ৰাস্তাত সিঁচৰতি হৈ থকা মাছৰ এই ভাইৰেল ফটোখন গুৱাহাটীৰ নহয়

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এখন বিশেষ ফটো আহিছিল। ফটোখন আছিল কেইটামান বাতৰিৰ ক’লাজ। তাত লিখা আছিল এইকেইটা বাক্য: * ৩১ মে’ সন্ধিয়াৰ খবৰ * ভয়ংকৰ পথ দুৰ্ঘটনা এটা পৰিয়াল শেষ হ’ল * গুৱাহাটীত বৰষুণৰ সৈতে হৰি পৰিছে মাছএই বাক্যকেইশাৰীৰ লগতে দুখন ফটোও আছিল তাত ক’লাজ কৰা। এখন ফটো আছিল কোনো এক দুৰ্ঘটনাৰ আৰু আনখন ফটো […]

Continue Reading

FACT CHECK: এই ‘জীৱ’টো বিহাৰৰ আকাশৰ পৰা সৰি পৰা নাই!

শেহতীয়াভাৱে অসমত ফেচবুকত এটা সৰু ভিডিঅ’ ক্লিপ ভাইৰেল হৈ পৰিছে এই দাবীৰে যে বিহাৰৰ দৰভাংগাৰ ওচৰত আকাশৰ পৰা এটা জীৱ সৰি পৰিছে। বিশেষ সেই ফেচবুক পোষ্টটো ভাইৰেল হৈ পৰিছে আৰু ৰাজ্যখনত বিভিন্নজনে সেই চুটি ভিডিঅ’ ক্লিপটো আপলোড আৰু শ্বেয়াৰ কৰি আছে। Original Link- Facebook | Archived Link Original Link- Facebook | Archived Link Original Link- […]

Continue Reading