প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, লোকসভাৰ অধ্যক্ষৰ অভিবাদন গ্ৰহণ নকৰি অপমান কৰিছিল নেকি সঁচাকৈ? 

শেহতীয়াভাৱে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এখন বিশেষ ফটো। ফটোখনত দেখা গৈছে যে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়, লোকসভাৰ অধ্যক্ষ ওম বিৰলা প্ৰমূখ্যে প্ৰাক্তন ৰাষ্ট্ৰপতিকে ধৰি আন কেইগৰাকীমান বিশিষ্ট ব্যক্তি এক বিশেষ অনুষ্ঠানত উপস্থিত আছে। তাত দেশৰ ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু লোকসভাৰ অধ্যক্ষই হাতজোৰ কৰি নমস্কাৰ ভংগীত আছে আৰু প্ৰধানমন্ত্ৰীয়ে […]

Continue Reading

তেলেংগানাত কংগ্ৰেছ জয়ী হোৱাৰ পিছত ভাৰতৰ পতাকাত সঁচাকৈয়ে অশোক চক্ৰৰ ঠাইত ইছলামিক কলমা ব্যৱহাৰ কৰা হৈছিল নেকি?

শেহতীয়াকৈ ২০২৩ চনৰ তেলেংগানা বিধানসভা নিৰ্বাচনত কংগ্ৰেছে ৬৪খন আসনেৰে জয়লাভ কৰিছে। ইয়াৰ নেতা হিচাপে নিৰ্বাচিত হৈছে টিপিচিচিৰ মুৰব্বী ৰেভান্থ ৰেড্ডী। ৭ ডিচেম্বৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল ৰেভান্ত ৰেড্ডীয়ে। এই পটভূমিত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এক বিশাল সমাৱেশৰ ভিডিঅ’। ভিডিঅ’টোত মানুহক ভাৰতৰ জাতীয় পতাকা লৈ যোৱা দেখা গৈছে য’ত অশোক চক্ৰৰ ঠাইত ইছলামিক […]

Continue Reading

ছানী দেউল সঁচাকৈয়ে নিচাসক্ত অৱস্থাত আছিলনে?

শেহতীয়াকৈ চ’চিয়েল মেডিয়াত অভিনেতা ছানী দেউলৰ এটা বিশেষ ভিডিঅ’ ভাইৰেল হোৱা দেখা গৈছে। অসমৰ হোৱাটচ‌এপতো বহুলভাৱে শ্বেয়াৰ হোৱা এই ভিডিঅ’টো আমাৰ হোৱাটচ‌এপ নম্বৰলৈও ফ’ৰৱাৰ্ড কৰা হৈছিল। ভিডিঅ’টোত দেখা গৈছে যে অভিনেতা ছানী দেউলে নিচাসক্ত অৱস্থাত পথত খোজকাঢ়ি আছে আৰু তেনে সময়তে এজন অটোচালকে তেওঁক অটোত উঠাই লৈ গৈছে। ভিডিঅ’টোৰ কেপশ্বনত লিখা আছিল এইদৰে -“মদৰ নিচাত […]

Continue Reading

সঁচাকৈয়ে পলাশবাৰীলৈ ৰাস চাবলৈ যোৱাৰ পথত ভূতে আগভেদি ধৰিলে নেকি গাড়ী? 

শেহতীয়াভাৱে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটি  বিশেষ ভিডিঅ’। ভিডিঅ’টোত দেখা গৈছে যে কোনো এগৰাকী ব্যক্তিয়ে নিশাৰ ভাগত গাড়ী চলাই গৈ থাকোতে তেওঁৰ গাড়ীৰ সমুখত এটি অস্বাভাৱিক জীৱই আগভেটা দিছে। দেখিবলৈ মানুহৰ দৰে সেই জীৱটোৱে বাটত যেন চুচৰি গৈ আছে।  এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে সেই ভিডিঅ’টো নিজৰ ফেচবুক প্ৰোফাইলত আপলোড কৰি দাবী কৰিছে যে তেওঁ ৰাস […]

Continue Reading

ভাইৰেল ফটোখনত যশোদাবেন মোদীয়ে নৰেন্দ্ৰ মোদীক ঠাট্টা কৰা পোষ্টাৰ লৈ থকা নাই।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পত্নী যশোদাবেনৰ এখন ছবি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ হৈছে। এই ছবিখনত আমি যশোদাবেনক হাতত কাগজ এখন লৈ থিয় হৈ থকা দেখিবলৈ পাওঁ। তাত লিখা আছে যে “যেতিয়া মোৰ স্বামী মোৰ হ’ব নোৱাৰে, তেতিয়া আপোনাৰ বা দেশবাসীৰ বাবে কেনেকৈ হ’ব পাৰিব? এয়া নাৰী সবলীকৰণ নেকি? – যশোদাবেন মোদী” এই ছবিখনৰ সৈতে দাবী কৰা হৈছে […]

