FACT CHECK: ছোনিয়া গান্ধীৰ ফটোৰ মৰ্ফ কৰা বেকড্ৰপ ভাইৰেল হৈ পৰিছে।

কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ এইখন ফটো ভাইৰেল হৈ পৰিছে,য’ত তেওঁৰ পিছৰফালৰ কিতাপৰ চেল্ফখনত এখন কিতাপ ৰখা হৈছে,যাৰ নাম, “How to convert India into Christian Nation”। চেল্ফখনত যীশু খ্ৰীষ্টৰ এটা প্ৰতিমুৰ্তি আৰু এখন পৱিত্ৰ বাইবেলো ৰখা হৈছে। Original Link- Facebook | Archived Link ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই জানিব পাৰিলো যে দাবীটো ভূৱা আৰু সেই ফটোখন আচলতে মৰ্ফ […]

Continue Reading

FACT CHECK: উত্তৰ মেৰুত প্ৰকাণ্ড চন্দ্ৰটোৱে সূৰ্যক গ্ৰহন লগোৱা দৃশ্যৰ ভিডিঅ’টো মিছা

এটা ভিডিঅ’ত দেখা গৈছে এক খালি পৰিবেশ য’ত প্ৰকাণ্ড চন্দ্ৰই সূৰ্যক গ্ৰহণ লগাইছে। ভিডিঅ’টোত সূৰ্যক গ্ৰহণ লগোৱাৰ পূৰ্বে চন্দ্ৰটো ভূ-পৃষ্ঠৰ একেবাৰে সমীপত দেখা গৈছে আৰু এটা অন্ধকাৰময় পৰিবেশৰ সূচনা কৰি দিগন্তত বিলিন হৈ গৈছে। ছোচিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ভিডিঅ’টো শ্বেয়াৰ কৰি আছে আৰু দাবী কৰি আছে যে এই ভিডিঅ’টো ৰাছিয়া আৰু কানাডাৰ মাজৰ উত্তৰ মেৰুৰ। Original […]

Continue Reading

FACT CHECK: এইটো অসমৰ কোনো ভূতৰ ভিডিঅ’ নহয়, এখন আহিবলগীয়া ছুটী ছবিৰ দৃশ্যাংশহে!

শেহতীয়াভাৱে অসমত এটা ফেচবুক পোষ্ট ভাইৰেল হৈ পৰিছে এই দাবীৰে যে অসমৰ বৰপেটাত ভূত দেখা গৈছে। এটা ভিডিঅ’ আপলোড কৰা হৈছে য’ত এটা নগ্ন জীৱক ভূত বুলি দেখা গৈছে আৰু এই জীৱই এঠাইৰ পৰা আন ঠাইত ভেকুলীৰ দৰে জঁপিয়াইছে। সেই বিশেষ পোষ্টটো ফেচবুকত ভাইৰেল হৈ পৰিছে। এনে ধৰণৰ এক বাৰ্তা হোৱাটছএপ’ৰ যোগেদিও ভাইৰেল হৈ পৰিছে […]

Continue Reading

FACT CHECK: নিৰ্বাচনৰ সময়ত ফেচবুকত অসমৰ টাইম৮ পে’জটো ‘ভিডিঅ’ ভিউজ’ৰ ভিত্তিত বিশ্বৰ ভিতৰত প্ৰথম স্থানত নাছিল

শেহতীয়াকৈ অসমৰ ছ’চিয়েল মিডিয়াত বিশেষকৈ ফেচবুকত এখন বিশেষ ফটো বা পোষ্টাৰ ভাইৰেল হৈ পৰিছে । উক্ত পোষ্টাৰ খনত দাবী কৰা হৈছে যে টাইম৮ নামৰ ফেচবুক পেজটো শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা বিধানসভা নিৰ্বাচনত বিশ্বৰ ভিতৰত প্ৰথম স্থানত আছিল আৰু ফেচবুকত মানুহে সেই সময়ত কেৱল টাইম৮ৰ বাতৰিহে চালে । উক্ত লিষ্টখনত অসমৰ চেটেলাইট চেনেল সমূহৰ উপৰিও ‘চিএনএন’, […]

Continue Reading

FACT CHECK: উশাহত ভাপ লৈ কোভিড ১৯ৰ বিজানু ধ্বংস কৰিব নোৱাৰি।

ভাৰতত কোভিড ১৯ত আক্ৰান্তৰ সংখ্যা যিমানে বাঢ়িছে সিমানেই ছোচিয়েল মিডিয়াত সাৱধানতা আৰু যতনৰ কথা সিমানে বাঢ়িছে। তেনেকুৱা এটা দাবী অসমৰ হোৱাটছএপত ভাইৰেল হৈছে যে কৰ’ণাভাইৰাছৰ বেমাৰ ভাল হোৱাত গৰম পানীৰ ভাপ উশাহত লোৱাতো জৰুৰী। Archived Link আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই হোৱাটছএপত এটা মেছেজ পালো য’ত ভাপ লোৱা কামটোৱে ভাইৰাছক সম্পূৰ্ণৰূপে ধ্বংস কৰাত সহায় সচাকৈ কৰে […]

Continue Reading

FACT CHECK: আৰ্চেনিকাম এলবাম ৩০ নামৰ দৰৱটো খালে ক’ৰনা ভাইৰাছ ৰোগৰ পৰা বাচিব পাৰি নেকি?

