আৰক্ষীক বন্দুক টোঁৱাই জধে মধে গুলি চলোৱা মানুহজনৰ আচল নাম অনুৰাগ মিশ্ৰ নেকি?
ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদত উত্তাল হৈ পৰিছে দেশৰ ৰাজধানী দিল্লী আৰু ধীৰে ধীৰে এই প্ৰতিবাদে বিক্ষোভৰ ৰূপ ধাৰণ কৰি সাম্প্ৰদায়িক সংঘৰ্ষলৈ ৰূপান্তৰিত হৈছে । বৰ্তমানলৈকে দিল্লীত বিভিন্ন সংঘৰ্ষত ৩৪ জন লোকৰ মৃত্যু হৈছে । ছচিয়েল মিডিয়াত এনে এক সংঘৰ্ষৰ বিভিন্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে য’ত আমি এজন […]
Continue Reading