এইটো শেহতীয়াকৈ গুৱাহাটী-শ্বিলং ৰোডত হোৱা ভূমিস্খলনৰ ভিডিঅ’ নহয়!

ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ ফেচবুকত এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে । ভিডিঅ’টোত এটা ব্যস্ত ৰাজপথৰ ওপৰত এক প্ৰকাণ্ড ভূমিস্খলন হৈ পাহাৰীয়া মাটি খহি পৰা দেখা গৈছে । বিভিন্নজনে দাবী কৰিছে যে ভিডিঅ’টোত দেখা পোৱা পথটো গুৱাহাটী-শ্বিলং ৰোড হয় আৰু এই ঘটনাটো শেহতীয়াকৈ হোৱা নেৰানেপেৰা বৰষুণ আৰু পাহাৰ কাটি পথ নিৰ্মাণৰ ভয়ংকৰ পৰিণতি […]

Continue Reading

পুৰণি ভিডিঅ’ এটা শেহতীয়াকৈ ছিক্কিমৰ ভাৰত-চীন সীমান্তত দুই দেশৰ জোৱানৰ মাজত হোৱা সংঘৰ্ষৰ ভিডিঅ’ বুলি প্ৰচাৰ কৰা হৈছে!

সংৰক্ষিত লিংক সম্প্ৰতি ছচিয়েল মিডিয়াৰ জৰিয়তে এক বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে য’ত আমি কিছু সৈন্য বাহিনীৰ লোকক বাক বিতণ্ডাত লিপ্ত হোৱা দেখিছোঁ । দাবী কৰা হৈছে যে এইটো শেহতীয়াকৈ ছিক্কিমৰ ভাৰত-চীন সীমান্তত দুই দেশৰ জোৱানৰ মাজত হোৱা সংঘৰ্ষৰ ভিডিঅ’ হয় ।  উক্ত ভিডিঅ’টো বৰপিপাল মিউজিক নামৰ এটা ফেচবুক পে’জৰ পৰা ১০ মে’, ২০২০ তাৰিখে […]

Continue Reading

সঁচাকৈ টিকটক এপ্পটো আমেৰিকাত নিষিদ্ধ কৰি দিয়া হৈছে নেকি আৰু ভাৰততো অচিৰেই নিষিদ্ধ কৰা হব নেকি?

ফেচবুক লিংক । সংৰক্ষিত লিংক শেহতীয়াকৈ জনপ্ৰিয় ছচিয়েল মিডিয়া এপ্প টিকটক আমেৰিকাত নিষিদ্ধ কৰি দিয়া হৈছে আৰু ভাৰততো অচিৰেই এই এপ্পটোক নিষিদ্ধ কৰা হব বুলি ছচিয়েল মিডিয়াত বিভিন্ন পোষ্ট/ফটো/ভিদিঅ’ ভাইৰেল হৈ পৰিছে । অসমতো এই ধৰণৰ ছচিয়েল মিডিয়া পোষ্ট ভাইৰেল হব ধৰিছে ।  মানস মৰম নামৰ ফেচবুক প্ৰফাইল এটাৰ পৰা এনেধৰণৰ এক পোষ্ট ৫ মে’, […]

Continue Reading

এই শিল বৰষুণৰ ভাইৰেল ভিডিঅ’টো নাগালেণ্ডৰ নহয়!

ফেচবুক লিংক । সংৰক্ষিত লিংক সম্প্ৰতি ফেচবুকত প্ৰচণ্ড শিল বৰষুণৰ এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে । ভিডিঅ’টোত আমি প্ৰকাণ্ড প্ৰকাণ্ড শিল এখন মুকলি পথাৰত পৰা দেখিছোঁ আৰু দেখি এনেকুৱা লাগিছে যেন কোনোবাই সেই ঠাইত ওপৰৰ পৰা বোমাহে পেলাইছে । এই ভিডিঅ’টো সমগ্ৰ পৃথিৱীতে বিভিন্নজনে আপলোড কৰি ফেচবুকত শ্বেয়াৰ কৰিছে আৰু এই ভিডিঅ’টো বিভিন্ন ঠাইৰ হয় […]

Continue Reading

লক ডাউনৰ সামাজিক দূৰত্ব প্ৰকৃতাৰ্থত মানি চলা বজাৰৰ এই ভাইৰেল ফটোবোৰ মিজোৰামৰ নহয়!

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছৰ আক্ৰমণৰ ফলত সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ এক লাখ ৬৫ হেজাৰতকৈ অধিক মানুহৰ মৃত্যু হৈছে আৰু প্রায় ২৫ লাখ মানুহ আক্রান্ত হৈ আছে ।  বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে ওঠৰ হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ৬০৩ জনৰ মৃত্যু হৈছে […]

Continue Reading

ক’ৰনা ভাইৰাছ ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰা ব্যক্তিৰ মৃতদেহ এইদৰেই সাগৰত পেলাই দিছে নেকি?

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ ৯৫ হাজাৰতকৈও অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে আৰু প্রায় ১৬ লাখ মানুহ আক্রান্ত […]

Continue Reading

ক’ৰনা ভাইৰাছ চীনৰ এক বায়’এটেক হয় আৰু এই সংক্ৰান্তত এজন বষ্টন ইউনিভাৰ্চিটিৰ প্ৰফেছৰক আটক কৰা হৈছে বুলি ভাইৰেল হোৱা মেছেজটো ভুৱা হয়!

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ ৮২ হাজাৰতকৈও অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে আৰু লাখ লাখ মানুহ আক্রান্ত হৈ […]

Continue Reading

বিশ্ব স্বাস্থ্য সংস্থায়ে লক ডাউন বঢ়োৱাৰ সম্পৰ্কে কিছু প্ৰট’কল ঘোষণা কৰিছে নেকি?

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈছে । সমগ্ৰ বিশ্বতে এতিয়ালৈকে মুঠ ৭৪ হাজাৰতকৈও অধিক মানুহৰ এই ভাইৰাছৰ আক্ৰমণৰ ফলত মৃত্যু হৈছে আৰু […]

Continue Reading

এইখন ৰাছিয়াত ক’ৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধিবলৈ ৰাজপথত সিংহ মেলি দিয়া ফটো নেকি?

ফেচবুক লিংক | সংৰক্ষিত লিংক চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে ধীৰে ধীৰে বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণৰ ফলত চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈ আছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতলৈও ক’ৰনা ভাইৰাছ ধীৰে ধীৰে বিয়পিব ধৰিছে আৰু সমগ্ৰ বিশ্বতে […]

Continue Reading

ক’ৰনা ভাইৰাছ আচলতে এটা মনে সজা কাহিনী হয় আৰু এক গোপনে সজা বায়’ৱেপনৰ দুৰ্ঘটনাৰ পাছত ইয়াক গাপ দিবলৈ উক্ত কাহিনীটো ৰচা হৈছিল নেকি?

ফেচবুক লিংক | সংৰক্ষিত লিংক চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে সম্প্ৰতি সমগ্ৰ দেশখনকে ছানি ধৰিছে আৰু ধীৰে ধীৰে এই ৰোগ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । চীন দেশত ইতিমধ্যে জৰুৰী কালিন অৱস্থা ঘোষনা কৰা হৈছে । এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ […]

Continue Reading