এই দৃশ্য লক্ষ্ণৌৰ শেহতীয়া বজ্ৰপাতৰ নহয়।

শেহতীয়াকৈ উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত হোৱা প্ৰচণ্ড বৰষুণ আৰু বিজুলী ঢেৰেকণিৰ তথা বজ্ৰপাতত ২০জন লোকৰ মৃত্যু হোৱা বুলি বাতৰিত প্ৰকাশ। চ’চিয়েল মেডিয়াত লক্ষ্ণৌৰ এই ঘটনা সম্পৰ্কে বহুতো পোষ্ট শ্বেয়াৰ হোৱা দেখা গৈছে। এনে সময়তে লক্ষ্ণৌৰ বজ্ৰপাতৰ দৃশ্য বুলি এটা ভিডিঅ’ চ’চিয়েল মেডিয়াত শ্বেয়াৰ হৈছে। এই ভিডিঅ’টোৰ তথ্য পৰীক্ষা কৰিবলৈ আমাৰ হোৱাটচ‌এপ নম্বৰলৈও অনুৰোধ আহিছিল। Archived Link […]

Continue Reading

স্পেইনৰ পুৰণি ভিডিঅ’কে লিবিয়াৰ বান আৰু ধুমুহাৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে।  

লিবিয়াত ভূমধ্যসাগৰীয় বিশাল ধুমুহাত বান্ধ ফাটি যোৱা, অট্টালিকা বুৰাই পেলোৱা আৰু পূব উপকূলীয় চহৰ ডেৰ্নাৰ এক চতুৰ্থাংশ পৰ্যন্ত ধ্বংস কৰি পেলোৱা বানপানীত হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱাৰ লগতে কমেও ১০ হাজাৰ লোক নিৰুদ্দিষ্ট হৈছে। ডেনিয়েল নামৰ এই ধুমুহাত দুটা মথাউৰি ফাটি যোৱাৰ ফলত উপকূলীয় চহৰ ডেৰ্নাত ভয়ংকৰ বানপানীৰ সৃষ্টি হয়। এই পটভূমিতে বানপানীয়ে যান-বাহন উটুৱাই […]

Continue Reading

এটা অট্টালিকাৰ পিছফালে দেখা পোৱা প্ৰচণ্ড ঘূৰ্ণীবতাহ আৰু বিজুলী ঢেৰেকণিৰ ভিডিঅ’টো লিবিয়াৰ হয়নে?

শেহতীয়াকৈ লিবিয়াত হোৱা ডেনিয়েল নামৰ প্ৰচণ্ড সামুদ্ৰিক ধুমুহা আৰু বানপানীৰ ফলত সহস্ৰাধিক লোকৰ মৃত্যু হোৱাৰ লগতে অসংখ্য লোক গৃহহাৰা হৈছে। এনে সময়তে লিবিয়াৰ ধুমুহা, বানপানীৰ বুলি এটা ভিডিঅ’ ভাইৰেল হৈছে চ’চিয়েল মেডিয়াত।  এনেধৰণৰ ভিডিঅ’ ফেচবুকতো আমি পালোঁ। Facebook Link | Archived Link Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ […]

Continue Reading

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সোণৰ আবক্ষ মূৰ্তি চৌদি আৰৱত নিৰ্মাণ কৰা হোৱা নাই।

চৌদি আৰৱত মোডীৰ সোণৰ মূৰ্তি স্থাপন কৰা বুলি দাবী কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সোণৰ আবক্ষ মূৰ্তি দেখুওৱা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ফুটেজত নৰেন্দ্ৰ মোডীৰ আধা দৈৰ্ঘ্যৰ সোণৰ মূৰ্তি প্ৰদৰ্শিত হোৱা দেখা গৈছে, ‌য’ত স্পষ্টকৈ লিখা আছে ১৫৬ গ্ৰাম বুলি। এই ভিডিঅ’টো আমাৰ হোৱাটচ‌এপ নম্বৰলৈও আহিছিল আৰু কেপশ্বন লিখা আছিল এইদৰে – “আৰবে […]

Continue Reading

 মৰক্কোৰ ভূমিকম্পৰ পূৰ্বে আকাশত এনেকৈ বিজুলী ঢেৰেকনি অহা নাছিল।  

মৰক্কোৰ শেহতীয়া ভূমিকম্পৰ পাছত চ’ছিয়েল মিডিয়াত বিভিন্ন বিভ্ৰান্তিকৰ তথ্য, ভুৱা খবৰ, বিসংগতিপূৰ্ণ দৃশ্য ভাইৰেল হৈ পৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে আমি তেনেকুৱা বিভিন্ন ভুৱা খবৰৰ সত্যতাও নিৰূপণ কৰিছোঁ। ১৪চেপ্তেম্বৰ ২০২৩ ৰাতিপুৱাৰ ভাগত আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈ এগৰাকী ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ প্ৰেৰণ কৰি সেই ভিডিঅ’টোৰ সত্যতা জানিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে।  মৰক্কোৰ সেই বৰভূইকঁপৰ পূৰ্বে মৰক্কোৰ আকাশত ভয়ংকৰ […]

