FACT CHECK: এই ভাইৰেল ফটোখনত ৰাষ্টাটোত আঁকি থোৱা বেঁকা ৰেখাডালৰ আঁৰৰ কাহিনী বেলেগ হয়

এটা ৰাষ্টাত গছৰ পাতৰে সৈতে পৰি থকা ডাল এটাৰ কাষত এটা বেঁকা ৰেঁখা অঁকা এখন ফটো বিভিন্ন ছোচিয়েল মিডিয়া প্লেটফৰ্মত বিভিন্ন দাবীৰে আপলোড কৰা হৈছে। তাৰ মাজতে কিছুমানে শিক্ষা ব্যৱস্থাক ঠাট্টা কৰি মন্তব্য কৰিছে আৰু কিছুমানে বিভিন্ন কেপছন দি মীম শ্বেয়াৰ কৰিছে। কিছুমানে দাবী কৰিছে যে এয়া তামিলনাডুৰ এক বিশেষ স্থান আৰু এয়া অদক্ষ কৰ্মচাৰীৰ […]

Continue Reading

FACT CHECK: কাজিৰঙাৰ বুলি ভাইৰেল হোৱা বগা হৰিণৰ ফটো দুখনৰ এখন পুৰণি আৰু আমেৰিকাৰ হয়!

শেহতীয়াকৈ বগা ৰঙৰ হৰিণৰ দুখন ফটো এই দাবীৰে অসমত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বগা হৰিণ ওলাইছে আৰু এই দুখন তাৰেই ফটো । তাৰে এখন ফটো অলপ ধুৱলি কুৱলি আৰু আনখন খুৱ স্পষ্ট য’ত এটা ধুনীয়া বগা ৰঙৰ হৰিণ দেখা গৈছে। কাজিৰঙাত বগা হৰিণ দেখা বুলি কৈ বহুকেইটা ফেচবুক পোষ্ট শ্বেয়াৰ […]

Continue Reading

FACT CHECK: এই ভাইৰেল ভিডিঅ’টো অসমৰ শিৱসাগৰৰ শেহতীয়া ভিডিঅ’ নহয়

শিৱৰাত্ৰী উৎসৱ দেশৰ অন্য প্ৰান্তৰ দৰে অসমতো অতি উলহ মালহেৰে পালন কৰা হৈছিল। বিশেষকৈ উজনিৰ শিৱসাগৰ জিলাৰ শিৱদ’লত লোকে লোকাৰণ্য হৈ পৰে এইবছৰ। তাৰ মাজতে অসমত হোৱাটছএপ আৰু আন ছোচিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত দেখা গৈছে যে এখন মেলাত আয়োজন কৰা ‘মৌত কা কুৱা’ত এটা দুৰ্ঘটনা হয় আৰু এজনী ছোৱালী পৰি যোৱাত […]

Continue Reading

FACT CHECK: এগৰাকী ব্যক্তিয়ে ৰুটীৰ ওপৰত থুৱাই থকা মিৰাটৰ এটা ভিডিঅ’ হাইদৰাবাদৰ বুলি ভাইৰেল হৈছে ।

ৰুটী বনাই থকোতেই এজন লোকে সেই ৰুটীৰ ওপৰত থুৱাই থকা এটা অস্বস্তিকৰ ভিডিঅ’ শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে এইটো হাইদৰাবাদৰ হয় । ভিডিঅ’টোত হিন্দীতে লিখা কথাখিনি হৈছে,”নাম্পেলীৰ ৰেড ৰ’জত এজন লোকে নান কি ৰোটী বনাই আছে আৰু প্ৰতিখন ৰুটীতে থুৱাই আছে।” ফেক্ট ক্ৰেছেণ্ডোৰ ফেক্টলাইন নম্বৰ 904 905 3770লৈ এই ভিডিঅ’টোৰ সত্যতা নিৰূপনৰ বাবে এজন […]

Continue Reading

FACT CHECK: মান্যা সিঙক ভিএলচিচি ফেমিনা মিছ ইণ্ডিয়া ২০২০ৰ খিতাপ প্ৰদান কৰা হোৱা নাই ।

শেহতীয়া মহামাৰীৰ পৰিবেশৰ পৰিপ্ৰেক্ষিতত ফেমিনা মিছ ইণ্ডিয়াৰ ইতিহাসত প্ৰথম বাৰৰ বাবে প্ৰতিযোগিতাখনৰ সমগ্ৰ প্ৰক্ৰিয়াটো ডিজিটেলী কৰা হৈছে। ফেমিনা মিছ ইণ্ডিয়া ২০২০ৰ এই প্ৰতিযোগিতাখন আছিল ৫৭সংখ্যক সংস্কৰণ। বিজয়ীসকলক অভিনন্দন জনাই ছোচিয়েল মিডিয়াত অসংখ্য পোষ্টৰ জোৱাৰ উঠা দেখা গৈছে। আৰু ফেক্ট ক্ৰেছেণ্ডোৱা মন কৰিলো যে কিছুমান ভাইৰেল পোষ্টে দাবী কৰিছে যে এইবাৰৰ বিজয়ী মান্যা সিং। কিছুমান ভাইৰেল […]

Continue Reading

FACT CHECK: কাশ্মীৰ মূলীয় সমীৰা ফাজিলীক হোৱাইট হাউচৰ এনইচিৰ সঞ্চালক পদত নিযুক্তি দিয়া হোৱা নাই

