ধ্বংসাৱশেষৰ ওপৰত বহি থকা কুকুৰৰ ফটোসমূহ তুৰস্কৰ শেহতীয়া ভূমিকম্পৰ নহয়

শেহতীয়াকৈ তুৰস্ক আৰু ছিৰিয়াত হোৱা ভূমিকম্পৰ ফলত হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱাৰ উপৰিও অসংখ্য লোক গৃহহীন হৈছে। শেহতীয়া খবৰ অনুসৰি এই পৰ্যন্ত ৩৫০০০ৰো অধিক লোকৰ মৃত্যু হৈছে। বৃহৎ পৰিসৰত অনুসন্ধান আৰু উদ্ধাৰ অভিযান অব্যাহত আছে। এনে অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ নানা ধৰণৰ ফটো আৰু ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰা […]

Continue Reading

এই ভিডিঅ’টোত থকা ভিডিঅ’ ক্লিপসমূহ তুৰস্কৰ শেহতীয়া ভূমিকম্পৰ হয়নে?

যোৱা ৬ ফেব্ৰুৱাৰী তাৰিখে তুৰস্কত আৰু ছিৰিয়াত হোৱা ৭.৮ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত এতিয়ালৈকে চৈধ্য হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে। এই ঘটনাৰ পাছতে চ’চিয়েল মেডিয়াত তুৰস্ক আৰু ছিৰিয়াৰ ভূমিকম্পৰ বুলি বিভিন্ন ফটো আৰু ভিডিঅ’শ্বেয়াৰ হোৱা দেখা গৈছে।  তেনেধৰণৰ দাবীৰে এটা ভিডিঅ’ ফেচবুকত ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টোত তুৰস্কত শেহতীয়াকৈ হোৱা ভূমিকম্পৰ বুলি কেইবাটাও ভিডিঅ’ ক্লিপ সংলগ্ন […]

Continue Reading

নেপালৰ পোখৰাত হোৱা বিমান দুৰ্ঘটনাৰ ভিডিঅ’ বুলি পুৰণি ভিডিঅ’ ভাইৰেল

যোৱা ১৫ জানুৱাৰীত নেপালৰ পোখৰা বিমান বন্দৰত অৱতৰণ কৰাৰ সময়ত য়েতি এয়াৰলাইঞ্চৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ বিমানখনৰ কৰ্মচাৰীসহ ৭২ জন যাত্ৰীৰ আটাইকেইজন মৃত্যুমুখত পৰে। এই ঘটনাৰ পিছত চ’চিয়েল মেডিয়াত নেপালৰ বিমান দুৰ্ঘটনা বুলি দাবী কৰি বিভিন্ন ধৰণৰ পোষ্ট শ্বেয়াৰ হোৱা দেখা গৈছে। তেনেধৰণৰ দাবীৰে এটা পোষ্ট “Northeast View” নামৰ এটা ফেচবুক পেজৰ পৰা শ্বেয়াৰ হোৱা […]

Continue Reading

ৰাস্তাত সিঁচৰতি হৈ থকা মাছৰ এই ভাইৰেল ফটোখন গুৱাহাটীৰ নহয়

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এখন বিশেষ ফটো আহিছিল। ফটোখন আছিল কেইটামান বাতৰিৰ ক’লাজ। তাত লিখা আছিল এইকেইটা বাক্য: * ৩১ মে’ সন্ধিয়াৰ খবৰ * ভয়ংকৰ পথ দুৰ্ঘটনা এটা পৰিয়াল শেষ হ’ল * গুৱাহাটীত বৰষুণৰ সৈতে হৰি পৰিছে মাছএই বাক্যকেইশাৰীৰ লগতে দুখন ফটোও আছিল তাত ক’লাজ কৰা। এখন ফটো আছিল কোনো এক দুৰ্ঘটনাৰ আৰু আনখন ফটো […]

Continue Reading

টাটা গ্ৰুপে ৰাষ্ট্ৰপতি কোবিন্দৰ কন্যাক স্থানান্তৰ কৰা নাছিল; বাতৰিটো পুৰণি 

এয়াৰ ইণ্ডিয়াৰ এখন বিমানৰ কাষত থিয় হৈ থকা দুগৰাকী এয়াৰহোষ্টেছক দেখুওৱা এখন ছবি ছচিয়েল মিডিয়াত ব্যাপকভাৱে প্ৰচাৰিত হৈছে যে ছবিখনত ৰাষ্ট্ৰপতি কোবিন্দৰ জীয়েকক দেখুওৱা হৈছে যাক টাটা কৰ্তৃপক্ষই শেহতীয়াকৈ এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ পদৰ পৰা এক আভ্যন্তৰীণ পদলৈ স্থানান্তৰ কৰিছে।  পোষ্টটোত দাবী কৰা হৈছে যে তেওঁক নিৰাপত্তাজনিত কাৰণত টাটা কৰ্তৃপক্ষই  স্থানান্তৰ কৰিছে ।  Facebook Link […]

