এই ভিডিঅ’টোত বাহৰেইনত থকা ইজৰাইলৰ দূতাবাস জ্বলোৱা হোৱা নাই।

ইজৰাইলৰ ব্ৰডকাষ্টিং অথৰিটিৰ ৱেবছাইট অনুসৰি গাজাত ইজৰাইলৰ অদম্য বোমাবৰ্ষণৰ মাজতে দেশখনে বাহৰেইন, জৰ্ডান, মৰক্কোকে ধৰি মধ্যপ্ৰাচ্যৰ কেইবাখনো দেশৰ দূতাবাস খালী কৰিছে।  এই পটভূমিত বাহৰেইনৰ জনসাধাৰণে মানামাত ইজৰাইলৰ দূতাবাস জ্বলোৱাৰ চেষ্টা কৰা বুলি দাবী কৰা এটা পোষ্ট চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’ৰ কেপচনত লিখা আছে, “বাহৰেইনৰ জনসাধাৰণে মানামাত ইজৰাইলৰ দূতাবাস জ্বলোৱাৰ চেষ্টা কৰিছিল”। Archived Link […]

Continue Reading

ইজৰাইলী সৈন্যই এইদৰে আঁঠুৰে হেচি ধৰি পেলেষ্টাইনৰ শিশুক হত্যা কৰিছে নেকি? জানক সত্যটো।    

কিছুদিন পূৰ্বে হামাছৰ সন্ত্ৰাসবাদীয়ে ইজৰাইলত অনুপ্ৰৱেশ কৰি নাগৰিক আৰু সেনা জোৱানক হত্যা কৰিছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইজৰাইলে গাজা ষ্ট্ৰিপক ৰকেটেৰে প্ৰতিহত কৰি অঞ্চলটোৰ বহু আন্তঃগাঁথনি ধ্বংস কৰি পেলায়। এই পটভূমিতে এজন সৈনিকে এজন মানুহৰ ডিঙিত আঁঠু বেঁকা কৰি হেচি ধৰাৰ বাবে ভুক্তভোগীৰ নাকৰ পৰা তেজ ওলোৱা দেখা পোৱা এখন ফটো এখন ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰিত […]

Continue Reading

সঁচাকৈয়ে ৰাছিয়াই আমেৰিকাক আক্ৰমণ কৰিছে নেকি?

ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত চলি থকা যুদ্ধৰ মাজতে এটা বিশেষ ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দাবী কৰা হৈছে যে শেহতীয়াকৈ ৰাছিয়াই আক্ৰমণ কৰিছে আমেৰিকাক। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি ভাইৰেল ভিডিঅ’টো ভালদৰে চাই আমি দেখিলোঁ যে তাত হিজবুল্লাই আমেৰিকাৰ সেনা […]

Continue Reading

এগৰাকী মহিলা শিল্পীক সাৱটি ধৰাৰ বাবে ক্ৰিষ্টিয়ানো ৰোনাল্ডোক ইৰাণে ৯৯টা কোবৰ শাস্তি প্ৰদান কৰাটো সত্যনে? জানক    

কিংবদন্তি পৰ্তুগীজ ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডো অহৰহ বাতৰিৰ শিৰোনামত থাকে। শেহতীয়াকৈ ক্ৰিষ্টিয়ানোৰ বিষয়ে বহু বিভ্ৰান্তিকৰ তথ্য প্ৰকাশ পাইছে। ইৰাণৰ আদালতে ক্রিষ্টিয়ানো ৰোনাল্ডোক ব্যভিচাৰৰ বাবে ৯৯টা কোবৰ শাস্তি প্ৰদান কৰিছিল বুলি এটা ভিডিঅ’ ভাইৰেল হৈছে। ৰোনাল্ডোৱে হুইল চেয়াৰত বহি থকা এগৰাকী মহিলাক সাৱটি ধৰি, তেওঁৰ সৈতে পোজ দিয়া আৰু নিজৰ দুখন প্ৰতিকৃতি হাতত লৈ আল নাছাৰ ফুটবল […]

Continue Reading

এই ভিডিঅ’টোৰ ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত বৰ্তমান চলি থকা যুদ্ধৰ লগত কোনো সম্পৰ্ক নাই।

ইজৰাইল-হামাছৰ সংঘাত অব্যাহত থকাৰ সময়তে এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে য’ত পেলেষ্টাইনীসকলে ভুৱা অন্ত্যেষ্টিক্ৰিয়া চলোৱাৰ ফুটেজ বুলি দাবী কৰিছে। ভিডিঅ’টোত দেখা গৈছে যে ইজৰাইলী বিমান আক্ৰমণৰ বলি হোৱা এজন সৰু ল’ৰাৰ “মৃতদেহ” কঢ়িয়াই লৈ ফুৰিছে এদল যুৱকে। কিন্তু শেষত এয়াৰ ৰেইডৰ চাইৰেন বজোৱাৰ লগে লগে ষ্ট্ৰেচাৰখন পেলাই “মৃতদেহ”টো এৰি থৈ যায়, কিন্তু তাৰ পিছত নিৰ্জীৱ […]