অসমত কিছুমান এনেকুৱা ফেচবুক পোষ্ট ভাইৰেল হৈ আছে, য’ত দাবী কৰা হৈছে যে ভাৰতীয় মূলৰ এগৰাকী আমেৰিকানক হোৱাইট হাউচৰ  নেশ্বনেল ইকন’মিক কাউঞ্চিলৰ সঞ্চালক পদত নিযুক্তি দিয়া হৈছে ।  পোষ্টসমুহৰ মতে আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বিডেনে ভাৰতীয় মূলৰ আমেৰিকান তথা অৰ্থনৈতিক উন্নয়ন বিশেষজ্ঞ সমীৰা ফজিলিক হোৱাইট হাউচৰ এক অন্যতম পদবীত অধিস্থিত কৰিছে।  Original Link- Facebook […]

Continue Reading

FACT CHECK: ইণ্ডোনেছিয়াৰ এই লোকজনে নিজৰ ঘৰৰ ওপৰত সৰি পৰা উল্কাপিণ্ড বিক্ৰী কৰি ১.৮ মিলিয়ন ডলাৰ উপাৰ্জন কৰা নাই!

শেহতীয়াভাৱে ইণ্ডোনেছিয়াৰ এজন কফিন নিৰ্মাতাৰ ঘৰৰ মুধচত সৰি পৰা এটা উল্কাপিণ্ডৰ কাহিনীয়ে বাতৰিৰ শিৰোনাম দখল কৰা দেখা গৈছে আৰু সেই ঘটনাটোক লৈ কৰা পোষ্টেৰে ছ’চিয়েল মিডিয়া ভৰি পৰিছে। পোষ্টবোৰত বুজাব খোজা হৈছে যে সেই উল্কাপিণ্ডটোৰ মূল্য কেইবামিলিয়ন ডলাৰ আৰু ঘটনাটোৱে লোকজনৰ জীৱনেই সলনি কৰি পেলাইছে। দাবী কৰা হৈছে যে ১.৮মিলিয়ন ডলাৰ(ভাৰতীয় টকাৰ মূল্যত কেইবা কোটি […]

Continue Reading

FACT CHECK: মেক্সিকোৰ ৰাজনৈতিক নেতাজনে দেশখনৰ ৰাজনীতিকসকলে দুখীয়া দৰিদ্ৰক লুন্ঠন কৰাৰ প্ৰতিবাদত সঁচাকৈ উলংগ হৈছিল নেকি?

দুখন ফটোত দেখা গৈছে যে মেক্সিকোৰ ৰাজনৈতিক নেতা এন্টোনিও গাৰ্ছিয়া কোনেজোই সদনৰ মজিয়াত অন্তৰ্বাস পিন্ধি দেহৰ সকলো বস্ত্ৰ পৰিত্যাগ কৰিছে। ফটোকেইখন এই দাবীৰে ভাইৰেল কৰা হৈছে যে দেশখনৰ একাংশ নেতাই দৰিদ্ৰৰ ধন হৰলুকি কৰি নিজৰ উদৰ পুৰোৱাৰ বাবে সেইসকল নেতাক লাজ দিয়াৰ বাবে ৰাজনৈতিক নেতাজনে এই পন্থা হাতত লৈছে।  অসমতো ছ’চিয়েল মিডিয়াত এই ফটো ভাইৰেল […]

Continue Reading

সঁচাকৈ টিকটক এপ্পটো আমেৰিকাত নিষিদ্ধ কৰি দিয়া হৈছে নেকি আৰু ভাৰততো অচিৰেই নিষিদ্ধ কৰা হব নেকি?

ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ জনপ্ৰিয় ছচিয়েল মিডিয়া এপ্প টিকটক আমেৰিকাত নিষিদ্ধ কৰি দিয়া হৈছে আৰু ভাৰততো অচিৰেই এই এপ্পটোক নিষিদ্ধ কৰা হব বুলি ছচিয়েল মিডিয়াত বিভিন্ন পোষ্ট/ফটো/ভিদিঅ’ ভাইৰেল হৈ পৰিছে । অসমতো এই ধৰণৰ ছচিয়েল মিডিয়া পোষ্ট ভাইৰেল হব ধৰিছে ।  মানস মৰম নামৰ ফেচবুক প্ৰফাইল এটাৰ পৰা এনেধৰণৰ এক পোষ্ট ৫ মে’, […]

Continue Reading

উত্তৰ প্ৰদেশৰ সোণভদ্ৰ জিলাত ৩৩৫০টন সোণ উদ্ধাৰ হৈছে নেকি?

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট শেহতীয়াকৈ সমগ্ৰ দেশতে এক বাতৰিয়ে খলকনি তুলিছে । বিভিন্ন নিউজ গোষ্ঠীৰ লগতে ছচিয়েল মিডিয়াৰ জৰিয়তেও উক্ত বাতৰিটো ভাইৰেল হৈ পৰিছে । বাতৰিটোৰ মতে উত্তৰ প্ৰদেশৰ সোণভদ্ৰ জিলাৰ সোণৰ খনিত ৩৩৫০টন সোণ পোৱা গৈছে  । বাতৰিটোত আৰু দাবী কৰা হৈছে যে উদ্ধাৰ হোৱা সোণ খিনি ভাৰতৰ সংৰক্ষিত সোণৰ ৫ গুণ হয় […]

Continue Reading