এই ফটোখনৰ মণিপুৰৰ শেহতীয়া নাৰী নিৰ্যাতনৰ ঘটনাৰ লগত সম্পৰ্ক নাই।
ইণ্টাৰনেটত শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে এখন ফটো। য’ত বহু মহিলাক উলংগ হৈ থিয় হৈ থকা দেখা গৈছে। দাবী কৰা হৈছে যে মণিপুৰৰ নাৰী নিৰ্যাতনৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে মণিপুৰৰ কুকি সম্প্ৰদায়ৰ এইসকল মহিলাই। আৰক্ষীয়ে ইতিমধ্যে নাৰী নিৰ্যাতনৰ ঘটনাত জড়িত ৬জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। ভাইৰেল ফটোখনৰ সৈতে ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে – “बेशर्मी से नग्न […]
Continue Reading