এই ভিডিঅ’টো ছিকিমৰ শেহতীয়া ডাৱৰ বিস্ফোৰণৰ নহয়।

কিছুদিন আগতে উত্তৰ ছিকিমত এক ভয়াৱহ বান পৰিস্থিতিৰ সন্মুখীন হৈছিল। বহু লোকৰ মৃত্যু আৰু বহু লোক নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে। প্ৰচণ্ড বৰষুণৰ ফলত ছিকিমৰ উত্তৰ অংশত অৱস্থিত হিমবাহৰ হ্ৰদ এটা ফাটি যায়। ইয়াৰ ফলত তীস্তা নদীৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ ফলত বানপানীৰ সৃষ্টি হয়। ফলত ছিকিম মংগন, গাংটক, পাকয়ং, নামচিৰ চাৰিখন জিলা গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হয়। […]

Continue Reading

কৰ্মচাৰী আৰু পেঞ্চনাৰৰ মৰগীয়া বানচ ৫শতাংশ বৃদ্ধি হোৱা বুলি তিনি বছৰ পুৰণি ভিডিঅ’ ভাইৰেল।

শেহতীয়াভাৱে অসমৰ হোৱাটছএপক এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন আৰু তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ পূৰ্বৰ কেবিনেট মন্ত্ৰী প্ৰকাশ জাভৰেকাৰে এটা ঘোষণা কৰিছে। তেওঁ উল্লেখ কৰিছে যে কেন্দ্ৰীয় চৰকাৰৰ মোদী কেবিনেটৰ সিদ্ধান্ত মৰ্মে কেন্দ্ৰীয় চৰকাৰৰ ৫০লাখ কৰ্মচাৰী তথা ৫৬ লাখ পেঞ্চনাৰৰ মৰগীয়া বানচ বৃদ্ধি কৰাৰ […]

Continue Reading

কম্বোডিয়াৰ বাঘৰ পুৰণি ফটো বৰপেটাৰ পাটবাউসীত ওলোৱা বাঘৰ বুলি ভাইৰেল। 

শেহতীয়াভাৱে এখন ফটো অসমৰ হোৱাটছএপত বাৰুকৈয়ে ভাইৰেল হৈ পৰিছে। নিশাৰ অৰণ্যত বিচৰণ কৰি থকা এটা বাঘৰ ফটোখন ভাইৰেল কৰি দাবী কৰা হৈছে যে সেইখন বৰপেটা জিলাৰ পাটবাউসীত ওলোৱা বাঘৰ ফটো। বহুতে সেইখন নিজৰ হোৱাটছএপ ষ্টেটাছতো লগোৱা আমাৰ নজৰত পৰিছে। Archived Link  কিন্তু এই দাবীটো সত্য হয়নে? বৰপেটাত সঁচাকৈয়ে বাঘ ওলাইছিল নেকি? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই […]

Continue Reading

এই দুগৰাকী মহিলা বন্দে ভাৰত এক্সপ্ৰেছৰ লোকো পাইলট নহয়।

ৰে’লৱে প্লেটফৰ্মত ৰে’লৰ ফালে খোজ কাঢ়ি যোৱা দুগৰাকী মহিলাৰ বেকগ্ৰাউণ্ডত বলীউডৰ সংগীত বাজি থকা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এইবুলি যে এই মহিলাসকল ভাৰতৰ বন্দে ভাৰত এক্সপ্ৰেছৰ লোকো পাইলট। পোষ্টটোৰ কেপচনত লিখা আছে, “বন্দে ভাৰত ট্ৰেইন লোকো পাইলটছ ক্ৰু.. আপুনি কেতিয়াবা এই আচৰিত দৃশ্যটো কল্পনা কৰিব পাৰিলেহেঁতেননে? কয়লা চালিত ইঞ্জিন চালকৰ পৰা আৰম্ভ […]

Continue Reading

পুৰণি ভিডিঅ’ এটা শ্বাহৰুখ খানৰ আহিবলগীয়া ছবি ডাংকিৰ লগত জড়িত কৰি ভাইৰেল কৰা হৈছে।

বক্স অফিচত হাজাৰ কোটি টকাৰ উল্লেখযোগ্য ‘জৱান’ৰ অবিৰত সফলতাৰ মাজতে ‘ডাংকি’ এক উল্লেখযোগ্য সাংস্কৃতিক বিষয় হিচাপে আত্মপ্ৰকাশ কৰিছে। ৰাজকুমাৰ হিৰাণীৰ দ্বাৰা পৰিচালিত এই ছবিখন এছ আৰ কে আৰু প্ৰশংসিত চলচ্চিত্ৰ নিৰ্মাতাগৰাকীৰ মাজৰ প্ৰথম ক’লাবৰেশ্বন। ডাংকিক লৈ জল্পনা-কল্পনা চলি আছে যে ই হয়তো মালয়ালম চিনেমা চিআইএ (কমৰেড ইন আমেৰিকা)ৰ পুনৰ্নিৰ্মাণ হ’ব পাৰে। ২০১৭ চনত অমল নীৰদৰ […]

