“দ কাশ্মীৰ ফাইল্চ” ছবিখনে সঁচাকৈয়ে “দাদাচাহেব ফাল্কে বঁটা” লাভ কৰিছেনে?

বহুলভাৱে চৰ্চিত ছবি “দ কাশ্মীৰ ফাইল্চে” ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ “দাদাচাহেব ফাল্কে বঁটা” লাভ কৰা বুলি এটা বাতৰি চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। Facebook Link | Archived Link আনকি ছবিখনৰ পৰিচালক বিবেক ৰঞ্জন অগ্নিহোত্ৰীয়েও নিজৰ টুইটাৰ একাউণ্টৰ পৰা এই খবৰটো টুইট কৰিছিল। এই টুইটটোত “DadaSahebPhalkeAwards2023” হেশ্বটেগৰ ব্যৱহাৰ কৰা হৈছিল। Archived Link কিন্তু সেই টুইটটোত […]

Continue Reading

বিস্ফোৰণৰ পুৰণি ভিডিঅ’ তুৰস্কৰ শেহতীয়া ভূমিকম্পৰ বুলি শ্বেয়াৰ কৰা হৈছে

তুৰস্ক আৰু ইয়াৰ চুবুৰীয়া দেশসমূহক ধাৰাবাহিকভাৱে হোৱা বৃহৎ ভূমিকম্পই জোকাৰি যোৱাৰ পিছত তুৰস্কৰ পৰা পোৱা গৈছে ধ্বংসৰ বিভিন্ন হৃদয় বিদাৰক খবৰ। এই বিপৰ্যয় আৰু ইয়াৰ ফলত হোৱা ধ্বংসলীলাৰ বহু ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে। ইয়াৰ ভিতৰত আমি কিছুমান অসংলগ্ন ভিডিঅ’ পাইছিলোঁ যিবোৰ তুৰস্কত হোৱা ভূমিকম্পৰ বুলি শ্বেয়াৰ কৰা হৈছে। তেনেধৰণৰ দাবীৰে এটা ভিডিঅ’ আমি […]

Continue Reading

পেপচিৰ বেশত বিয়েৰ! এইখন কাটাৰৰ ফিফা বিশ্বকাপ ২০২২ৰ ছবি হয় নে? 

ইছলামিক ৰাষ্ট্ৰ কাটাৰত সম্প্ৰতি চলি আছে ২০২২ চনৰ ফিফা বিশ্বকাপ। যেতিয়া পৰা কাটাৰক বিশ্বকাপ আয়োজনৰ অধিকাৰ প্ৰদান কৰা হৈছিল, তেতিয়াৰে পৰা স্থানীয় আয়োজক আৰু বিশ্ব ফুটবলৰ নেতাসকলে জোৰ দি আহিছে যে বিয়েৰ অনুৰাগীৰ বাবে উপলব্ধ হ’ব। কিন্তু আন্তঃৰাষ্ট্ৰীয় ফুটবল শাসক সংস্থা ফিফাই ইভেণ্টৰ প্ৰথমখন খেলৰ দুদিন পূৰ্বে বিশ্বকাপৰ মেচৰ সময়ত ষ্টেডিয়ামৰ ভিতৰত মদ্যপান নিষিদ্ধ কৰাৰ […]

Continue Reading

এই ফটোখন ইমৰাণ খানৰ ওপৰত হোৱা শেহতীয়া আক্ৰমণৰ নহয়

যোৱা ৩ নৱেম্বৰত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ওপৰত আক্ৰমণ হৈছিল। পঞ্জাৱ প্ৰদেশৰ ৱাজিৰাবাদত এখন সভাত ভাষণ দি থকা অৱস্থাত এজন বন্দুকধাৰীয়ে তেওঁলৈ গুলীচালনা কৰিছিল। যাৰ ফলত তেওঁ ভৰিত আঘাত পাইছিল আৰু তেওঁক ততাতৈয়াকৈ হস্পিতালত ভৰ্তি কৰোৱা হৈছিল। তেওঁ বৰ্তমান সংকটমুক্ত। ইমৰাণ খানৰ লগতে তেওঁৰ কেইজনমান সমৰ্থকো আঘাতপ্ৰাপ্ত হৈছিল। এই ঘটনাৰ পাছতে চ’চিয়েল মেডিয়াত এখন […]

Continue Reading

শেহতীয়াকৈ ইমৰাণ খানৰ ওপৰত সংঘটিত আক্ৰমণৰ সৈতে এই ছবিখনৰ কোনো সম্পৰ্ক নাই!

