অসমৰ কা বিৰোধী আন্দোলনৰ সময়ত এই ট্ৰেইন পাইলত গৰাকীয়ে ১৫০০ যাত্ৰীৰ প্ৰাণ বচাইছিল নেকি?
শেহতীয়াকৈ অসমৰ লগতে গোটেই উত্তৰ পূবতে নাগৰিকত্ব সংশোধনী আইনৰ (কা) বিৰুদ্ধে প্ৰবল আন্দোলন গঢ়ি উঠাৰ সময়তে ছচিয়েল মিডিয়াৰ জৰিয়তে এক বিশেষ পোষ্ট/ফটো ভাইৰেল হৈ পৰিছে । আন্দোলনৰ অংশ হিচাবে প্ৰতিবাদকাৰীয়ে ঠাইয়ে ঠাইয়ে ৰেল আৰু ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি আন আন পথবোৰ বন্ধ কৰি দিছিল আৰু বিভিন্ন সময়ত সাধাৰণ নাগৰিক বা যাত্ৰীৰ লগত খণ্ড যুদ্ধতও লিপ্ত হৈছিল […]
Continue Reading