ঘঁৰিয়ালৰ ভাইৰেল ভিডিঅ’টো অসমৰ দীপৰ বিলৰ নহয়!

শেহতীয়াকৈ এটা বিশেষ ভিডিঅ’ বিভিন্ন চ’চিয়েল মেডিয়া প্লেটফ’ৰ্মত ভাইৰেল হোৱা দেখা গৈছে। আমাৰ হোৱাটচ‌এপ নম্বৰলৈও আহিছে এই ভিডিঅ’টো। ভিডিঅ’টোত পানী আৰু মেটেকাৰ মাজত এটা ঘঁৰিয়ালে এক বিশেষ শব্দ কৰি থকা দেখা গৈছে। দাবী কৰা হৈছে যে এই ঘঁৰিয়ালটো দেখা গৈছে অসমৰ দীপৰ বিলত। Facebook Link |  Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই অনুসন্ধান কৰি জানিব […]

Continue Reading

এই ভাইৰেল ভিডিঅ’টোৰ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ লগত কোনো সম্পৰ্ক নাই! 

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ ফলত ছ’চিয়েল মিডিয়াত যুদ্ধ সম্পৰ্কীয় বিভিন্ন বা-বাতৰি ফটো, ভিডিঅ’ আৰু ছ’চিয়েল মিডিয়া পোষ্ট ভাইৰেল হৈ পৰিছে । ইয়াৰে বহুতো সঁচা যদিওঁ এইয়া নুই কৰিব নোৱাৰি যে ইয়াৰে আন বহুতো মিছা বা ভুৱা হয় ।  এনে ধৰণৰ এক ভিডিঅ’ এতিয়া ফেচবুকৰ যোগেদি অসমত ভাইৰেল হৈ পৰিছে য’ত দাবী কৰা […]

Continue Reading

FACT CHECK: এইয়া তালিবানে হেলিকপ্টাৰ উৰুৱাই আফগান লোকক ফাঁচী দিয়াৰ দৃশ্য নহয়!

শেহতীয়াকৈ এক বিশেষ ভিডিঅ’ ছ’চিয়েল মিডিয়াৰ যোগেদি ভাইৰেল হৈ পৰিছে আৰু  কেইবাটাও মূলসুঁতিৰ মিডিয়া সংস্থায়েও উক্ত ভিডিঅ’ প্ৰচাৰ কৰা দেখা গৈছে । উক্ত ভাইৰেল ভিডিঅ’টোত এজন লোকক এখন হেলিকপ্টাৰৰ পৰা ওলমি থকা দেখা গৈছে আৰু এই ভিডিঅ’টো আফগানিস্তানৰ কান্দাহাৰৰ হয় বুলি কোৱা গৈছে । দাবী কৰা গৈছে যে এইয়া শেহতীয়াকৈ আফগানিস্তান তালিবানে দখল কৰাৰ পাছত […]

Continue Reading