ভাইৰেল সংসদ কেণ্টিনৰ নিৰিখৰ তালিকাখন এতিয়াৰ নহয়!

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট শেহতীয়াকৈ দিল্লীৰ জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিত হোষ্টেলৰ ভাড়া বঢ়োৱাকলৈ আন্দোলন আৰম্ভ হোৱাৰ পাছতেই এখন বিশেষ খোৱা বস্তুৰ নিৰিখৰ তালিকা ভাইৰেল হৈ পৰিছে । ভাৰতৰ সংসদৰ কেণ্টিনৰ বৰ্তমানৰ নিৰিখৰ তালিকা বুলি শ্বেয়াৰ হোৱা এই তালিকাখনে ছচিয়েল মিডিয়াত তোলপাৰ লগাইছে । তালিকাখনত খোৱা বস্তুৰ নিৰিখ বর্তমানৰ বজাৰ মূল্যৰ তুলনাত অতি কমকৈ নিৰ্ধাৰণ কৰা […]

Continue Reading

পাকিস্তানী স্পাই সুন্দৰীৰ জালত পৰা সেনা যোৱানজন অসমৰ নহয়!

 ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট সম্প্ৰতি অসমৰ বিভিন্ন সংবাদ মাধ্যম আৰু ছচিয়েল মিডিয়া যেনে ফেচবুক আৰু হোৱাটচ এপ্পত এক বিশেষ বাতৰিয়ে তোলপাৰ লগাইছে । বাতৰিটোত কোৱা হৈছে যে অসমৰ এজন সেনা যোৱানে পাকিস্তানী স্পাই সুন্দৰীৰ জালত পৰি সেনাৰ বহুতো গোপনীয় তথ্য পাকিস্তানী যুৱতী গৰাকীক প্ৰদান কৰিলে । ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট বাতৰিটোত আৰু কোৱা […]

Continue Reading

ভাৰত-পাকিস্তানৰ মাজত মিঠাই বিনিময়ৰ ভাইৰেল ভিডিঅ’টো ২০১৫ চনৰ হয়!

ফেচবুক পোষ্টৰ | সংৰক্ষিত পোষ্ট  দেৱালীৰ ঠিক পাছতেই এটা বিশেষ ভিডিঅ’  ছচিয়েল মিডিয়াৰ দ্বাৰা সমগ্ৰ দেশতে ভাইৰেল হৈ পৰিছে । ফেচবুক আৰু হোৱাটচ এপ্পত বিশেষকৈ বহুল ভাৱে প্ৰচাৰ হোৱা এই ভিডিঅ’টোত ভাৰত আৰু পাকিস্তানৰ সৈন্যক মিঠাই আৰু নানা উপহাৰ বিনিময় কৰা দেখা গৈছে । ভিডিঅ’টো শ্বেয়াৰ কৰোঁতে দাবী কৰা হৈছে যে এই ভিডিঅ’টো শেহতীয়াকৈ হৈ […]

Continue Reading

মনোজ তিৱাৰীয়ে ফটকা ফুটাই থকা ফটোখন পাঁচ বছৰ পুৰণি!

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট দেৱালীৰ পাছতেই স্মগৰ কাৰণে ৰাজধানী দিল্লী এটা গেছ চেম্বাৰলৈ পৰ্যবসিত হৈছিল আৰু সাধাৰণ  মানুহৰ মাজত এক হাঁহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল । এতিয়া অৱশ্যে পৰিস্থিতি যথেষ্ট উন্নত হৈছে বুলি জানিব পৰা গৈছে ।  স্মগৰ মাত্ৰা কমিছে যদিয়ো ছচিয়েল মিডিয়াত এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে । ফেচবুক আৰু হোৱাটচ এপ্পত ভাইৰেল […]

Continue Reading

এই ফটোখন সঁচাকৈয়ে মোদীয়ে তামিল নাডুত কৰা প্লগিংৰ নেপথ্যৰ ফটো নেকি?

অলপতে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তামিল নাডুৰ মামল্লাপূৰম উপকূলত কৰা প্লগিংৰ ফটো আৰু ভিডিঅ’ সমগ্ৰ ছচিয়েল মিডিয়াতে ভাইৰেল হৈ পৰিছিল । ইয়াৰ পাছতেই অফিচিয়েল ফটো আৰু ভিডিঅ’ৰ লগতে এই প্লগিংৰ নেপথ্যৰ ফটো বুলি কিছুমান আনঅফিচিয়েল ফটোও ভাইৰেল হৈ পৰিছিল । এই বিতৰ্কিত ফটো বোৰক লৈ সমগ্ৰ দেশতে যথেষ্ট চাঞ্চল্যৰ সৃষ্টি হয় ।  অসমতো এনে […]

Continue Reading

অনিল উপাধ্যায় নামৰ বিজেপি বিধায়ক এজনে পলিং বুথ দখল কৰিছিলে নেকি?

ছচিয়েল মিডিয়াত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে য’ত এজন মানুহক অনিয়ম ভাৱে এটা পলিং বুথত সোমায় কোনে কাক ভোট দিছে লক্ষ্য কৰি থকা দেখা গৈছে । এই ভিডিঅ’টো যোৱা এপ্ৰিল মাহত হোৱা নিৰ্বাচনৰ সময়ত আবিৰ্ভাৱ হৈছিল, ব্যাপক ভাৱে প্ৰচাৰ হৈছিল আৰু এতিয়া নিৰ্বাচনৰ পাছতো দেশৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণে কেইবামাহৰ পাছতো প্ৰচাৰ হৈ আছে […]

Continue Reading