জুবিন গাৰ্গৰ দেহাৱসানৰ পাছত চেপ্তেম্বৰ মাহত ভাইৰেল হৈ পৰা অসত্য খবৰসমূহ কি কি আছিল। চাওঁ আহক।  

প্ৰস্তাৱনা যোৱা ১৯ চেপ্তেম্বৰ ২০২৫ত অসমৰ সবাতোকৈ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ অবাঞ্চিত প্ৰয়াণৰ পাছত সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ ভিডিঅ’, ফটো ভাইৰেল হৈ পৰা দেখা গৈছিল। চিংগাপুৰৰ সাগৰত জুবিন গাৰ্গে প্ৰাণ হেৰুৱাওৱাৰ সময়ৰ কিছুমান ভিডিঅ’ প্ৰকাশ হোৱাৰ সমান্তৰালকৈ এনেকুৱা কিছুমান ভিডিঅ’ তথা ফটো বিয়পি পৰিল,যিবোৰৰ সেই ঘটনাৰ সৈতে কোনো সম্পৰ্কয়ে নাই। তেনেকুৱা প্ৰায় প্ৰতিটো ফটো আৰু […]

Continue Reading

লাভ জেহাদ আৰু বহুবিবাহ বিৰোধী আইনঃ এক চমূ আলোচনা। 

প্ৰস্তাৱনা প্ৰধানকৈ ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ দ্বাৰা শাসিত ভাৰতৰ কেইবাখনো ৰাজ্যই বহুবিবাহ আৰু বিবাহৰ বাবে ধৰ্মান্তৰকৰণ( যিটো প্ৰথাক সমৰ্থকসকলে প্ৰায়ে “লাভ জেহাদ” বুলি বৰ্ণনা কৰে) ৰোধ কৰাৰ লক্ষ্যৰে আইন প্ৰণয়ন বা প্ৰস্তাৱ কৰিছে। এই আইনসমূহ বিতৰ্কিত হৈ পৰিছে। ইয়াৰ ফলত ব্যক্তিগত স্বাধীনতা উলংঘা কৰাৰ সম্ভাৱনাক লৈও তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে আৰু এক নিৰ্দিষ্ট ধৰ্মীয় সম্প্ৰদায়ক […]

Continue Reading

অৰুণাচলৰ নামছাইত আলফা (স্বাধীন)ৰ বিৰুদ্ধে ভাৰতীয় সেনা আৰু অসম ৰাইফলছৰ যৌথ অভিযান।

যোৱা ২২ অক্টোবৰ, ২০২৫ত অৰুণাচল প্ৰদেশৰ নামছাই জিলাত সেনা আৰু অসম ৰাইফলছৰ যৌথ অভিযানত আলফা(স্বাধীন)ৰ স্বয়ম্ভু চাৰ্জেণ্ট মেজৰ ইৱন অসমৰ মৃত্যু হয়। এই সম্পৰ্কে আমাৰ এক বিশেষ লেখা- কি আছিল ঘটনাটো:  আলফা(স্বাধীন)ৰ দল এটা নামছাই পাৰ হোৱা বুলি চোৰাংচোৱাৰ পৰা তথ্য লাভ কৰাৰ পাছতেই যোৱা ২১ অক্টোবৰৰ মাজনিশা ভাৰতীয় সেনা আৰু অসম ৰাইফলছৰ যৌথ উদ্যোগত […]

Continue Reading

অসমৰ চাহ জনগোষ্ঠীৰ আন্দোলনঃ এটা সৰল আলোচনা

পৰিচয়ঃ অসমক চাহৰ দেশ বুলি কোৱা হয়। অসমৰ চাহে জগতজোৰা খ্যাতি লাভ কৰিছে। কিন্তু এই চাহ বাগিচাসমূহত কাম কৰি ৰাজ্যৰ অৰ্থনীতি টনকিয়াল কৰা লক্ষ্যাধিক লোক আজিও বহুতো মৌলিক সুবিধাৰ পৰা বঞ্চিত হৈ আছে। এই লোকসকলেই হ’ল অসমৰ চাহ জনগোষ্ঠী। সঘনাই আমি বাতৰি কাকতত বা টেলিভিছনত তেওঁলোকৰ আন্দোলন-প্ৰতিবাদৰ কথা শুনোঁ। এই আন্দোলনবোৰ কিয় হয়, তাৰ কাৰণসমূহ […]

Continue Reading

লুইতৰ বুকু বিদাৰি সুৰংগপথঃ বগীবিল আণ্ডাৰৱাটাৰ টানেল সম্পৰ্কত এক আলোচনা 

প্ৰস্তাৱনাঃ অসমৰ বুৰঞ্জীত প্ৰথমবাৰৰ বাবে, অসমৰ গৌৰৱৰ নদী ব্ৰহ্মপুত্ৰৰ তলেদি এক সুৰংগ পথ(Tunnel) সাজি উলিওৱা প্ৰকল্প হাতত লোৱা হৈছে। ই ভাৰতৰে ভিতৰত প্ৰথম নৈতলীয়া ৰেল আৰু স্থলপথ হ’ব। ই এক আধুনিক অভিযান্ত্ৰিক কাৰিকৰীৰ বিস্ময়কৰ সাধনা। ইয়াক বগীবিল আণ্ডাৰৱাটাৰ টানেল (Bogibeel Underwater Tunnel) বুলি কোৱা হৈছে। এই প্ৰস্তাৱিত পৰিকল্পনাত ব্ৰহ্মপুত্ৰ নদীৰ তলেদি গাড়ী আৰু ৰেল যোগাযোগ– […]

