ভাইৰেল ভিডিঅ’টোৰ পথ দুৰ্ঘটনাত নিহত নাগাৰা নামৰ শিল্পী নিশামণি হালৈৰ নহয়।

যোৱা ২৪ এপ্ৰিলৰ পুৱতি নিশা এক পথ দুৰ্ঘটনাত “ভাস্কৰজ্যোতি বিহু হুঁচৰি দল” নামৰ বিহু হুঁচৰি দলটিৰ এগৰাকী বিহুৱতী তথা নাগাৰা নামৰ পাঠিকা নিশামণি হালৈৰ মৃত্যু হয় আৰু আন কেইগৰাকী সদস্য আঘাতপ্ৰাপ্ত হয়। এই পৰিপ্ৰেক্ষিতত নাগাৰা নাম পৰিৱেশন কৰি থকা পাঠিকা এগৰাকীৰ ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে সেয়া পথ দুৰ্ঘটনাত মৃত্যু হোৱা […]

Continue Reading

ৰাজস্থানৰ ছমাহ পুৰণি ঘটনাৰ দৃশ্য কেৰালাৰ বুলি দাবী কৰি ফেচবুকত প্ৰচাৰ কৰা হৈছে।

শেহতীয়াকৈ অসমৰ ফেচবুকত এটা বিশেষ ভিডিঅ’ চৰ্চিত হোৱা দেখা গৈছে। এটা ৰেলৰ আলিত শিল আৰু অন্য সামগ্ৰী দি থোৱা দৃশ্যৰ ভিডিঅ’টোৰে দাবী কৰা হৈছে যে সেয়া কেৰালাৰ দৃশ্য। কেৰালাত মুছলমান লোকে তেনেকৈ ৰেলৰ ক্ষতিসাধন কৰাৰ বাবে ৰেলৰ আলিত শিল দি থোৱা বুলি কোৱা হৈছে। এটা ফেচবুক পেজত সেই ভিডিঅ’টো আপলোড কৰি লিখা হৈছে – #BreakingNews […]

Continue Reading

এই ভিডিঅ’টো ইম্ফলৰ ফালে গৈ থকা এখন গেছ ভৰ্তি ট্ৰাক আৰু এখন অসমৰ তেলৰ টেংকাৰৰ মাজত হোৱা সংঘৰ্ষৰ নহয়

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট সম্প্ৰতি ছচিয়েল মিডিয়াত এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । এই ভিডিঅ’টোত ধাৰাবাহিক বিস্ফোৰণ শুনা-দেখা গৈছে আৰু লগতে জুইৰ লেলিহান শিখা দেখা গৈছে । আতংকিত কিছু লোকে ভিডিঅ’টোত এই বিস্ফোৰণ প্ৰত্যক্ষ কৰাও দেখা গৈছে । মি ৰাইটাৰ নামৰ এটা ফেচবুক প্ৰফাইলৰ পৰা যোৱা জানুৱাৰী ২৩, ২০২০ তাৰিখে দিনৰ ৯:৫৬ বজাত […]

Continue Reading