ঠাণ্ডাৰ দিনত গৰম পানীৰে গা ধুলে প্ৰজনন ক্ষমতা হ্ৰাস পায় আৰু ৰক্তচাপ বৃদ্ধিৰ লগতে হৃদৰোগো বৃদ্ধি পায় নেকি? সত্যটো কি জানো আহক।

শেহতীয়াকৈ LIVE TIME নামৰ এটা অসমৰ ফেচবুক পেজৰ পৰা এটা ভিডিঅ’ প্ৰচাৰ কৰা হৈছে ঠাণ্ডাৰ দিনত গৰম পানীৰে গা ধোৱাৰ কুফল সন্দৰ্ভত। তাত উল্লেখ কৰা অনুসৰি ঠাণ্ডাৰ দিনত গা ধুলে মানুহৰ বিভিন্ন পাৰ্শ্বক্ৰিয়া হ’ব পাৰে। একাধিক ৰোগ তথা বিসংগতিৰ কথা উল্লেখ কৰি সেই ভিডিঅ’টো প্ৰস্তুত কৰা দেখা গৈছে।  ভিডিঅ’টোত তেওঁলোকে দাবী কৰিছে যে ঠাণ্ডা দিনত […]

Continue Reading

ডাউদ ইব্ৰাহিমৰ মৃত্যু হোৱা বুলি পাকিস্তানৰ এজন বিষয়াই টুইট কৰিছে নেকি?

বৰ্তমান বহু সংবাদ মাধ্যমত পুনৰ শিৰোনামৰ শীৰ্ষত আছে ডাউদ ইব্ৰাহিম। বহু সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, দীৰ্ঘদিনীয়া মষ্ট ৱাণ্টেড গেংষ্টাৰ ডাউদ ইব্ৰাহিমক পাকিস্তানত কোনো অজ্ঞাত ব্যক্তিয়ে বিষাক্ত দ্ৰব্যৰে হত্যাৰ চেষ্টা কৰিছিল। এই পটভূমিত পাকিস্তানৰ এজন বিষয়াৰ টুইট চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। টুইটটোত নিশ্চিত কৰা হৈছে যে সঁচাকৈয়ে ডাউদক কোনো অচিনাকি ব্যক্তিয়ে বিষাক্ত দ্ৰব্য খুৱাইছিল আৰু […]

Continue Reading

৩১ ডিচেম্বৰৰ পূৰ্বে বায়’মেট্ৰিক আপডেট নকৰিলে সঁচাকৈ ১জানুৱাৰীৰ পৰা গেছৰ চিলিণ্ডাৰ কিনিব নোৱাৰিব নেকি? সত্যটো কি জানো আহক।

শেহতীয়াকৈ অসমত Explore Assam নামৰ এটা ফেচবুক পোষ্টৰ পৰা এটা সংবাদ পৰিবেশন কৰা হৈছে যে অহা ৩১ ডিচেম্বৰৰ পূৰ্বে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ গ্ৰাহকসকলে নিজৰ বায়’মেট্ৰিক আপডেট নকৰিলে আগন্তুক ১ জানুৱাৰীৰ পৰা চিলিণ্ডাৰ কিনিব নোৱাৰিব। সেই বাতৰিৰ ভিডিঅ’টো বহুলভাৱে প্ৰচাৰিত হোৱাত ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হোৱা দেখা গৈছে।  পেজটোত কোৱা হৈছে ৩১ ডিচেম্বৰৰ আগতে ৰন্ধন গেছ […]

Continue Reading

তৰোৱালচালনা কৰি থকা এই ব্যক্তিগৰাকী ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা নহয়।

শেহতীয়াকৈ মধ্যপ্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী মোহন যাদৱে তৰোৱাল যুঁজ কৰা ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছিল। ইয়াৰ পিছত এইকেইদিন চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আন এটা তৰোৱালচালনাৰ ভিডিঅ’। দাবী কৰা হৈছে যে এই ভিডিঅ’টোত তৰোৱালচালনা কৰা ব্যক্তিজন হৈছে ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰী ভজনলাল শৰ্মা। এই ভিডিঅ’টো আমাৰ হোৱাটচ‌এপ নম্বৰলৈও ফ’ৰৱাৰ্ড কৰা হৈছিল য’ত কেপশ্বন লিখা আছিল এইদৰে – […]

Continue Reading

পাকিস্তানৰ ইমামে ধৰ্মমূলক ভাষণ দি থাকোতেই ভাঙি পৰিছিল নেকি মঞ্চ? সত্যটো জানক।

শেহতীয়াকৈ অসমৰ ফেচবুকত এটা ভিডিঅ’ প্ৰচাৰ কৰা হৈছে যে পাকিস্তানৰ এজন ইমামে এখন সভাত ধৰ্মমূলক ভাষণ দি থাকোতে মঞ্চখন ভাঙি পৰিছিল। ফেচবুকত পোষ্ট কৰি ব্যৱহাৰকাৰীয়ে লিখিছে- পাকিস্তানৰ এজন ইমামে কৈছিল যে তেওঁ সপোনত পাইছিল যে সকলো কাফেৰক নিঃশেষ কৰিব লাগিব। আৰু তেওঁ কয়, “যদি এইটো সঁচা নহয়, তেন্তে মোৰ তলত মাটি খহি যাওক,” আৰু চাওক […]

Continue Reading

৫ প্ৰকাৰৰ ব্যক্তিৰ ক্ষেত্ৰত বিলাহীয়ে এইবোৰ স্থিতিত বেমাৰ দুগুণ বৃদ্ধি কৰে নেকি? সত্যটো কি?  

