FACT CHECK: উত্তৰ মেৰুত প্ৰকাণ্ড চন্দ্ৰটোৱে সূৰ্যক গ্ৰহন লগোৱা দৃশ্যৰ ভিডিঅ’টো মিছা

এটা ভিডিঅ’ত দেখা গৈছে এক খালি পৰিবেশ য’ত প্ৰকাণ্ড চন্দ্ৰই সূৰ্যক গ্ৰহণ লগাইছে। ভিডিঅ’টোত সূৰ্যক গ্ৰহণ লগোৱাৰ পূৰ্বে চন্দ্ৰটো ভূ-পৃষ্ঠৰ একেবাৰে সমীপত দেখা গৈছে আৰু এটা অন্ধকাৰময় পৰিবেশৰ সূচনা কৰি দিগন্তত বিলিন হৈ গৈছে। ছোচিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ভিডিঅ’টো শ্বেয়াৰ কৰি আছে আৰু দাবী কৰি আছে যে এই ভিডিঅ’টো ৰাছিয়া আৰু কানাডাৰ মাজৰ উত্তৰ মেৰুৰ। Original […]

Continue Reading

সঁচাকৈ ২৯ এপ্ৰিল, ২০২০ তাৰিখে পৃথিৱী ধ্বংস হব নেকি?

ফেচবুক লিংক | সংৰক্ষিত লিংক যি সময়ত ক’ৰনা ভাইৰাছে সমগ্ৰ বিশ্বতে খলকনিৰ সৃষ্টি কৰিছে আৰু চাৰি হেজাৰতকৈয়ো অধিক মানুহ মৃত্যু মুখত পৰিছে, পৃথিৱীলৈ আহিবলগীয়া আন এক বিভীষিকাৰ বাতৰিয়ে এই মুহূৰ্তত ছচিয়েল মিডিয়াত তোলপাৰ লগাইছে । হিমালয় সমান ডাঙৰ এক গ্ৰহানুয়ে পৃথিৱীক এপ্ৰিল ২৯ তাৰিখে আঘাত কৰিব আৰু পৃথিৱী সেইদিনা ধ্বংস হব বুলি বিভিন্নজনে ফেচবুকত পোষ্ট […]

Continue Reading