Continue Reading

এই সকলোবোৰ দৃশ্য মৰক্কোৰ শেহতীয়া ভূমিকম্পৰ নহয়।

যোৱা ৮ চেপ্তেম্বৰত মৰক্কোত হোৱা বিধ্বংসী ভূমিকম্পৰ ফলত বহু লোকৰ মৃত্যু হোৱাৰ লগতে অসংখ্য লোক গৃহহাৰা হয়। এনে সময়তে চ’চিয়েল মেডিয়াত মৰক্কোৰ ভূমিকম্পৰ বুলি কিছুমান ফটো আৰু ভিডিঅ’ ক্লিপ ভাইৰেল হৈছে। DA News Plus নামৰ প’ৰ্টেল এটাই মৰক্কোৰ ভূমিকম্পৰ দৃশ্য বুলি ফেচবুকত এটা ভিডিঅ’ আপলোড কৰিছিল। Facebook Link | Archived Link এই দৃশ্যসমূহ মৰক্কোৰ শেহতীয়া […]

Continue Reading

এয়া মৰক্কোৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য হয়নে?

শুকুৰবাৰে গভীৰ নিশা মৰক্কোত প্ৰচণ্ড ভূমিকম্পৰ সৃষ্টি হয়। যাৰ তীব্ৰতা ৰিখটাৰ স্কেলত আছিল ৬.৮ । পৰ্যটনৰ বাবে বিখ্যাত মাৰাকেছ চহৰৰ পৰা ৭১ কিলোমিটাৰ দক্ষিণ-পশ্চিমে ১৮.৫ কিলোমিটাৰ গভীৰতাত ভূমিকম্পৰ কেন্দ্ৰবিন্দু বুলি জানিব পৰা গৈছে। এই দুৰ্ঘটনাত নিহতসকলৰ বাবে বিশ্বৰ সকলো দেশেই দুখ আৰু শোক প্ৰকাশ কৰিছে। ইফালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও জি-২০ সন্মিলনৰ সময়ত মৰক্কো দুৰ্ঘটনাত […]

Continue Reading

মৰক্কোৰ ভূমিকম্প বিধ্বস্ত মছজিদত আজান দিয়া বুলি প্ৰচাৰিত দৃশ্যটো ২০১৭ চনৰে পুৰণি দৃশ্য। 

মৰক্কোৰ হাই এটলাছ পৰ্বতত বিগত ৮ ছেপ্টেম্বৰত হোৱা ৬.৮ ৰিখটাৰ প্ৰাবল্যৰ এক শক্তিশালী ভূমিকম্পত ১০০০ৰো অধিক লোকে প্ৰাণ হেৰুওৱাৰ লগতে ৩০০ৰো অধিক লোক আহত হয় আৰু অসংখ্য অট্টালিকাৰ ক্ষতিসাধন হয়। মৰক্কোৰ চতুৰ্থ বৃহত্তম চহৰ মাৰাকেছৰ পৰা ৭৫ কিলোমিটাৰ পশ্চিমে এই ভয়ংকৰ ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল। এই ঘটনাৰ পাছত চ’ছিয়েল মিডিয়াত ভূমিকম্পৰ প্ৰভাৱৰ কিছুমান ভিডিঅ’ আৰু ফটোৰ […]

Continue Reading

 ২০২০চনৰে পুৰণি ভিডিঅ’ শেহতীয়া মৰক্কো ভূমিকম্পৰ দৃশ্য বুলি শ্বেয়াৰ কৰা হৈছে।

যোৱা ৮ ছেপ্টেম্বৰত মৰক্কোৰ হাই এটলাছ পৰ্বতত হোৱা ৬.৮ ৰিখটাৰ প্ৰাবল্যৰ এক শক্তিশালী ভূমিকম্পত ১০০০ৰো অধিক লোকে প্ৰাণ হেৰুওৱাৰ লগতে ৩০০ৰো অধিক লোক আহত হয় আৰু অসংখ্য অট্টালিকাৰ ক্ষতিসাধন হয়। মৰক্কোৰ চতুৰ্থ বৃহত্তম চহৰ মাৰাকেছৰ পৰা ৭৫ কিলোমিটাৰ পশ্চিমে এই ভয়ংকৰ ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল। এই ঘটনাৰ ফলত চ’ছিয়েল মিডিয়াত ভূমিকম্পৰ প্ৰভাৱৰ কিছুমান ভিডিঅ’ আৰু ফটোৰ […]

Continue Reading

ইছৰোৰ মুৰব্বী এচ সোমনাথ আৰ এছ এছৰ কাৰ্যালয়লৈ যোৱা নাছিল।

শেহতীয়াকৈ আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এটা ভিডিঅ’ ফ’ৰৱাৰ্ড কৰা হৈছিল। ভিডিঅ’টোত কেপশ্বন দিয়া আছিল এইদৰে – “বাংগালুৰুত আৰ এছ এছৰ (RSS)কাৰ্যালয়ত ইছৰোৰ (ISRO)মুৰব্বী সোমনাথ জী।বামপন্থী,চেকুলাৰ,সমাজবাদী সকলক কঠিন হৃদস্পন্দন দিব এই ভিদিঅ টোৱে 😂 #জয়মাভাৰতী 🚩🚩”। ভিডিঅ’টোত ইছৰোৰ মুৰব্বী এচ সোমনাথক এজন ব্যক্তিয়ে সম্বৰ্ধনা জনোৱা দেখা গৈছে। দাবী কৰা হৈছে যে এই ভিডিঅ’টো বাংগালুৰুৰ আৰ এছ এছ […]

Continue Reading