এই ভিডিঅ’টোত ভেকচিন গ্ৰহণ কৰি থকা ছোৱালীজনী ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ কন্যা নহয়!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ সমগ্ৰ বিশ্বতে ক’ৰনা ভাইৰাছ ৰোগে ত্ৰাসৰ সৃষ্টি কৰি থকাৰ সময়তে ৰাছিয়াত বিশ্বৰ প্ৰথমটো ক’ৰনা ভাইৰাছৰ ভেকচিন মানৱ দেহত প্ৰয়োগৰ বাবে সাজু হৈ উঠিছে বুলি এক বাতৰি ভাইৰেল হৈ পৰিছে । ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ৰাছিয়াই বিশ্বৰ প্ৰথমটো ক’ৰনা প্ৰতিৰোধী ভেকচিন প্ৰস্তুত কৰি উলিয়াইছে বুলি ইতিমধ্যে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে । […]

Continue Reading

এইয়া ক’ৰনা ভাইৰাছৰ ভেকচিন হয় নেকি?

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ ১৮ হাজাৰতকৈও অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে ।  বিশ্বৰ আন দেশৰ লগতে ভাৰতলৈও […]

Continue Reading