ৰোহিত শৰ্মাই বাবৰ আজমক বিশ্বকাপৰ ট্ৰফী দেখুৱাই জিভা উলিয়াই ভেঙুচালি কৰিছে নেকি? সত্যটো কি?

শেহতীয়াভাবে অসমত এখন ফটো ভাইৰেল হৈ পৰিছে। ফটোখনত ভাৰতীয় ক্ৰিকেট দলৰ বিশ্বকাপ বিজয়ী অধিনায়ক ৰোহিত শৰ্মাক এখন বাছৰ খিৰিকীৰে বিশ্বকাপটো দাঙি ধৰি জিভা উলিয়াই খিৰিকীৰ সিপাৰে থকা পাকিস্তানৰ ক্ৰিকেট দলৰ অধিনায়ক বাবৰ আজমক কটাক্ষ কৰা যেন দেখা গৈছে। এগৰাকী ব্যৱহাৰকাৰীয়ে আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049052770লৈ সেই ফটোখন প্ৰেৰণ কৰি সুধিছে- ৰোহিত শৰ্মাই এনেকৈ পাকিস্তানী বাবৰ […]

Continue Reading

ডেভিদ মিলাৰে টি২০ৰ পৰা অৱসৰ ঘোষণা কৰা কথাটো সত্য নহয়। এয়া এক উৰাবতৰি হে। 

শেহতীয়াভাবে অসমত এটা খবৰ বিয়পিছে যে দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ ডেভিদ মিলাৰে টি২০ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ মেছেজ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে সেই তথ্য সত্য নে অসত্য জানিবলৈ বিচাৰিছিল। Archived Link  কিন্তু এই দাবী সত্য হয়নে?    আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি প্ৰথমতে […]

Continue Reading

মহিলা হকী বিশ্বকাপৰ ফাইনেলত ভাৰতে অষ্ট্ৰেলিয়াক পৰাস্ত কৰা দাবীটো সঁচা নহয়।   

শেহতীয়াভাৱে অসমৰ ফেচবুকত এটা ভিডিঅ’ বহুলভাৱে প্ৰচাৰ হৈছে। ভাৰতীয় মহিলা হকী দলটোৱে কোনো এখন খেলত জয়লাভৰ অন্তত ট্ৰফীটো হাতত লৈ আনন্দ উল্লাস কৰা ভিডিঅ’টো শ্বেয়াৰ কৰি দাবী কৰা হৈছে ভাৰতীয় মহিলা হকী দলটোৱে মহিলা হকীৰ বিশ্বকাপত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ক্ৰিকেট বিশ্বকাপত অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলটোৱে ভাৰতীয়া ক্ৰিকেট দলটোক পৰাস্ত কৰাৰ পোতক তুলিলে।  এগৰাকী ব্যৱহাৰকাৰীয়ে সেই ভিডিঅ’টো […]

Continue Reading

মেছিয়ে সাৱটি ধৰা মহিলাগৰাকী তেওঁৰ মাক নহয়

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰি মেছিয়ে নিজৰ মাতৃক সাৱটি ধৰা বুলি দাবী কৰা হৈছে। পোষ্টটোত দিয়া ভিডিঅ’টোত দেখা গৈছে যে আৰ্জেণ্টিনাৰ ফুটবলাৰ লিয়নেল মেছিয়ে শান্তভাৱে খোজ কাঢ়ি গৈ আছে আৰু তেতিয়া পিছফালৰ পৰা এগৰাকী মহিলা তেওঁৰ ওচৰলৈ আহে আৰু মেছিয়ে তেওঁক সাৱটি ধৰে আৰু মহিলাগৰাকী আৱেগিক হৈ পৰে। পোষ্টটোৰ কেপচনত লিখা আছে, “মাতৃক […]

Continue Reading

পেপচিৰ বেশত বিয়েৰ! এইখন কাটাৰৰ ফিফা বিশ্বকাপ ২০২২ৰ ছবি হয় নে? 

ইছলামিক ৰাষ্ট্ৰ কাটাৰত সম্প্ৰতি চলি আছে ২০২২ চনৰ ফিফা বিশ্বকাপ। যেতিয়া পৰা কাটাৰক বিশ্বকাপ আয়োজনৰ অধিকাৰ প্ৰদান কৰা হৈছিল, তেতিয়াৰে পৰা স্থানীয় আয়োজক আৰু বিশ্ব ফুটবলৰ নেতাসকলে জোৰ দি আহিছে যে বিয়েৰ অনুৰাগীৰ বাবে উপলব্ধ হ’ব। কিন্তু আন্তঃৰাষ্ট্ৰীয় ফুটবল শাসক সংস্থা ফিফাই ইভেণ্টৰ প্ৰথমখন খেলৰ দুদিন পূৰ্বে বিশ্বকাপৰ মেচৰ সময়ত ষ্টেডিয়ামৰ ভিতৰত মদ্যপান নিষিদ্ধ কৰাৰ […]

Continue Reading