আৰক্ষীয়ে আইন ভংগ কৰিলে কি হয়? আৰক্ষী দায়ৱদ্ধতা আয়োগৰ কাষ কিদৰে চাপিব পাৰি? আৰক্ষীৰ দায়ৱদ্ধতা আৰু দায়ৱদ্ধতা আয়োগ সম্পৰ্কত জানো আহক।

প্ৰসংগঃ গুৱাহাটীৰ ফাচী বজাৰত এজন বিতৰণ কৰ্মীৰ ওপৰত আৰক্ষীৰ নিৰ্যাতন ১৫ নৱেম্বৰ ২০২৪ শুকুৰবাৰে সন্ধিয়া প্ৰায় চাৰে ছয় মান বজাত অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ ব্যস্ততৰ এক অঞ্চল ফাঁচী বজাৰত পানবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাৰ্গৱ বৰবৰাই ঘৰে ঘৰে সামগ্ৰী বিতৰণকাৰী এক সংস্থাৰ এগৰাকী বিতৰণ কৰ্মীক প্ৰৱেশ নিষিদ্ধ পথেৰে প্ৰৱেশ কৰাৰ বাবে প্ৰহাৰ কৰে। সেই ভিডিঅ’টো […]

Continue Reading

ছোৱালী অপহৰণ, ৰেপ গেঙ সক্ৰিয় হৈ থকা বুলি অসম পুলিচে কোনো সতৰ্কবাণী দিয়া নাই

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এটা বিশেষ মেচেজ ফ’ৰৱাৰ্ড কৰা হৈছিল। মেচেজটো আছিল এনেধৰণৰ -“কলেজ বা অফিচলৈ যোৱা প্ৰতিগৰাকী ছোৱালীৰ বাবে বাৰ্তা।যদি আপুনি ৰাস্তাত কোনো শিশুৱে ঠিকনা দেখুৱাই কান্দি থকা দেখিছে আৰু আপোনাক সেই ঠাইলৈ লৈ যাবলৈ কয়, তেন্তে সেই শিশুটিক পোনে পোনে থানালৈ লৈ যাওক আৰু অনুগ্ৰহ কৰি তেওঁলোকক সেই ঠিকনালৈ নিনিব। ছোৱালীক চুৰি, ৰেপ […]

Continue Reading

অসমত কোনো সোপাধৰা ওলোৱা নাই

শেহতীয়াকৈ অসমৰ বিভিন্ন চ’চিয়েল মেডিয়াত এক বিশেষ বাতৰি বিয়পি পৰিছে। অসমৰ বিভিন্ন প্ৰান্তত “সোপাধৰা” / শিশু অপহৰণকাৰী চক্ৰ সক্ৰিয় হৈ থকা বুলি বিভিন্নজনে চ’চিয়েল মেডিয়াত পোষ্ট শ্বেয়াৰ কৰা দেখা গৈছে। Facebook Link | Archived Link এনেধৰণৰ পোষ্ট ইয়াত আৰু, ইয়াতো দেখিবলৈ পাব।  তদুপৰি সোপাধৰা সন্দেহত অসমৰ বিভিন্ন ঠাইত বিভিন্ন বিক্ষিপ্ত ঘটনাৰ বাতৰিও দেখিবলৈ পোৱা গ’ল।  […]

Continue Reading

অসমৰ মুখ্যমন্ত্ৰীৰ কনভয় ৰখাৰ বাবে কোনো ট্ৰেফিক পুলিচক ৰিজাৰ্ভ ক্লজ কৰা হোৱা নাই! 

