বিজেপি পুনৰ ক্ষমতালৈ আহিলে SC, ST আৰু OBCৰ সংৰক্ষণ নোহোৱা কৰিব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছিল নেকি?

শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। ভিডিঅ’টোত অমিত শ্বাহে কোৱা শুনা যায়, “বিজেপি চৰকাৰ পুনৰ গঠন হ’লে আমি অসাংবিধানিক অনুসূচিত জাতি (SC), অনুসূচিত জনজাতি(ST) আৰু অবিচিৰ (OBC) সংৰক্ষণ বাতিল কৰিম”। Facebook Link | Archived Link  একেধৰণৰ পোষ্ট আমি ইয়াত আৰু ইয়াতো পালোঁ।  Archived Link  কিন্তু সঁচাকৈয়ে অমিত শ্বাহে তেনেকৈ কৈছিলনে?  […]

Continue Reading

দেশক একত্ৰিত কৰা বুলি বিজেপিক প্ৰশংসা কৰিছিল নেকি ৰাহুল গান্ধীয়ে?

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে চ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৰাহুল গান্ধীৰ আন এটা ভিডিঅ’। এই ভিডিঅ’টোত ৰাহুল গান্ধীয়ে মানুহক একত্ৰিত কৰাৰ বাবে বিজেপিক প্ৰশংসা কৰি কংগ্ৰেছে ধৰ্ম আৰু জাতিৰ নামত মানুহক বিভাজন কৰে বুলি একমত হোৱা শুনা যায়। ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে এয়া কংগ্ৰেছৰ বাস্তৱ আৰু ৰাহুল গান্ধীয়ে নিজৰ দলটো উদঙাই দিলে। Facebook Link […]

Continue Reading

সুৰা বিতৰণৰ এই ভিডিঅ’টো শেহতীয়া নহয় বৰং ২০২১ চনৰ পৰাই ইণ্টাৰনেটত উপলব্ধ।

শেহতীয়াকৈ চ’ছিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে বিজেপি দলৰ নিৰ্বাচনী প্ৰতীক থকা গেৰুৱা টুপী আৰু স্কাৰ্ফ পৰিহিত কিছুসংখ্যক ব্যক্তিয়ে সুৰা বিতৰণ কৰি আছে। দাবী কৰা হৈছে যে বিজেপি দলৰ নৱনিযুক্ত সদস্যসকলৰ মাজত এইদৰে সুৰা বিতৰণ কৰা হৈছে। এনেধৰণৰ পোষ্ট আমি ফেচবুকতো পালোঁ। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “বিজেপিৰ কাৰ্য্যকৰ্তা দলৰ […]

Continue Reading

বিজেপিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফালৰ পৰা তিনি মাহৰ ফ্ৰী ৰিচাৰ্জ দিয়া নাই। লিংকটো ভুৱা। 

শেহতীয়াভাবে অসমত হোৱাটছএপ যোগে এটা মেছেজ ভাইৰেল ৰৈ পৰা দেখা গৈছে।২০২৪ৰ লোকসভা নিৰ্বাচনত যাতে সৰহসংখ্যক লোকে বিজেপিক ভোট দিব পাৰে, তাৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তিনি মাহৰ ফ্ৰী মোবাইল ৰিচাৰ্জ দিছে আৰু এই সুবিধা ১৫ অক্টোবৰলৈকে আছে বুলি দাবী কৰি লিংকটো শ্বেয়াৰ কৰা হৈছে। বিভিন্ন হোৱাটছএপ গ্ৰুপতো সেই লিংকটো শ্বেয়াৰ কৰা হৈছে।  Archived Link   […]

Continue Reading

ৰাহুল গান্ধীৰ এই ফটোখন সম্পাদনা কৰা হৈছে।

শেহতীয়াকৈ চ’চিয়েল মিডিয়াত ৰাহুল গান্ধীৰ এখন ফটো ভাইৰেল হৈছে। ফটোখনত ৰাহুল গান্ধীয়ে বিজেপিৰ গেৰুৱা টুপী পৰিধান কৰা দেখা গৈছে। এই ফটোখন আমাৰ হোৱাটচ‌এপ নম্বৰলৈও ফ’ৰৱাৰ্ড কৰা হৈছিল আৰু ব্যৱহাৰকাৰীয়ে এই ফটোখনৰ সত্যাসত্য জানিবলৈ বিচাৰিছিল। Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি ভাইৰেল ফটোখনৰ ৰিভাৰ্চ ইমেজ চাৰ্চ […]

Continue Reading

এইবাৰৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ৪০০ পাৰ কৰিব বুলি মল্লিকাৰ্জুন খৰ্গেয়ে সঁচাকৈয়ে কৈছিল নেকি?