Continue Reading

ৰাষ্ট্ৰপতি কোবিন্দে দেশৰ সকলো ধৰ্ষণকাৰীৰ বাবে মৃত্যুদণ্ড ঘোষণা কৰা নাই

অসমৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈ থকা এটা পোষ্টত দাবী কৰা হৈছে যে ভাৰতীয় ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে সকলো ধৰ্ষণকাৰীৰ বাবে মৃত্যুদণ্ড ঘোষণা কৰিছে। পোষ্টটো এখন পোষ্টাৰৰ সৈতে শ্বেয়াৰ কৰা হৈছে য’ত ৰাষ্ট্ৰপতিৰ ছবি আছে । ইয়াক নিম্নলিখিত শিৰোনামৰ সৈতে শ্বেয়াৰ কৰা হৈছে: “এতিয়াৰ পৰা ধৰ্ষণ কৰিলেই চিধা ফাঁচী” ঘোষণা কৰিলে দেশৰ মহামান্য ৰাষ্ট্ৰপতিয়ে। আদৰণি জনাইছোঁ […]

Continue Reading

ভিডিঅ’ত থকা প্ৰাণীটো ‘লক নেছ’ দৈত্য নহয়!

দৈত্য মাছৰ দৰে দেখা পানীত সাঁতুৰি থকা এটা প্ৰাণীৰ ভিডিঅ’ ভাইৰেল হৈ আছে আৰু দাবী কৰা হৈছে যে ই হৈছে ‘লক নেছ’ মনষ্টাৰ যি স্কটলেণ্ডৰ লোক কাহিনীৰ এটা অংশ হিচাবে জনাজাত হয় ।  ১১ এপ্ৰিল, ২০২২ তাৰিখে নিশা ৮:৫১ বজাত টাইম৮ পৃষ্ঠাৰ দ্বাৰা প্ৰকাশিত ফেচবুক পোষ্টটো ইয়াত দিয়া হৈছে। পোষ্টৰ শিৰোনামটোত উল্লেখ কৰা হৈছে “এটা […]

Continue Reading

FACT CHECK: জনৈক চলচ্চিত্ৰ দৃশ্যগ্ৰহণৰ সময়ৰ এখন ফটো ভাৰত-চীনৰ সৈন্যৰ মাজত হোৱা হতাহতিৰ ফটো বুলি ভাইৰেল!

শেহতীয়াকৈ, অৰুণাচল প্ৰদেশৰ টাৱাঙত ভাৰত আৰু চীনা সৈন্যৰ মাজত এক সংঘৰ্ষ হৈছিল। বাতৰি প্ৰতিবেদনত কোৱা হৈছে যে প্ৰায় ২০০ চীনা সৈন্যই প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এলএচি) অতিক্ৰম কৰি ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰিছিল। চীনা সৈন্যসকলক ভাৰতীয় সেনাই চমুকৈ আটক কৰিছিল।  চীনা সৈন্য আৰু ভাৰতীয় সৈনিকৰ মাজৰ সংঘৰ্ষ বিষয়ে ইণ্টাৰনেটত এখন ছবি ভাইৰেল হৈ আছে। ছবিখন কেপশ্বনৰ সৈতে […]

Continue Reading

FACT CHECK: পুৰণি দুৰ্ঘটনা এটাৰ ফটো বিতৰ্কিত শিল্পী লাৰ্ছ ভিল্কছৰ মাৰাত্মক দুৰ্ঘটনাৰ ফটো বুলি ভাইৰেল!

বিতৰ্কিত চুইডিছ শিল্পী লাৰ্ছ ভিল্কছ ২০২১ চনৰ ৪ অক্টোবৰত এটা গাড়ী দুৰ্ঘটনাত নিহত হৈছে । উল্লেখযোগ্য যে এটা কুকুৰৰ সৈতে পয়গম্বৰ মহম্মদক অংকন কৰাৰ পিছত ধৰ্মান্ধসকলৰ দ্বাৰা তেওঁক দুবাৰ হত্যাৰ চেষ্টা চলোৱা হৈছিল । চুইডেনত প্ৰৰোচনাকাৰী শিল্পীজনৰ মৃত্যুৰ অলপ পিছতে, ছ’চিয়েল মিডিয়া প্লেটফৰ্মবোৰত কিছুমান ছবি ভাইৰেল হৈ পৰিছে আৰু বিভিন্নজনে দাবী কৰিছে যে এই ফটোবোৰ […]

Continue Reading

FACT CHECK: এই ভাইৰেল ফটোখনত ৰাষ্টাটোত আঁকি থোৱা বেঁকা ৰেখাডালৰ আঁৰৰ কাহিনী বেলেগ হয়

এটা ৰাষ্টাত গছৰ পাতৰে সৈতে পৰি থকা ডাল এটাৰ কাষত এটা বেঁকা ৰেঁখা অঁকা এখন ফটো বিভিন্ন ছোচিয়েল মিডিয়া প্লেটফৰ্মত বিভিন্ন দাবীৰে আপলোড কৰা হৈছে। তাৰ মাজতে কিছুমানে শিক্ষা ব্যৱস্থাক ঠাট্টা কৰি মন্তব্য কৰিছে আৰু কিছুমানে বিভিন্ন কেপছন দি মীম শ্বেয়াৰ কৰিছে। কিছুমানে দাবী কৰিছে যে এয়া তামিলনাডুৰ এক বিশেষ স্থান আৰু এয়া অদক্ষ কৰ্মচাৰীৰ […]

Continue Reading