Continue Reading

আইছিছে ছিৰিয়াত ধ্বংস কৰা মছজিদৰ ভিডিঅ’ পেলেষ্টাইনত ইজৰাইলে কৰা আক্ৰমণ বুলি ভাইৰেল।  

অতি শেহতীয়া ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধখনৰ পৰিপ্ৰেক্ষিতত সামাজিক মাধ্যমত এই যুদ্ধকেন্দ্ৰীক বিভিন্ন ফটো, ভিডিঅ’ ভাইৰেল হৈছে। কিছুমান সঁচা, কিছুমান মিছা, কিছুমান সংগতিহীন। তেনেকুৱা এটা ভিডিঅ’ অসমৰ বহুলোকৰ হোৱাটছএপত ভাইৰেল হৈছে। ভিডিঅ’টোত দেখা গৈছে যে মছজিদত নামাজ পঢ়ি থকাৰ সময়তে এক বিস্ফোৰণ হয়। ভিডিঅ’টোত দাবী কৰা হৈছে যে পেলেষ্টাইনৰ এই মছজিদটো বৰ্তমানৰ যুদ্ধৰ সময়ত ইজৰাইলীসকলে ধ্বংস কৰিছে । […]

Continue Reading

এই ভিডিঅ’টোৰ ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা শেহতীয়া খেলৰ লগত কোনো সম্পৰ্ক নাই।

বিশ্বকাপ ক্ৰিকেটত যোৱা ১৪ অক্টোবৰত ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা খেলত ভাৰত সাত উইকেটত জয়ী হয়। ইয়াৰ পিছতে বিভিন্ন ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। এজন ব্যক্তিয়ে  টিভি ভাঙি পেলোৱা এক দৃশ্য চ’চিয়েল মেডিয়াত ভাইৰেল হৈছে এই দাবীৰে যে পাকিস্তানী ক্ৰিকেট প্ৰেমীয়ে ভাৰতৰ হাতত পাকিস্তান পৰাজিত হোৱাৰ পিছত খঙতে টিভি ভাঙি পেলাইছিল। ফেচবুকত পোৱা পোষ্টটোৰ […]

Continue Reading

দক্ষিণ কোৰিয়াৰ পুৰণি ভিডিঅ’ হামাছৰ পেৰাগ্লাইডাৰ দুৰ্ঘটনাগ্ৰস্থ হোৱা বুলি ভাইৰেল কৰা হৈছে।  

ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধখনে সমগ্ৰ বিশ্বকে এক প্ৰকাৰ জোকাৰি গৈছে। দেশে দেশে প্ৰতিক্ৰিয়া দেখা গৈছে। সমান্তৰালভাৱে সামাজিক মাধ্যমত এই যুদ্ধকেন্দ্ৰীক বিভিন্ন ফটো, ভিডিঅ’ ভাইৰেল হৈছে। কিছুমান সঁচা, কিছুমান মিছা, কিছুমান সংগতিহীন। তেনেকুৱা এটা ভিডিঅ’ অসমৰ বহুলোকৰ হোৱাটছএপত ভাইৰেল হৈছে। ভিডিঅ’টোত দাবী কৰা হৈছে যে হামাছৰ এজন পেৰাগ্লাইডাৰে উচ্চ ক্ষমতাসম্পন্ন এটা বিদ্যুতৰ খুটাত খুন্দা মাৰি জ্বলি গৈছে।  Archived […]

Continue Reading

ইজৰাইলৰ প্ৰধানমন্ত্ৰী আৰু তেওঁৰ পুত্ৰৰ এই ফটোখন শেহতীয়া নহয়।

ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত বৰ্তমান চলি থকা যুদ্ধ‌ই অষ্টম দিনত ভৰি দিলে। ইয়াৰ মাজতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুয়ে তেওঁৰ পুত্ৰক দেশৰ সেনাবাহিনীলৈ পঠিওৱা বুলি এখন ফটো ভাইৰেল হৈছে চ’চিয়েল মেডিয়াত। ফটোখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে – “দেশপ্ৰেমৰ উৎকুষ্ট নিদৰ্শন-ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে তেওঁৰ পুত্ৰক এজন সৈনীক হিচাপে দায়িত্ব পালন কৰিবলৈ দেশৰ সেনাবাহিনীলৈ পঠাইছে।” Facebook […]

Continue Reading

গোলাবৰ্ষণৰ এই ভিডিঅ’টো ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত বৰ্তমান চলি থকা যুদ্ধৰ নহয়।

ইজৰাইল আৰু পেলেষ্টাইনৰ যুদ্ধৰ বহুতো ফটো আৰু ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ইয়াৰ মাজতে গোলাবৰ্ষণৰ এক ভিডিঅ’ ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত বৰ্তমান চলি থকা যুদ্ধৰ বুলি ভাইৰেল হৈছে চ’চিয়েল মেডিয়াত। একেটা ভিডিঅ’ আমি ফেচবুকতো পালোঁ। এই ভিডিঅ’টোৰ ৯ ছেকেণ্ডত থকা দৃশ্যাংশত গোলাবৰ্ষণৰ ভিডিঅ’টো দেখা গৈছে। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড […]

Continue Reading