ভাৰতত ১৮ সংখ্যক লোকসভাৰ নিৰ্বাচন ২০২৪ চনৰ এপ্ৰিলৰ পৰা মে’ৰ ভিতৰত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। ৰাজনৈতিক দলসমূহ সেই প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে। ইফালে বিৰোধী নেতা তথা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ এটা ভিডিঅ’ চ’চিয়েল মেডিয়াত দ্ৰুতগতিত শ্বেয়াৰ কৰা হৈছে, য’ত তেওঁ সদনত ভাষণ দিয়া দেখা গৈছে। এই ভিডিঅ’ ক্লিপটো শ্বেয়াৰ কৰাৰ সময়ত দাবী কৰা হৈছে যে […]

Continue Reading

বিজেপিৰ কৰ্মীসকলে কানাড়া বেংকৰ সমুখত প্ৰতিবাদ কৰা নাই, ফটোখন সম্পাদনা কৰা হৈছে।

ভাৰত আৰু কানাডাৰ মাজত শেহতীয়াকৈ চলি থকা কূটনৈতিক সংঘাতৰ মাজতে চ’চিয়েল মেডিয়াত বিভিন্ন ধৰণৰ ফটো ভিডিঅ’ ভাইৰেল হোৱা দেখা গৈছে। এনে সময়তে ফেচবুকত এখন ফটো ভাইৰেল হৈছে য’ত একাংশ লোকক বিজেপিৰ পতাকা লৈ কিছুমান দোকানৰ সমুখত প্ৰতিবাদ কৰি থকা দেখা গৈছে। প্ৰতিবাদকাৰীসকলৰ পিছফালে কানাড়া বেংকৰ এখন ব’ৰ্ড দেখা গৈছে। দাবী কৰা হৈছে যে কানাডাত আৰ […]

Continue Reading

ফটোখনৰ বাওঁফালে থকা ব্যক্তি দুজন মণিপুৰৰ ঘটনাৰ অভিযুক্ত নহয়।

মণিপুৰত হোৱা নাৰী নিৰ্যাতনৰ ঘটনাৰ মূল অভিযুক্ত এজনক মণিপুৰ আৰক্ষীয়ে গ্ৰপ্তাৰ কৰাৰ পিছতে অভিযুক্ত হুইৰেম হিৰোদাস মেইটেইৰ ফটো চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। তেনে সময়তে মণিপুৰৰ ঘটনাৰ অভিযুক্ত বুলি আন এখন ফটো চ’চিয়েল মেডিয়াত ভাইৰেল হৈছে। ফটোখনত আৰ এছ এছৰ পোছাক পৰিহিত দুজন লোকক দেখা গৈছে। দাবী কৰা হৈছে যে এই লোক দুজন মণিপুৰৰ ঘটনাত […]

Continue Reading

শেহতীয়াকৈ ৰাহুল গান্ধী নেপাললৈ যোৱা বিয়াখনত বিজেপি নেতা জ্যোতিৰাদিত্য সিন্ধিয়াও উপস্থিত আছিল নেকি?

শেহতীয়াকৈ, কংগ্ৰেছ নেতা ৰাহুল গান্ধী নেপালত এখন বিয়াৰ বাবে গৈছিল। সেই সময়ছোৱাত, তেওঁলোকে এটা নাইট ক্লাবলৈও গৈছিল। ইতিমধ্যে সেই নিশাৰ কিছু ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে । ইয়াৰ পিছত, এতিয়া আন এখন ছবি ভাইৰেল হৈ পৰিছে । দাবী কৰা হৈছে যে উক্ত বিয়াখনত বিজেপি নেতা জ্যোতিৰাদিত্য সিন্ধিয়াও উপস্থিত আছিল।  ভাইৰেল হৈ থকা ছবিখনৰ লগতে  […]

Continue Reading

FACT CHECK: থাইলেণ্ডৰ বানাক্ৰান্তৰ বাবে সাজু কৰা সুৰাৰ বটল বিহাৰৰ নিৰ্বাচনী টোপ বুলি প্ৰচাৰ!

বিহাৰৰ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে, ছ’চিয়েল মিডিয়াতো ব্যস্ততাপূৰ্ণ ৰাজনৈতিক কৰ্মকাণ্ড আৰু প্ৰচাৰ দেখা পোৱা গৈছে। ইয়াৰ মাজতে বহু সুৰাৰ বটলৰ ফটোৰে সৈতে এটা টুইটৰ এখন স্ক্ৰিনশ্বট ফেচবুক আৰু টুইটাৰত এই দাবীৰে ভাইৰেল হৈ পৰিছে যে বিজেপি আৰু জেডি(ইউ)এ ভোটাৰক আকৰ্শন কৰিবলৈ এইদৰে সাজু হৈছে। বিহাৰত ২০১৬চনতেই সুৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।  ফটোখনৰ […]

Continue Reading