Continue Reading

দিল্লী এনচিআৰৰ ভূমিকম্প বুলি তুৰস্কৰ পুৰণি দৃশ্য ভাইৰেল কৰা হৈছে। 

শেহতীয়াভাৱে এটা ভিডিঅ অসমৰ হোৱাটছএপত বাৰুকৈয়ে ভাইৰেল হৈছে। ভিডিঅ”টো ভূমিকম্পত আক্ৰান্ত অট্টালিকা আৰু অঞ্চলৰ।  যোৱা মঙলবাৰে দিল্লী এনচিআৰকে ধৰি উত্তৰ ভাৰতৰ বহু ৰাজ্যত ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছিল। যাৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৬.২ আছিল। দুপৰীয়া প্ৰায় ২:৫১ মান বজাত ভূমিকম্পৰ প্ৰচণ্ড কম্পন অনুভৱ কৰা হৈছিল। যাৰ কেন্দ্ৰবিন্দু নেপাল বুলি কোৱা হৈছিল। এই ভূমিকম্পৰ সন্দৰ্ভত ছ’চিয়েল […]

Continue Reading

মনমোহন সিং আৰু ৰাহুল গান্ধীৰ জন্মদিন সম্পৰ্ক মিছা তথ্য ভাইৰেল কৰা হৈছে। সত্যটো কি জানক।

শেহতীয়াভাৱে এটা ফেচবুক পোষ্টৰ স্ক্ৰিণশ্বট অসমৰ হোৱাটছএপত ভাইৰেল হৈ পৰিছে। যিটো পোষ্টত ৰাহুল গান্ধী,ছোনিয়া গান্ধী আৰু ডঃ মনমোহন সিঙৰ জন্মদিনক লৈ কিছুমান অৰ্ধসত্য কথা উল্লেখ কৰা হৈছে। ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে ডাঃ মনমোহন সিঙৰ জন্মদিনটো ২৬ ছেপ্টেম্বৰত আন্তঃৰাষ্ট্ৰীয় বধিৰ-অন্ধ দিৱস উদযাপনৰ দিনটোতেই। ছোনিয়া গান্ধীৰ জন্মদিন ৯ ডিচেম্বৰত দুৰ্নীতি বিৰোধী দিৱসত পৰে। ৰাহুল গান্ধীৰ জন্মদিন ১৯৭০ […]

Continue Reading

তিনি প্ৰজন্মৰ জিমনাষ্ট একেলগে। ৰাছিয়াত আইতা আৰু মাৰ লগত জিমনাষ্টিক কৰিলে নেকি কিশোৰীয়ে? সত্যটো কি জানক।  

শেহতীয়াভাৱে এটা ভিডিঅ অসমৰ হোৱাটছএপত বাৰুকৈয়ে ভাইৰেল হৈছে। ভিডিঅ’টোত দেখা গৈছে তিনিগৰাকী মহিলা জিমনাষ্টে একেলগে খেল প্ৰদৰ্শন কৰিছে। দাবী কৰা হৈছে যে তেওঁলোক তিনিও একেটা পৰিয়ালৰে। তিনিটা প্ৰজন্মৰ তিনিগৰাকী জিমনাষ্ট। আইতাক, মাক আৰু জীয়ৰী।  Archived Link  কিন্তু এই দাবীটো সত্য হয়নে? তেওঁলোক একেটা পৰিয়ালৰে হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ […]

Continue Reading

স্বৰ্ণ মন্দিৰে জাৰি কৰা বুলি ভাইৰেল হোৱা এই জাননীখন ভুৱা।

কানাডাৰ শিখ সম্প্ৰদায়ৰ মাজত খালিস্তান বিষয়ক লৈ ভাৰত আৰু কানাডাৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে অমৃতসৰৰ স্বৰ্ণ মন্দিৰ (শ্ৰী হৰমন্দিৰ চাহাব)ৰ পৰা অহা বুলি দাবী কৰা এখন জাননী ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। ভাইৰেল জাননী অনুসৰি বহিঃৰাজ্যৰ সকলো গুৰুদ্বাৰে ভাৰত বিৰোধী যিকোনো কাৰ্যকলাপৰ সমৰ্থন তৎক্ষণাত বন্ধ কৰিব লাগিব যিয়ে পৃথক জাতিৰ আহ্বান জনায় আৰু শিখ ধৰ্ম […]

Continue Reading

ফ্লিপকাৰ্টে সঁচাকৈ বিগ বিলিয়ন ডে উপলক্ষে বিনামূলীয়া পুৰস্কাৰ দিছে নেকি? 

অতি শেহতীয়াভাৱে আমাৰ অসমৰ হোৱাটছএপত এটা লিংক বাৰুকৈয়ে ভাইৰেল হোৱা দেখা গৈছে। লিংকটোত কোৱা হৈছে যে অগ্ৰনী ই-কমাৰ্চ প্ৰতিস্থান Flipkartএ তেওঁলোকৰ বিগ বিলিয়ন ডে উপলক্ষে প্ৰাইজ অৰ্থাত বিনামূলীয়া পুৰস্কাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে। সেই লিংকটোত ক্লিক কৰি সেই উপহাৰ লাভ কৰিব পাৰিব গ্ৰাহকে। আনকি আমালৈয়ো অনুৰূপ মেছেজ আহিছে সেই লিংকটোৰে সৈতে।  Archived Link কিন্তু দাবীটো সত্য […]

Continue Reading