এই দৃশ্যবোৰৰ মাজৰ এটা দৃশ্য ভেনিজুৱেলাৰ নহয়। ২০২৩ৰ ফেব্ৰুৱাৰীত তুৰস্কত হোৱা ভূমিকম্পৰহে দৃশ্য সেইটো।
শেহতীয়াকৈ অসমৰ একাধিক ফেচবুক পেজত যোৱা এটা ভিডিঅ’ আপলোড কৰি সেয়া ভেনিজুৱেলাত অহা অতি শেহতীয়া ভূমিকম্পৰ বিভিন্ন দৃশ্য বুলি দাবী কৰা হৈছে। তাৰে এটা পেজত ভেনিজুৱেলাৰ ভূমিকম্পৰ অন্য দৃশ্যৰ সৈতে ১১ চেকেণ্ডৰ পৰা ২০ চেকেণ্ডলৈ এটা খণ্ডদৃশ্যও আছে, যিটো ভেনিজুৱেলাৰ বুলি দাবী কৰা হৈছে। Link Archived Link আন এটা পেজত ভেনিজুৱেলাৰ ভূমিকম্পৰ অন্য দৃশ্যৰ সৈতে […]
Continue Reading
