FACT CHECK: জুবিন গাৰ্গ আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটো ভুল ব্যাখ্যাৰে ভাইৰেল কৰা হৈছে

যিমানে অসমৰ বিধানসভা নিৰ্বাচন চমু চাপি আহিছে, সিমানেই ছ’চিয়েল মিডিয়াসমুহ নিৰ্বাচনকেন্দ্ৰীক পোষ্ট আৰু ৰাজনৈতিক কথা বতৰাৰে ভৰি পৰিছে। তেনেকুৱা এটা পোষ্টত মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কেইগৰাকীমান সহকৰ্মীৰ সৈতে অসমৰ জনপ্ৰিয় গায়ক, সংগীত পৰিচালক, অভিনেতা, পৰিচালক জুবিন গাৰ্গৰ এখন ফটো বহুল ৰূপত প্ৰচাৰ কৰি থকা হৈছে। ফটোখনৰ লগত লিখা হৈছে যে গায়কজনে শুকুৰবাৰে হিমন্ত […]

Continue Reading

FACT CHECK: কুইন এলিজাবেথে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ দি থকা হ’র্ডিংৰ ভাইৰেল ফটোখন মৰ্ফ কৰা

ব্ৰিটেইনৰ ৰাণী এলিজাবেথৰ এখন ফটো, য’ত লিখা আছে ‘ধন্যবাদ প্ৰধানমন্ত্ৰী মোদী আমাক ভেকচিন প্ৰেৰণ কৰা বাবে। আপুনি এগৰাকী ভাল মানুহ’ ভাইৰেল হৈ পৰিছে। একেই কেপচনেৰে অসমৰ ছ’চিয়েল মিডিয়াত ফটোখন শ্বেয়াৰ কৰি থকা হৈছে। ফেক্ট ক্ৰেছেণ্ডোৰ ফেক্টলাইন নম্বৰ 904 905 3770লৈ এই ফটোখনৰ সত্যতা নিৰূপনৰ বাবে এজন হোৱাটছএপ ব্যৱহাৰকাৰীয়ে প্ৰেৰণ কৰিছিল। Archived Link ফেক্ট ক্ৰেছেণ্ড অসমীয়াই […]

Continue Reading

FACT CHECK: এই ভাইৰেল ভিডিঅ’টো অসমৰ শিৱসাগৰৰ শেহতীয়া ভিডিঅ’ নহয়

শিৱৰাত্ৰী উৎসৱ দেশৰ অন্য প্ৰান্তৰ দৰে অসমতো অতি উলহ মালহেৰে পালন কৰা হৈছিল। বিশেষকৈ উজনিৰ শিৱসাগৰ জিলাৰ শিৱদ’লত লোকে লোকাৰণ্য হৈ পৰে এইবছৰ। তাৰ মাজতে অসমত হোৱাটছএপ আৰু আন ছোচিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত দেখা গৈছে যে এখন মেলাত আয়োজন কৰা ‘মৌত কা কুৱা’ত এটা দুৰ্ঘটনা হয় আৰু এজনী ছোৱালী পৰি যোৱাত […]

Continue Reading

FACT CHECK: বিভ্ৰান্তিকৰ পোষ্টত উল্লেখ কৰা হৈছে যে ১.২৪লাখ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় আৱেদন পত্ৰত নিজৰ ধৰ্মৰ উল্লেখ কৰা নাই।

ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা পোষ্টত দাবী কৰা হৈছে যে কেৰালাত প্ৰায় ১.২৪লাখ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ বিদ্যালয়ৰ নামভৰ্তিৰ আৱেদন পত্ৰখনৰ ধৰ্ম আৰু জাতিৰ স্থানটো উকা কৰি ৰাখিছে।  Original Link- Facebook | Archived Link Original Link- Facebook | Archived Link ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই জানিব পাৰিছো যে সেই দাবী মিছা। তলত উল্লেখ কৰা হৈছে।  সত্যতা নিৰূপন পদ্ধতি  সৰ্ব […]

Continue Reading

Fact Check: কৰ্নাটকাৰ বাছ দুৰ্ঘটনাত ১৭গৰাকী মহিলা চিকিৎসক নিহত হোৱা বুলি ভাইৰেল হোৱা পোষ্ট বিভ্ৰান্তিকৰ।

অসমৰ ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে যে কৰ্নাটকাৰ জেএমএম মেডিকেল কলেজৰ ১৭গৰাকী মহিলা অধ্যাপকে গোৱালৈ এক ভ্ৰমন কৰাৰ সময়ত বাংগালুৰু-পুনে ৰাষ্ট্ৰীয় ঘাইপথত কৰ্নাটকাৰ ডেভাংগেৰে জিলাত সংঘটিত এক ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত হৈছে।  Original Link- Facebook | Archived Link আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈ এগৰাকী হোৱাটছএপ ব্যৱহাৰকাৰীয়ে এটা লিংক প্ৰেৰণ কৰি এইকথাৰ সত্যাসত্য জনাৰ আগ্ৰহ প্ৰকাশ কৰিছে। […]

Continue Reading

FACT CHECK: কাশ্মীৰ মূলীয় সমীৰা ফাজিলীক হোৱাইট হাউচৰ এনইচিৰ সঞ্চালক পদত নিযুক্তি দিয়া হোৱা নাই

