ছোনম ৱাংচুকে চীনক বাট দেখুৱাই ভাৰত আক্ৰমণ কৰাত সহায় কৰিব বুলি কৈছিল নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

নীট আৰু চিবিএছই পৰীক্ষাত সংঘটিত হোৱা অনিয়মৰ অভিযোগত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত ২০২৬ চনৰ ২৮ জুনৰ পৰা অনিৰ্দিষ্টকালীন অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে বৈজ্ঞানিক তথা সামাজিক কৰ্মী ছোনম ৱাংচুকে। এই পটভূমিত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে ছোনম ৱাংচুকে কৈছে এইবুলি, “চীনে যদি লাডাখেদি ভাৰত আক্ৰমণ কৰে তেন্তে আমি […]

Continue Reading

শেহতীয়াকৈ লাডাখত এখন ভাৰতীয় এমআই ১৭ হেলিকপ্টাৰ দুৰ্ঘটনাগ্রস্থ হৈছিল নেকি?

সংৰক্ষিত লিংক শেহতীয়াকৈ ছ’চিয়েল মিডিয়াৰ জৰিয়তে এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে । ফটোখনত এখন দুৰ্ঘটনাগ্রস্থ হেলিকপ্টাৰ দেখা গৈছে । দাবী কৰা হৈছে যে এইখন শেহতীয়াকৈ লাডাখত দুৰ্ঘটনাগ্রস্থ হোৱা ভাৰতীয় এমআই ১৭ হেলিকপ্টাৰ ।  উক্ত ফটোখন অসমত হোৱাটচ এপ্পৰ জৰিয়তে ভাইৰেল হৈ পৰিছে । বিভিন্নজনে উক্ত ফটোখন শ্বেয়াৰ কৰিছে আৰু এনেকুৱা ঘটনা কিবা সঁচাকৈ ঘটিছে […]

Continue Reading