বাংলাদেশৰ সংখ্যালঘুসকলৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে প্ৰিয়ংকা গান্ধীৰ এই ভাষণটো পুৰণি।

শেহতীয়াকৈ বাংলাদেশত দীপু চন্দ্ৰ দাস নামৰ ব্যক্তিজনৰ হত্যাকাণ্ডৰ পাছত ছ’চিয়েল মিডিয়াত এই সম্পৰ্কে বহুতো পোষ্ট ভাইৰেল হৈছে। ইয়াৰ মাজতে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে সদনত বাংলাদেশৰ পৰিস্থিতিৰ সম্পৰ্কে দিয়া এক ভাষণ আমাৰ দৃষ্টিগোচৰ হ’ল। বাংলাদেশৰ সংখ্যালঘু হিন্দু আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰুদ্ধে মাত মাতি প্ৰিয়ংকা গান্ধীয়ে ভাৰত চৰকাৰক বাংলাদেশ চৰকাৰৰ সৈতে এই সম্পৰ্কে […]

Continue Reading

ৰাহুল গান্ধীৰ অসম্পূৰ্ণ ভিডিঅ’ প্ৰসংগ সংগতিহীনভাৱে ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ৰাহুল গান্ধীৰ এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত ৰাহুল গান্ধীয়ে কোৱা শুনা গৈছে, “এই প্ৰদূষণৰ মূল কাৰণ হৈছে ভোট চুৰি”। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া Deccan Chronicle ৰ অফিচিয়েল এক্স […]

Continue Reading

জুবিন গাৰ্গৰ শেষ যাত্ৰাৰ দৃশ্যকে বিহাৰৰ প্ৰতিবাদ বুলি প্ৰচাৰ কৰা হৈছে।

শেহতীয়াকৈ অসমৰ  এটা ফেচবুক পেজৰ পৰা এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে সেই দৃশ্য বিহাৰৰ। দাবী কৰা হৈছে যে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বিহাৰ নিৰ্বাচনৰ ফলাফলক লৈ এই বিশাল প্ৰতিবাদ দেখা গৈছিল বিহাৰত । ১৭ নৱেম্বৰ ২০২৫ত কৰা পোষ্টটোত লিখিছেঃ- সীমাহীন প্ৰতিবাদী মিচিল | নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বিহাৰ নিৰ্বাচনৰ ফলাফলক লৈ এই বিশাল প্ৰতিবাদ […]

Continue Reading

ভগৱানৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক থকাৰ বাবে নিজৰ কোনো ৰোগ নহয় বুলি ৰাহুল গান্ধীয়ে কৈছিল নেকি? জানক সত্যতা।

শেহতীয়াকৈ ৰাহুল গান্ধীৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা দেখা গৈছে য’ত ভগৱানৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক থকাৰ বাবে তেওঁৰ কোনো ৰোগ নাই বুলি তেওঁ কোৱা শুনা গৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “”মোৰ কোনো বেমাৰ নহয় “- ৰাহুল গান্ধী”। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। […]

Continue Reading

পুৰণি ফটো ৰাজস্থানৰ চুৰুত শেহতীয়াকৈ হোৱা ভাৰতীয় বায়ুসেনাৰ জাগুয়াৰ বিমান দুৰ্ঘটনাৰ বুলি ভাইৰেল।

যোৱা ৯ জুলাইত ভাৰতীয় বায়ুসেনাৰ জাগুয়াৰ বিমান এখন ৰাজস্থানৰ চুৰুত দুৰ্ঘটনাত পতিত হয় যাৰ ফলত দুয়োগৰাকী পাইলটৰ মৃত্যু হয়। এই পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত চাৰিখন ফটোৰ এখন ক’লাজ শ্বেয়াৰ কৰা হৈছে। ক’লাজখনৰ তিনিখন ফটোত বিমানৰ অৱশিষ্ট দেখা গৈছে আৰু এখনত এগৰাকী পাইলটক মাটিত পৰি থকা দেখা গৈছে। দাবী কৰা হৈছে যে ফটোখন ৰাজস্থানৰ চুৰুত হোৱা ভাৰতীয় […]