অসমত কিছুমান এনেকুৱা ফেচবুক পোষ্ট ভাইৰেল হৈ আছে, য’ত দাবী কৰা হৈছে যে ভাৰতীয় মূলৰ এগৰাকী আমেৰিকানক হোৱাইট হাউচৰ  নেশ্বনেল ইকন’মিক কাউঞ্চিলৰ সঞ্চালক পদত নিযুক্তি দিয়া হৈছে ।  পোষ্টসমুহৰ মতে আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বিডেনে ভাৰতীয় মূলৰ আমেৰিকান তথা অৰ্থনৈতিক উন্নয়ন বিশেষজ্ঞ সমীৰা ফজিলিক হোৱাইট হাউচৰ এক অন্যতম পদবীত অধিস্থিত কৰিছে।  Original Link- Facebook […]

Continue Reading

Fact Check: ভাইৰেল ফটোত থকা মহিলাগৰাকী কানহায়া কুমাৰৰ ভনী নহয়!

কেমেৰাৰ ফালে চাই হাঁহি মাৰি থকা এগৰাকী মহিলাৰ এখন ফটো অসমত ফেচবুকত ভাইৰেল হৈ পৰিছে আৰু তাত দাবী কৰা হৈছে তেওঁ ছাত্ৰনেতা কানহায়া কুমাৰৰ ভনী আৰু তেওঁ এতিয়া ইছৰোৰ এগৰকী বিজ্ঞানী হৈ পৰিছে।  ২০২০ৰ ৩০ডিচেম্বৰত ৰাতিপুৱা ৯বাজি ৫১মিনিটত আব্দুল হাছিব নামৰ ফেচবুক ব্যৱহাৰকাৰী গৰাকীয়ে “বলিষ্ঠ ও সত্যবাদী ছাত্ৰ নেতা কানাইয়া কুমাৰৰ ভগ্নী ভাৰত বৈজ্ঞানীক সংস্হা […]

Continue Reading

FACT CHECK: বিজেপিৰ সাংসদৰ গালৈ চিয়াহী নিক্ষেপ কৰা ভাইৰেল ভিডিঅ’টো পুৰণি আৰু ইয়াৰ কৃষক আন্দোলনৰ সৈতে কোনোধৰণৰ সম্পৰ্ক নাই!

ছ’চিয়েল মিডিয়াত এনেকুৱা এটা ভিডিঅ’ শ্বেয়াৰ কৰি থকা হৈছে, য’ত এজন বিজেপি সাংসদক হাৰিয়ানাৰ কৃষকে মাৰধৰ কৰি মুখলৈ চিয়াহী দলিয়াই দিয়া দেখা গৈছে আৰু সেই ভিডিঅ’টোত দাবী কৰা হৈছে যে সেয়া চলি থকা কৃষক আন্দোলনৰ দৃশ্য।  ভিডিঅ’টোত আমি এদল কৃষকে এজন পাগুৰী পিন্ধা লোকক মাৰপিট কৰা দেখা গৈছে। তাত দাবী কৰি লিখা হৈছে যে প্ৰহৃত […]

Continue Reading

FACT CHECK: প্ৰধানমন্ত্ৰী মোডীয়ে শিৰনত কৰি থকা মহিলাগৰাকী আডানিৰ পত্নী নহয়!

এগৰাকী মহিলাৰ সমুখত প্ৰধানমন্ত্ৰী মোডীয়ে হাতযোৰ কৰি শিৰনত কৰি থকা এখন ফটো বিভিন্ন ভাষাত ভাইৰেল হৈ পৰিছে আৰু দাবী কৰা হৈছে যে মহিলাগৰাকী উদ্যোগপতি গৌতম আডানিৰ পত্নী ।  আব্দুল হাছিব নামৰ এঝন ফেচবুক ব্যৱহাৰকাৰীয়ে তেনেকুৱা এটা পোষ্ট কৰিছে আৰু ফটোখন শ্বেয়াৰ কৰি লিখিছে “এই ফটোত দেখা মহিলাজনী গুজৰাটী ব্যৱসায়ী আদানি”ৰ পত্নী,,,, আৰু হাত জোৰ কৰা […]

Continue Reading

Fact Check: এই ভাইৰেল ভিডিঅ’টোত প্ৰহৃত হোৱা লোকজন বিজেপি নেতা নহয়!

কেন্দ্ৰীয় চৰকাৰে শেহতীয়াভাৱে প্ৰনয়ন কৰা কৃষক আন্দোলনত দেশৰ ভিন্ন প্ৰান্তৰ কৃষকে যোগদান কৰিছে। এই আন্দোলনসমুহে সকলোৰে দৃষ্টি আকৰ্শন কৰিছে আৰু ছ’চিয়েল মিডিয়াতো ইয়াকে লৈ বিভিন্ন প্ৰতিক্ৰিয়াৰ জোৱাৰ উঠিছে। ফেক্ট ক্ৰেছেণ্ডো আছামিজে কৃষক আন্দোলনৰ সৈতে জৰিত তেনেকুৱা বহু দাবীৰ সত্যতা নিৰুপন কৰিছো।  তাৰ মাজতে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ আছে, যিটোত দেখা গৈছে এজন লোকক […]

Continue Reading