শেহতীয়াকৈ আমি AssamPrime24  নামৰ এটা ফেচবুক পেজত এটা পোষ্ট লাভ কৰিলোঁ, য’ত সুস্থ থাকিব মন যদি এই ৫ প্ৰকাৰৰ ব্যক্তিয়ে ভুলটো নাখাব বিলাহী।দুগুণে বাঢ়িব বেমাৰ!। বুলি কেপছন দি তেওঁলোকৰ  Assam Prime24 নামৰ ৱেবচাইটটোৰ এক প্ৰতিবেদন সংলগ্ন কৰিছে।  Facebook Link। Archived Link ৱেবচাইটৰ লেখাটোত লিখা হৈছে- সুস্থ থাকিব মন যদি এই ৫ প্ৰকাৰৰ ব্যক্তিয়ে ভুলটো নাখাব […]

Continue Reading

এই ফটোখনত থকা ব্যক্তি দুগৰাকী ইন্দিৰা গান্ধীৰ শহুৰ আৰু পতি নহয়।

শেহতীয়াকৈ এখন বিশেষ ফটো চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ফটোখনত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী আৰু আন দুজন ব্যক্তি আছে। দাবী কৰা হৈছে যে সেই ব্যক্তি দুগৰাকী হ’ল ক্ৰমে ইন্দিৰা গান্ধীৰ শহুৰ ইউনুছ খান আৰু পতি ফিৰোজ খান।  ফেচবুকত এই ফটোখন শ্বেয়াৰ কৰি কেপশ্বন লিখা হৈছে এইদৰে -বহুত কষ্ট কৰি পাইছো এইখন […]

Continue Reading

কেৰেলাৰ সবৰীমালা মন্দিৰৰ দৰ্শনাৰ্থীক মাৰপিট কৰি গ্ৰেপ্তাৰ কৰা হৈছে বুলি কৰা দাবীটো সত্য নহয়।

ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে এজন শিশুৱে পুলিচৰ ভেনত উঠি পিতৃক বিচাৰি কান্দি চিঞৰি থকা এটা হৃদয়বিদাৰক ভিডিঅ’। চ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলৰ মতে, এই ভিডিঅ’টো সবৰীমালা মন্দিৰৰ, য’ত যোৱা এসপ্তাহ ধৰি প্ৰতিদিনে লাখ লাখ ভক্তই দৰ্শনৰ বাবে আহি আছে। শিশুটিয়ে পিতৃ আৰু পৰিয়ালক বিচাৰিবলৈ হাত জোৰ কৰি আৰক্ষীক অনুৰোধ কৰি থকা দেখা যায়। এই ভিডিঅ’টো শ্বেয়াৰ কৰি […]

Continue Reading

ইণ্ডোনেছিয়াৰ মাউণ্ট মেৰাপিৰ আগ্নেয়গিৰি বুলি ২০১৮চনৰে চিনাবুং আগ্নেয়গিৰিৰ দৃশ্য প্ৰচাৰ। 

কেইটামান দিন পূৰ্বে ইণ্ডোনেছিয়াত মেৰাপি আগ্নেয়গিৰিৰ উদ্গিৰণ হৈছিল বুলি এটা খবৰ ওলাইছিল। সেই সময়ত বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত বিয়পিছিল। তেনেকুৱা এটা ভিডিঅ’ আমাৰ 24*7 ফেক্টলাইন নম্বৰ 9049053770লৈ প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে সেই কথাৰ সত্যতা জানিব বিচাৰিছে। ভিডিঅ’টোত দেখা গৈছে অসমৰ এটা সংবাদ মাধ্যমৰ এটা বাতৰি। বাতৰি পৰিবেশকে উল্লেখ কৰিছে যে মাউণ্ট মেৰাপিত আগ্নেয়গিৰি উদ্গিৰণ ঘটিছে। […]

Continue Reading

এই ভিডিঅ’টো মহুৱা মৈত্ৰক সংসদৰ পৰা বহিষ্কাৰ কৰাৰ সময়ৰ নহয়।

যোৱা ৮ ডিচেম্বৰত তৃণমূল কংগ্ৰেছ নেত্ৰী মহুৱা মৈত্ৰক সংসদৰ পৰা বহিষ্কাৰ কৰা হয়। লোকসভাত প্ৰশ্ন উত্থাপন কৰাৰ বাবে ব্যৱসায়ী দৰ্শন হীৰানন্দানীৰ পৰা মহুৱা মৈত্ৰ‌ই উৎকোচ লোৱাৰ অভিযোগ উত্থাপন কৰিছিল সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে। এই বহিষ্কাৰৰ বিৰুদ্ধে মহুৱা মৈত্ৰ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। এই পটভূমিত মহুৱা মৈত্ৰক আৰক্ষীয়ে টানি লৈ যোৱা এক দৃশ্য চ’চিয়েল মেডিয়াত […]

Continue Reading