Continue Reading

চেনিটেৰী পেডত ৰাহুল গান্ধীৰ ফটো? জানক সত্যতা।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ৰাহুল গান্ধী সম্পৰ্কে এটা বিশেষ ভিডিঅ’ ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টোত ৰাহুল গান্ধীৰ ফটো সংলগ্ন এটা চেনিটেৰী পেডৰ পেকেট দেখুওৱা হৈছে। কোনো ব্যক্তিয়ে পেকেটটোৰ পৰা এটা পেড উলিয়াই পেডটো খুলি চোৱাত সেই পেডৰ ভিতৰতো ৰাহুল গান্ধীৰ ফটো দেখা গৈছে। দাবী কৰা হৈছে যে বিহাৰৰ নিৰ্বাচনৰ সময়ত কংগ্ৰেছ দলে মহিলাসকলৰ মাজত বিতৰণ কৰা […]

Continue Reading

ৰাহুল গান্ধীৰ সৈতে ইউটিউবাৰ জ্যোতি মলহোত্ৰাৰ সম্পাদিত ফটো  ভাইৰেল।

শেহতীয়াকৈ হাৰিয়ানাৰ হিছাৰৰ ইউটিউবাৰ জ্যোতি মলহোত্ৰাক  পাকিস্তানী নাগৰিকৰ সৈতে স্পৰ্শকাতৰ তথ্য ভাগ-বতৰা কৰাৰ লগতে অবিৰত যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। খবৰ অনুসৰি, চাৰিদিনীয়া আৰক্ষীৰ ৰিমাণ্ড শেষ হোৱাৰ লগে লগে ২৬ মে’ সোমবাৰে জ্যোতি মালহোত্ৰাক হিছাৰৰ আদালতত হাজিৰ কৰা হ’ব। এই পৰিপ্ৰেক্ষিতত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সৈতে জ্যোতি মলহোত্ৰাৰ দুখন ফটো ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ফটো […]

Continue Reading

২০০৯ চনৰ তামিলনাডুৰ এক পুৰণি ভিডিঅ’ অসমত সেনাৰ কনভয়ৰ ওপৰত আক্ৰমণ বুলি ভাইৰেল।

অলপতে Islamabad Insider নামৰ এক্স হেণ্ডল এটাত এটা বিশেষ ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছিল যে অসমৰ স্থানীয় লোকে সেনাৰ কনভয় এটাত গুৱাহাটীত আক্ৰমণ কৰিছে। ২৫ আৰু ৭ অসম ইউনিটৰ পৰা ৰেইনফ’ৰ্চমেণ্ট ট্ৰুপ নাগালেণ্ডৰ পৰা কাশ্মীৰলৈ যোৱাৰ পথত গুৱাহাটীৰ কামাখ্যা মন্দিৰৰ ওচৰত আক্ৰমণৰ সন্মুখীন হয়। X Link | Archived Link  এই সম্পৰ্কে জানিবলৈ আমি প্ৰাসংগিক […]

Continue Reading

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক এজন ব্যক্তিয়ে আক্ৰমণ কৰা এই ভিডিঅ’টো পুৰণি।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক এজন ব্যক্তিয়ে আক্ৰমণ কৰা দেখা গৈছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “আজি ৰাতিপুৱাই এজন যুবকে চৰিয়ালে মূখ্যমন্ত্রী নীতিশ কুমাৰক, ৱাকফ সংশোধনী বিল অনুমোদনৰ পৰিপ্ৰেক্ষিতত এই কাৰ্য্য” Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। […]

Continue Reading

ৱাকফ সংশোধনী বিধেয়ক ২০২৫ গৃহীত হোৱাৰ পাছত আছাদুদ্দিন ওৱেইছিয়ে কান্দিছিল নেকি?

যোৱা ৪ এপ্ৰিলত ৰাজ্যসভাত ৱাকফ সংশোধনী বিধেয়ক ২০২৫ গৃহীত হোৱাৰ পাছতে ছ’চিয়েল মিডিয়াত এই সম্পৰ্কে বিভিন্ন ধৰণৰ আলোচনা হোৱা দেখা গৈছে। এই পৰিপ্ৰেক্ষিতত AIMIM ৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে চকু মোহাৰি থকা এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে ৱাকফ সংশোধনী বিধেয়ক ২০২৫ সংসদত গৃহীত হোৱাৰ পাছতে ওৱেইছিয়ে এইদৰে কান্দিছিল। Facebook Link […]

Continue Reading