-তৰ্কি দেখা গৈছে। দাবী কৰা হৈছে যে এয়া কৰ্ণাটকৰ দৃশ্য। কৰ্ণাটকত একাংশ মুছলমান লোকে কেইগৰাকীমান হিন্দু লোকক মন্দিৰ প্ৰাংগনতে প্ৰহাৰ কৰা বুলি দাবী কৰি ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে। ভিডিঅ’টো আপলোড কৰি কেপছন লিখিছে এইদৰে- হিন্দুৱে এতিয়া মন্দিৰৰ সমুখতো সুৰক্ষিত […]

Continue Reading

মহিলা হকী বিশ্বকাপৰ ফাইনেলত ভাৰতে অষ্ট্ৰেলিয়াক পৰাস্ত কৰা দাবীটো সঁচা নহয়।   

শেহতীয়াভাৱে অসমৰ ফেচবুকত এটা ভিডিঅ’ বহুলভাৱে প্ৰচাৰ হৈছে। ভাৰতীয় মহিলা হকী দলটোৱে কোনো এখন খেলত জয়লাভৰ অন্তত ট্ৰফীটো হাতত লৈ আনন্দ উল্লাস কৰা ভিডিঅ’টো শ্বেয়াৰ কৰি দাবী কৰা হৈছে ভাৰতীয় মহিলা হকী দলটোৱে মহিলা হকীৰ বিশ্বকাপত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ক্ৰিকেট বিশ্বকাপত অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলটোৱে ভাৰতীয়া ক্ৰিকেট দলটোক পৰাস্ত কৰাৰ পোতক তুলিলে।  এগৰাকী ব্যৱহাৰকাৰীয়ে সেই ভিডিঅ’টো […]

Continue Reading

অশোক গেহলটৰ ৰেলীত জনতাই মোদী-মোদী শ্লোগান দিছিল নেকি?

নিৰ্বাচনী পৰিৱেশত অশোক গেহলটৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত দ্ৰুতগতিত শ্বেয়াৰ কৰা হৈছে। ভিডিঅ’টোৰ পটভূমিত শুনা গৈছে মোডীক সমৰ্থন কৰা শ্ল’গান। শ্লোগানৰ মাজতে অশোক গেহলটৰ লগতে তেওঁৰ লগত থিয় হৈ থকা এজন ব্যক্তিয়ে জনসাধাৰণক শান্ত কৰোৱা দেখা গৈছে। ভাইৰেল ভিডিঅ’টোৰ লগতে ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে ৰাজস্থানত মুখ্যমন্ত্ৰী অশোক গেহলটৰ ৰেলীত মোদী-মোদী শ্লোগান উত্থাপন কৰা হৈছিল। ফেচবুকত […]

Continue Reading

বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ কাৰণে নিজৰ দেশৰ অনুৰাগীয়ে অপদস্থ কৰিছে নেকি বাংলাদেশৰ ক্ৰিকেট অধিনায়ক শ্বাকিব আল হাছানক? জানক সত্য।     

শেহতীয়াকৈ অসমৰ ফেচবুকত এটি বিশেষ ভিডিঅ’ প্ৰচাৰ হোৱা দেখা গৈছে। বাংলাদেশ ক্ৰিকেট দলৰ অধিনায়ক শ্বাকিব আল হাছানক বহু মানুহেৰ শাৰীৰিকভাৱে অপদস্থ কৰা দেখা গৈছে ভিডিঅ’টোত। শেহতীয়া আইচিচি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত দুৰ্বল প্ৰদৰ্শনৰ বাবেই প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱা প্ৰথমটো দল আছিল বাংলাদেশ। দাবী কৰা হৈছে যে সেইবাবেই এইদৰে নিজৰ দেশতে ক্ৰিকেট অনুৰাগীৰ ৰোষত পৰিছে শ্বাকিব।  পাকিস্তানৰ […]

Continue Reading

সঁচাকৈয়ে ষ্টেডিয়ামৰ দৰ্শকে হনুমান চালিচা পাঠ কৰিছিলনে?

শেহতীয়াকৈ চ’চিয়েল মেডিয়াত এটা বিশেষ ভিডিঅ’ ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টোত এখন ষ্টেডিয়ামৰ দৃশ্য দেখুওৱা হৈছে আৰু তাত হনুমান চালিচা পাঠ কৰা শুনা গৈছে। ফেচবুকত এই ভিডিঅ’টো শ্বেয়াৰ কৰি ১.৫ লাখ লোকে হনুমান চালিচা জপ কৰা বুলি দাবী কৰা হৈছে।  Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। […]

Continue Reading

ইজৰাইলী সেনাই পানী আনিবলৈ যোৱা পেলেষ্টাইনী ভাই-ভনী এহালক হত্যা কৰাটো সত্যনে?

শেহতীয়াকৈ অসমৰ ফেচবুকত এখন বিশেষ ফটো প্ৰচাৰ হোৱা দেখা গৈছে। দুটি কণমানিৰ মৃতদেহৰ ফটোখন শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে ইজাইৰলী সেনাই সেই ভাতৃ-ভগ্নীহালক পানী আনিবলৈ যাওকে হত্যা কৰিছে। ফটোখন শ্বেয়াৰ কৰি কেপছনত লিখিছে –এহাল পেলেষ্টাইনী ভাই-ভনী পানী আনিবলৈ গৈছিল আৰু ইজৰাইলী সৈন্যই সিহঁতক হত্যা কৰিছিল। সৰু ভাইটিয়ে ভনীয়েকৰ মৃতদেহ ঘৰলৈ টানি লৈ গ’ল। ইজৰাইলে […]

Continue Reading

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অষ্ট্ৰেলিয়াৰ অধিনায়কক দুৰ্ব্যৱহাৰ কৰিছিল নেকি?

১৯ নৱেম্বৰত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বিশ্বকাপ ক্ৰিকেট ২০২৩ ৰ ফাইনেল খেল অনুষ্ঠিত হয়। অষ্ট্ৰেলিয়াই ভাৰতক পৰাস্ত কৰি বিশ্বকাপৰ ট্ৰফী লাভ কৰে। খেলৰ শেষত পুৰস্কাৰ প্ৰদান অনুষ্ঠানৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’টোত অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সক ট্ৰফী হাতত লৈ থকা দেখা গৈছে। পি এম মোদীক পেট কামিন্সৰ […]

Continue Reading