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে সম্প্ৰতি সমগ্ৰ দেশখনকে ছানি ধৰিছে আৰু ধীৰে ধীৰে এই ৰোগ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি অধিক মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈ আছে । ছচিয়েল মিডিয়াত ক’ৰনা ভাইৰাছৰ বিষয়ে না না উৰা বাতৰি বিয়পিব ধৰিছে ।  […]

Continue Reading

FACT CHECK: এই চৰাইবোৰ 5G ৰেডিয়েছনৰ ফলত মৃত্যুমুখত পৰা নাই!

বহুকেইটা মৃত চৰাইৰ ফটো বিভিন্ন প্ৰোফাইলৰ পৰা আপলোড কৰা হৈছে আৰু ভাইৰেল হৈ পৰিছে, য’ত লিখা হৈছে যে সেই চৰাইসমুহ ৫জি ৰেডিয়েছনৰ বিৰূপ প্ৰভাৱৰ ফলত মৃত্যুমুখত পৰিছে। ফটোত দেখা গৈছে যে এডল মানুহে মাটিত প্ৰানহীন হৈ পৰি থকা কেইটামান চৰাইক পৰ্যবেক্ষন কৰি আছে। তেনেকুৱা পোষ্ট কেইটামান হ’ল: Original Link- Facebook | Archived Link Original Link- […]

Continue Reading

FACT CHECK: এয়া ছৌদি আৰৱৰ পৰা অহা অক্সিজেন টেংকাৰৰ ভিডিঅ’ নহয়।

এখন ৰেলগাড়ীত অক্সিজেন কঢ়িয়াই অনা টেংকাৰৰ এটা ভিডিঅ’ ভাইৰেল হৈছে ছোচিয়েল মিডিয়াত আৰু তাত লিখা হৈছে যে এইসমুহ ছৌদি আৰৱৰ পৰা ভাৰতলৈ অনা হৈছে । Original Link- Facebook | Archived Link আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই আমাৰ চৌব্বিশ ঘন্টীয়া ফেক্টলাইন নম্বৰ ৯০৪৯০৫৩৭৭০লৈ ইয়াৰ সত্যতা নিৰূপনৰ আবেদন লাভ কৰিলো। Archived Link  কিন্তু আমি যেতিয়া সত্যতা নিৰূপন কৰিলো,আমি […]

Continue Reading

FACT CHECK: নষ্ট্ৰাডামূৰ বিষয়ত অস্পষ্ট লিখনি এটা জম্বিৰ আক্ৰমনৰ ভৱিষ্যদ্বানী বুলি শ্বেয়াৰ কৰি থকা হৈছে!

কৰ’ণাভাইৰাছ মহামাৰীৰ আতংক অব্যাহত থকা সময়তে ছোছিয়েল মিডিয়াত কিছুমান পোষ্ট ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে ২০২১চনত জম্বীৰ আৱিৰ্ভাৱ ঘটিব বুলি নষ্ট্ৰাডামুৱে ভৱিষ্যতবাণী কৰি থৈ গৈছে।  ভিডিঅ’ ৰূপত পোষ্টবোৰ অসমত বহুলভাৱে শ্বেয়াৰ কৰা হৈছে ফেচবুক ব্যৱহাৰকাৰীৰ মাজত। ভিডিঅ’ৰ ধাৰাভাষ্যত কোৱা হৈছে,” ১৬শতিকাতেই ফৰাছী জ্যোতিষী নষ্ট্ৰাডামুৱে ভৱিষ্যতবাণী কৰিছিল যে ২০২১চনত জম্বীৰ আৱিৰ্ভাৱ ঘটিব।” ধাৰাভাষ্যকাৰে সকলোকে […]

Continue Reading

FACT CHECK: অসমৰ পৰবৰ্তী মুখ্যমন্ত্ৰী বিজেপি বিধায়ক গণেশ লিম্বু বুলি ভূৱা স্ক্ৰিনশ্বট ভাইৰেল!

শেহতীয়াকৈ অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈ গৈছে আৰু পৰবৰ্তী চৰকাৰ গঠন হবলৈ গৈ আছে । এনে সময়তে পৰবৰ্তী মুখ্যমন্ত্ৰী কোন হব সেই সম্পৰ্কে যথেষ্ট গুণাগুথা চলা দেখা গৈছে আৰু এই সম্পৰ্কে বিভিন্ন পোষ্ট ছোচিয়েল মিডিয়াৰ যোগেদি ভাইৰেল হৈ পৰা দেখা গৈছে ।  এই ধৰণৰ এখন ফটো বা নিউজৰ স্ক্ৰিনশ্বট   হোৱাটছএপৰ যোগেদি বহুল ভাৱে প্ৰচাৰ […]

Continue Reading