FACT CHECK: বিলাসী বিমান এখনৰ ভিতৰচোৱাৰ ফটোখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ব্যৱহাৰ কৰা বিলাসী বিমানৰ হয় নেকি?
এখন বিলাসী বিমানৰ ভিতৰৰ অত্যাধুনিক সা-সুবিধাসম্পন্ন এটা অংশৰ এখন ফটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিশেষ বিলাসী বিমানৰ ভিতৰভাগৰ বুলি প্ৰচাৰ কৰি বিশেষকৈ অসমত ভাইৰেল হৈ পৰা দেখা গৈছে। তেনেকুৱা এটা ফেচবুক পোষ্টতেই লিখিছিল— “চাহ বেপাৰীৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীত্বৰ পদ শুৱনি কৰা আমাৰ প্ৰধানসেৱকে তেওঁৰ বিখ্যাত হবি “বিদেশ ভ্ৰমনৰ” বাবে নতুনকৈ ক্ৰয় কৰা ৮৬০০ কোটি টকীয়া উৰা […]
Continue Reading