কুকুৰ হত্যা কৰি মাংস ভক্ষণৰ বাবে কাটি থকা এই ফটোবোৰ অসমৰ নহয়!
ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ কেইখনমান ফটোৱে ফেচবুকত তোলপাৰ লগাইছে । ফটো কেইখনত আমি কুকুৰ মাংস কাটি থকা দেখিবলৈ পাইছোঁ আৰু লগতে কুকুৰৰ মৃতদেহও দেখিবলৈ পাইছোঁ । আমি দেখিলোঁ যে কিছু লোকে দাবী কৰিছে যে এই ফটোবোৰ অসমৰ হয় । এই সম্পৰ্কে কিছু লোকে ইয়াৰ সত্যতা নিৰূপণ কৰিবলৈ আমাৰ সৈতে যোগাযোগ কৰিলে । উল্লেখযোগ্য […]
Continue Reading