শেহতীয়াকৈ পাকিস্তানৰ ৱাজিৰাবাদত এক প্ৰতিবাদী সমাৱেশৰ সময়ত অচিনাক্ত বন্দুকধাৰীয়ে গুলীচালনা কৰাত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান আঘাতপ্ৰাপ্ত হয়। তেওঁক ততাতৈয়াকৈ লাহোৰৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু এতিয়া তেওঁ বিপদ মুক্ত হৈছে । এনে পৰিস্থিতিত প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ওপৰলৈ হাত উঠাই এখন বগা চাদৰত শুই থকা এখন ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে […]

Continue Reading

সূৰ্য্য আৰু চন্দ্ৰৰ পৃথিৱীৰ পৰা নিজ নিজ ব্যাসৰ দূৰত্বৰ অনুপাত ১০৮ ত স্থিৰ নহয়

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এটা পোষ্ট ফ’ৰৱাৰ্ড কৰা হৈছিল। পোষ্টটোত সনাতন ধৰ্ম (হিন্দু ধৰ্ম)ত ১০৮ নম্বৰৰ তাৎপৰ্য্যৰ বিষয়ে কোৱা পোষ্টাৰ এখন আছিল। ইয়াত উল্লেখ কৰা হৈছিল যে কেনেকৈ হিন্দুৱে প্ৰাৰ্থনাত ব্যৱহাৰ কৰা জাপমালাত ১০৮ টা মণি থাকে। আয়ুৰ্বেদত ১০৮ টা মৰ্ম (শৰীৰৰ বিশেষ অংশ) থকাৰ বাহিৰেও নাট্যশাস্ত্ৰত (নৃত্যৰ শাস্ত্ৰ) ১০৮ টা কৰ্ণ (হাত-ভৰিৰ সমন্বয়ৰ গতি) […]

Continue Reading

বিজয় মালিয়াক ৯০০০ কোটি টকীয়া কেলেংকাৰীৰ গোচৰত কাৰাদণ্ড বিহা হোৱা নাই

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এটা পোষ্ট ফ’ৰৱাৰ্ড কৰা হৈছিল। তাত লিখা আছিল এইদৰে, “উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ যায় ৪ মাহৰ কাৰাবাস বিজয় মালিয়াক ৪০ মিলিয়ন মাৰ্কিন ডলাৰ আদায়ৰ আদেশ  ৯ হাজাৰ কোটি টকীয়া কেলেংকাৰীৰ গোচৰত এই কাৰাদণ্ড উচ্চতম ন্যায়ালয়ে দিলে গুৰুত্বপূৰ্ণ ৰায়” | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ। সত্যতা […]

Continue Reading

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ সামৰিক পোছাকত থকা পুৰণি ছবিবোৰ চলিত ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বুলি ভাইৰেল হৈছে! 

যোৱা কেইদিনমানৰ পৰা, সমগ্ৰ বিশ্বৰ তথ্য পৰীক্ষকসকলে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ভিডিঅ’ আৰু ফটো বুলি কৰা শ শ ভুৱা দাবী কৰ্তন কৰিছে। ফেক্ট ক্ৰেচেণ্ডোৱেও ইউক্ৰেইনৰ সাম্প্ৰতিক পৰিস্থিতি হিচাপে অভিহিত ভিডিঅ’ আৰু ফটোৰ ভুল তথ্যৰ এক শৃংখলা ধৰা পেলাইছে। একেদৰে, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ তেওঁৰ সৈনিকসকলৰ সৈতে সেনাৰ পোছাক পিন্ধা ছবিৰ এটা সংহতি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে যুদ্ধৰ ক্ষেত্ৰত তেওঁৰ […]

Continue Reading

FACT CHECK: এপিজে আব্দুল কালাম আৰু ৰামনাথ কোবিন্দৰ ফটো বিভ্ৰান্তিকৰ কেপছনেৰে শ্বেয়াৰ কৰা হৈছে

ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰা হৈছে এই দাবীৰে যে এপিজে আব্দুল কালামে এটা সাধাৰণ দবাত ভ্ৰমন কৰিছিল আৰু য’ত নেকি ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে যাত্ৰা কৰে প্ৰথম শ্ৰেনীৰ এচি দবাত।  এপিজে আব্দুল কালাম আৰু ৰামনাথ কোবিন্দৰ ৰেলযাত্ৰাৰ ফটোৰ তুলনা কৰি দুয়োখন ফটোৰে পাৰ্থক্য দেখুৱাই কেপছনত উল্লেখ কৰা হৈছে , “পাৰ্থক্য স্পষ্ট”।  Original Link- Facebook | […]

Continue Reading