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয় প্ৰায়ে ছ’চিয়েল মিডিয়াত আলোচনাৰ বিষয় হৈ আহিছে। শেহতীয়াকৈ একাধিক পোষ্ট ভাইৰেল হৈ পৰিছে য’ত কোৱা হৈছে যে মুখ্যমন্ত্ৰীৰ কনভয় চলাচলৰ সময়ত তেওঁৰ কনভয়ক ৰখাই থোৱাৰ বাবে এজন ট্ৰেফিক আৰক্ষী বিষয়াক “ৰিজাৰ্ভ ক্লজ” কৰা হৈছে । পোষ্টসমূহত দাবী কৰা হৈছে যে এই নিৰ্দিষ্ট কনিষ্টবলজনে মুখ্যমন্ত্ৰীৰ কনভয়ক দুই মিনিটৰ বাবে ৰখাইছিল […]

Continue Reading

FACT CHECK: এইগৰাকী হিন্দুৰ বিৰুদ্ধে হত্যাৰ ষড়যন্ত্ৰ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা কংগ্ৰেছ নেতা নহয়!

 এজন মুছলমান লোকে অসমত হিন্দুলোকক গনহত্যা কৰাৰ পৰিকল্পনা কৰিছে বুলি দাবী কৰা দুখন ফটোৰে সৈতে এটা টুইটাৰ পোষ্টৰ স্ক্ৰিণশ্বট ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে শ্বেয়াৰ হৈ আছে। একেই স্ক্ৰিণশ্বটটোৱেই আমাৰ ফেক্টলাইন নম্বৰলৈ এজন হোৱাটছএপ ব্যৱহাৰকাৰীয়ে সত্যতা নিৰূপনৰ বাবে প্ৰেৰণ কৰিছিল। এখন ফটোত হাতকেৰেয়া লগোৱা এজন লোকক দেখা গৈছে আৰু আনখন ফটোত গুলি আৰু গ্ৰেনেড এসোপামান দেখা দৈছে।  […]

Continue Reading

অসম পুলিচৰ এছ আই পদৰ চাকৰি ধন দিলে পোৱা যাই বুলি ভুৱা অডিঅ’ ক্লিপ ভাইৰেল!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ অসমত ছ’চিয়েল মিডিয়াৰ জৰিয়তে এক বিশেষ অডিঅ’ ক্লিপ ভাইৰেল হৈ পৰিছে । উক্ত অডিঅ’ ক্লিপটোত অসম পুলিচৰ এছ আই পদৰ চাকৰিৰ বাবে ধন লোৱা হয় বুলি এজন লোকে দাবী কৰিছে ।  অডিঅ’ ক্লিপটোত উক্ত লোকজনে আন এজন লোকৰ পৰা চাৰি লাখ টকা দাবী কৰিছে । এই অডিঅ’ ক্লিপটো অসমত […]

Continue Reading

ভগৱান শ্ৰীকৃষ্ণৰ বিতৰ্কিত পেইণ্টিং’ ২০১৫ চনৰ ঘটনা হয়, দোষীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ এখন বিশেষ ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ফটোখনত ভগৱান শ্ৰীকৃষ্ণ আৰু গোপীসকলক আপত্তিজনক ভাৱে উপস্থাপন কৰা দেখা গৈছে । উক্ত ফটোখন ফেচবুকত ভাইৰেল হৈ পৰিছে আৰু টুইটাৰত ট্ৰেণ্ডিং হৈ থকা দেখা গৈছে । কিছু লোকে দাবী কৰিছে যে এই পেইণ্টিংখন বৰ্তমান গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত এক প্ৰদৰ্শনীৰ অংশ […]

Continue Reading

চাৰি মাৰ্চৰ পৰা প্ৰতিটো ফোন কল ৰেকৰ্ডিং কৰা হব বুলি ‘জন সংযোগ আৰু ডিজিটেল ইকনমি মন্ত্ৰালয়’ৰ জাননীখন ভুৱা হয়!

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ ৫৮ হাজাৰতকৈও অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে আৰু লাখ লাখ মানুহ আক্রান্ত হৈ […]

Continue Reading

এই ফটোবোৰ অসমৰ চাপৰত ক’ৰনা ভাইৰাছৰ বাবে লক ডাউন প্ৰৱৰ্তন কৰিবলৈ যোৱা আৰক্ষীৰ ওপৰত হোৱা আক্ৰমণৰ নহয়!

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ ২০ হাজাৰতকৈও অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে ।  […]

Continue Reading