পুৰণি অপ্ৰাসংগিক ভিডিঅ’ তুৰস্কৰ ভূমিকম্পৰ পিছৰ বুলি শ্বেয়াৰ কৰা হৈছে
তুৰস্ক আৰু ছিৰিয়াত হোৱা বিধ্বংসী ভূমিকম্পৰ পিছত বহুতো ফটো আৰু ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। শেহতীয়াকৈ এটা ভিডিঅ’ আমাৰ দৃষ্টিগোচৰ হৈছিল য’ত এগৰাকী কণমানিয়ে কোচত এটি কেঁচুৱা লৈ নিচুকাবলৈ চেষ্টা কৰি থকা দেখা গৈছিল। দাবী কৰা হৈছে যে এই ভিডিঅ’টো তুৰস্কৰ ভূমিকম্পৰ পিছৰ হয়। ভিডিঅ’টোৰ কেপশ্বনত লিখা আছিল এইদৰে “🔷তুৰ্কীৰ ভূমিকম্পৰ পিছৰ কিছু […]
Continue Reading