ব্যংগ: দ্য নিউয়ৰ্ক টাইমছে তেওঁলোকৰ ২৬ ছেপ্টেম্বৰৰ সংস্কৰণত প্ৰধানমন্ত্ৰী মোডীৰ ছবি প্ৰকাশ কৰা নাছিল

প্ৰধানমন্ত্ৰী মোডীয়ে যোৱা ২৫ ছেপ্টেম্বৰত ইউনাইটেড ষ্টেটছ অৱ আমেৰিকালৈ তেওঁৰ চৰকাৰী ভ্ৰমণ সমাপ্ত কৰিছে। তেওঁ নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৭৬ তম অধিৱেশনত ভাষণ দিছিল আৰু কোৱাড (QUAD) নেতাসকলৰ সন্মিলনতো অংশগ্ৰহণ কৰিছিল। তেওঁৰ ভ্ৰমণকালত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বিডেন আৰু উপ ৰাষ্ট্ৰপতি কমলা হেৰিছক সাক্ষাৎ কৰে। ইয়াৰ মাজতে, নিউয়ৰ্ক টাইমছৰ প্ৰথম পৃষ্ঠাত প্ৰধানমন্ত্ৰী মোডীক “পৃথিৱীৰ […]

Continue Reading

FACT CHECK: বিয়াৰ দিনা গুটখা চোবাই থকাৰ বাবে কইনাই দৰাক মাৰপিট কৰা ভিডিঅ’টোৰ আঁৰৰ কাহিনী

বিভিন্ন সংবাদ মাধ্যমে এটা ভাইৰেল ভিডিঅ’ৰ ওপৰত ভিত্তি কৰি পৰিবেশন কৰা এটা বাতৰিত দাবী কৰা হৈছে যে এখন বিয়াত এজনী কইনাই গুটখা চোবাই থকা বাবে দৰাক মাৰপিট কৰিছে। বাতৰিসমুহ এটা ভাইৰেল ভিডিঅ’ সম্পৰ্কত ছ’চিয়েল মিডিয়াত দিয়া এটা পোষ্টক কেন্দ্ৰ কৰি কৰা হৈছে।  Facebook Post | Archived Link Facebook Post | Archived Link ভাইৰেল ভিডিঅ’টোত দেখা […]

Continue Reading

FACT CHECK: ‘চিএনএন’য়ে তালিবানক মাস্ক পিন্ধাৰ বাবে শলাগিছে বুলি ভাইৰেল হোৱা নিউজ ৰিপৰ্টৰ স্ক্ৰিনশ্বট দৰাচলতে এক ব্যঙ্গাত্মক লিখনিৰ ৱেবছাইটৰ হয়

আফগানিস্তানৰ শেহতীয়া পট পৰিৱৰ্তনৰ ঘটনাবহুল পৰিস্থিতিৰ সময়ত ছ’চিয়েল মিডিয়াত এই সম্পৰ্কে বিভিন্ন পোষ্ট দেখা গৈছে । এনে ধৰণৰ এক পোষ্ট বৰ্তমান ভাইৰেল হৈ পৰিছে য’ত এক নিউজ ৰিপৰ্টৰ স্ক্ৰিনশ্বট দেখা গৈছে । উক্ত নিউজ ৰিপৰ্টটোত উল্লেখ কৰা হৈছে যে, “চিএনএন’য়ে তালিবানক আক্ৰমণৰ সময়ত মাস্ক পিন্ধাৰ বাবে শলাগিছে” । উক্ত স্ক্ৰিনশ্বটটো চিএনএন’ৰ লাইভ নিউজৰ স্ক্ৰিনগ্ৰেব যেন […]

Continue Reading

FACT CHECK: ইভিএমৰ সমুখত মোডীয়ে প্ৰাৰ্থনা কৰি থকা ফটোখন মৰ্ফ কৰা হয়!

এটা ইলেক্ট্ৰনিক ভোটিং মেছিনৰ সমুখত মোডীয়ে হাতজোৰ কৰি প্ৰাৰ্থনা কৰি থকা এখন ফটো শেহতীয়াভাৱে অসমত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অসমীয়া ভাই নামৰ এক ফেচবুক পে’জত  উক্ত ভাইৰেল ফটোখন “EVM পূজা!” শীৰ্ষকেৰে আপলোড কৰা হৈছিল । নৱেম্বৰৰ ১০ তাৰিখে ১২ বাজি ০৩ মিনিটলৈকে পোষ্টটোত ১৫৮টা ৰিয়েকছন,২৮টা কমেন্ট আৰু ২৮টা শ্বেয়াৰ হয়। Original Link-Facebook | Archived […]

Continue Reading