চিবিএছই’য়ে দ্বাদশ আৰু দশম শ্ৰেণীৰ পৰীক্ষাৰ ৰিজাল্ট ক্ৰমে ১১ আৰু ১৩ জুলাই তাৰিখে ঘোষণা কৰা হব বুলি কোনো জাননী জাৰি কৰা নাই!

সংৰক্ষিত লিংক শেহতীয়াকৈ এখন বিশেষ জাননী হোৱাটচ এপ্পৰ যোগেদি ভাইৰেল হৈ পৰিছে । উক্ত জাননীখন চেণ্ট্ৰেল ব’ৰ্ড অফ চেকেণ্ডেৰী এডুকেচন (চিবিএছই)য়ে জাৰি কৰা বুলি দাবী কৰা হৈছে । জাননীখনত দ্বাদশ আৰু দশম শ্ৰেণীৰ পৰীক্ষাৰ ৰিজাল্ট ক্ৰমে ১১ আৰু ১৩ জুলাই তাৰিখে ঘোষণা কৰা হব বুলি লিখা আছে । লগতে ৰিজাল্টবোৰ চাবলৈ তিনিটা ৱেবচাইটৰ নামও জাননীখনত […]

Continue Reading