Continue Reading

হৰিদ্বাৰৰ অনাথ আশ্ৰমত এটি শিশুক নিৰ্মম প্ৰহাৰ কৰা বুলি দুমাহ পূৰ্বৰ উত্তৰ প্ৰদেশৰ সীতাপুৰৰ ভিডিঅ’ ভাইৰেল কৰা হৈছে।  

শেহতীয়াভাৱে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটি শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰা এটি ভিডিঅ’। ভিডিঅ’টোত এজন যুৱকে এটি শিশুক প্ৰহাৰ কৰা দেখা গৈছে। তাৰে চাৰিওফালে আন কেইটিমান শিশু-কিশোৰ থিয় হৈ থকা দেখা গৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি এগৰাকী ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে ভাইৰেল ভিডিঅ’টো হৰিদ্বাৰৰ এখন অনাথ আশ্ৰমৰ। ফেচবুকত সেই ভিডিঅ’টো আপলোড কৰি ব্যৱহাৰকাৰীগৰাকীয়ে লিখিছে- […]

Continue Reading

পুৰণি ভিডিঅ’কে চেন্নাইৰ শেহতীয়া বান পৰিস্থিতিৰ ভিডিঅ’ বুলি শ্বেয়াৰ কৰা হৈছে। 

শেহতীয়াভাৱে চেন্নাইত মিছং নামৰ প্ৰচণ্ড ঘুৰ্ণীবতাহ আৰু ধুমুহাৰ লগতে অহা মুষলধাৰ বৰষুণৰ প্ৰকোপত ভয়ংকৰ বান পৰিস্থিতিৰ উদ্ভৱ হৈছে। চেন্নাইৰ এই পৰিস্থিতিয়ে বৰ্তমান সমগ্ৰ বিশ্বৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে। সমান্তৰালভাৱে কিছু ভুল তথ্য আৰু বিভ্ৰান্তিকৰ তথ্যও সামাজিক মাধ্যমত বিয়পি পৰিছে। অসমৰ ফেচবুকতো তেনেকুৱা কিছুমান ভিডিঅ’ বিয়পি পৰিছে। এটা ফেচবুক পেজে তেনেকুৱা এটা ভিডিঅ’ শ্বেয়াৰ কৰি […]

Continue Reading

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেজছ যুদ্ধ বিমানেৰে ভ্ৰমণ কৰাৰ সময়ত কাক উদ্দেশ্যি হাত জোকাৰিছিল?

যোৱা ২৫ নৱেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেজছ যুদ্ধ বিমানেৰে ৩০মিনিট সময় আকাশমাৰ্গত ভ্ৰমণ কৰিছিল। এনেদৰে ভ্ৰমণ কৰা তেওঁ ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী। এই সন্দৰ্ভত এটা ভিডিঅ’ ভাইৰেল হৈছে চ’চিয়েল মেডিয়াত। ভিডিঅ’টোত প্ৰধানমন্ত্ৰী মোদীয়ে তেজছ যুদ্ধ বিমানেৰে আকাশত ভ্ৰমণ কৰাৰ সময়ত বাহিৰলৈ চাই হাত জোকাৰি থকা দেখা গৈছে। চ’চিয়েল মেডিয়া ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে […]

Continue Reading

ৰাজস্থানৰ বিজেপি নেত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে সিন্ধিয়াই নিৰ্বাচনৰ ফলাফলৰ পূৰ্বেই ৰবীন্দ্ৰ সি ভাটিক বিজয় অভিনন্দন জনোৱাটো সত্যনে? জানক। 

আমাৰ 24*7 ফেক্টলাইন নম্বৰ 9049053770লৈ এগৰাকী ব্যৱহাৰকাৰীয়ে এটি ফেচবুক পোষ্টৰ স্ক্ৰিণশ্বট প্ৰেৰণ কৰি পোষ্টটোত কৰা দাবীৰ সত্যাসত্য জনাৰ আগ্ৰহ প্ৰকাশ কৰিছিল। পোষ্টটোৰ স্ক্ৰীণশ্বটত দেখা গৈছিল যে ৰাজস্থানৰ দুবাৰৰ মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে সিন্ধিয়াই ফোনত কথা পাতি আছে আৰু পোষ্টটোৰ কেপছনত লিখা হৈছে –নিৰ্বাচনৰ আনুষ্ঠানিক ঘোষণা নহওঁতেই ৰবীন্দ্ৰ সিং ভাটিক আগতীয়া অভিনন্দন জনালো বসুন্ধৰা ৰাজে সিন্ধিয়াই।…  আমি […]

Continue Reading

এই ফটোখনত ইন্দিৰা গান্ধীয়ে সাগৰীয় আমিষ খাদ্য খাই থকা নাই।

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ ইন্দিৰা গান্ধীৰ এখন বিশেষ ফটো ফ’ৰৱাৰ্ড কৰা হৈছিল য’ত তেওঁ কিবা খাদ্য গ্ৰহণ কৰি থকা দেখা গৈছিল। দাবী কৰা হৈছিল যে ব্ৰাহ্মণ হৈয়ো তেওঁ সাগৰীয় (আমিষ) খাদ্য খাইছিল। Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি গুগলত গুগল ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি ২০১৭ […]

Continue Reading