ভাইৰেল ফটোত ভাৰত বায়’টেকৰ উপ-সভাপতিয়ে ভাৰতত ক’ৰনা ভেকচিনৰ মানৱ দেহত পৰীক্ষণৰ শুভাৰম্ভনি নিজৰ দেহত ভেকচিনৰ বেজী লৈ কৰা নাই!
সংৰক্ষিত লিংক শেহতীয়াকৈ এক বাতৰি প্ৰকাশ পাইছে যে আইচিএমআৰ’ৰ (ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছ) তত্বাৱধানত ভাৰত বায়’টেক ইল্টাৰনেশ্যনেল লিমিটেডে ক’ৰনা ভাইৰাছৰ ভেকচিন অহা ১৫ আগষ্টত ৰাইজৰ বাবে আগবঢ়াব । বাতৰিটোত লগতে কোৱা হৈছে যে ভেকচিন বিধৰ ক্লিনিকেল ট্ৰায়েলৰ বাবে ব্যৱস্থা কৰা হৈছে আৰু মানৱ দেহত সফল পৰীক্ষণ হলেই, সাধাৰণ ৰাইজৰ বাবে এই ভেকচিন বিধ আগবঢ়াই […]
Continue Reading