Continue Reading

জুবিন গাৰ্গঃ মহানায়কৰ মহাজীৱন আৰু মহাপ্ৰয়াণ-এক আলোচনা 

পাতনি হঠাতেই আহিছিল সেই খবৰটো। কোনো এজন অসমবাসীয়ে কেতিয়াও শুনিব নোখোজা খবৰ আছিল সেয়া। “জুবিনদা আৰু নাই!” প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু, প্ৰাণৰো প্ৰাণৰ আপোন জুবিন গাৰ্গ আৰু ইহ সংসাৰত নাই। যোৱা ১৯ চেপ্তেম্বৰ ২০২৫ত চিংগাপুৰত সাগৰ এখনত জলকেলি কৰি থাকোতেই সলিলত বিলিন হৈ গৈছিল জুবিন গাৰ্গৰ এই ধৰাৰ মনুস্য জীৱন। লগে লগেই যে সৰগখন ভাঙি […]

Continue Reading

বাঁহ ভিত্তিক ইথানলঃ সম্ভাৱনা, সুবিধা ইত্যাদি।  

প্ৰস্তাৱনাঃ শেহতীয়াকৈ অসমৰ গোলাঘাট জিলাৰ নুমলীগড় শোধানাগাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয় বাঁহ ভিত্তিক ইথানল প্ৰকল্পটো উদ্বোধন কৰাৰ লগে লগে সমগ্ৰ দেশতে এই বিষয়টোক লৈ আগ্ৰহ বৃদ্ধি হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ইন্ধনৰ ক্ষেত্ৰত দেশখন আত্মনিৰ্ভৰ হোৱাৰ অভিলাসেৰে এই প্ৰকল্প আৰম্ভ কৰা বুলি উল্লেখ কৰিছে। ইথানলক লৈ সাধাৰণতে দেশৰ জনতা তথা আমাৰ ৰাজ্যৰ ৰাইজৰ মাজতো সজাগতা বহুল নহয়। আমাৰ এই […]

Continue Reading

GI Tag(Geographical Indications): অসমৰ GI টেগ পোৱা সামগ্ৰী, নতুন প্ৰস্তাৱ, আবেদন প্ৰক্ৰিয়া আৰু লাভসমূহ  

GI Tag (Geographical Indications) কি? জিআই(GI-Geographical Indications) হৈছে তেনে এটা সুৰক্ষা চিহ্ন যি নিৰ্দিষ্ট অঞ্চলৰ সৈতে জড়িত অনন্য গুণ, খ্যাতি বা বৈশিষ্ট্য থকা সামগ্ৰীক আইনীভাৱে চিনাক্ত কৰে। ভাৰতত GI টেগ ‘Geographical Indications of Goods (Registration and Protection) Act, 1999’ অনুসৰি দিয়া হয় আৰু GI ৰেজিস্ট্ৰি, চেন্নাই (Geographical Indications Registry, under DPIIT/CGPDTM)-এ জাৰি কৰে। অসমৰ GI […]

Continue Reading

“বৰষা যেতিয়া নানামে ধৰাৰ বুকুলৈ”- অসমৰ কৃষিখণ্ডত খৰাঙৰ কুপ্ৰভাৱঃ এক আলোচনা

প্ৰস্তাৱনা   বিস্তাৰিত ধাননি পথাৰ আৰু সাৰুৱা ভৈয়ামেৰে অসমৰ ভূ-প্ৰকৃতি সদায় প্ৰচুৰ্যৰ সমাৰ্থক হৈ আহিছে। ইয়াত কৃষি কেৱল এটা অৰ্থনৈতিক কাৰ্য নহয়; বৰঞ্চ ই এক জীৱন-ধাৰণৰ পদ্ধতি। ব্ৰহ্মপুত্ৰ উপত্যকাত বৰষুণৰ ওপৰত ভিত্তি কৰি খেতি কৰা কৃষকসকলে পথাৰখনেই তেওঁলোকৰ শস্যৰ উন্নতিৰে পৰিয়ালটো পোহপাল দিব বুলি বিশ্বাস কৰি বাৰিষাৰ ওপৰত নিৰ্ভৰ কৰি আহিছে। কিন্তু এতিয়া বৰ্ষাৰ যেন ছন্দপতন […]

Continue Reading

অসম চৰকাৰে ঘোষণা কৰিলে আৰু ১০খন উপ-জিলাঃ এক আলোচনা

প্ৰস্তাৱনা  অসমত নতুনকৈ ১০খন উপ-জিলা গঠন হ’ব, যাৰ ফলত ৰাজ্যত এনে প্ৰশাসনিক ব্লকৰ মুঠ সংখ্যা ৪৯টা হ’ব । এই ঘোষণা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা কৰা গৈছে। ভূমি ৰাজহৰ বিষয়, উন্নয়নমূলক কাম, কল্যাণমূলক আঁচনি, দণ্ডাধীশৰ কাম, খাদ্য আৰু অসামৰিক যোগান, প্ৰশাসনিক বিষয়, পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়ন, আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ ওপৰত উপ-জিলাসমূহৰ অধিকাৰ থাকিব। উপ-জিলা মানে কি? “উপ-জিলা” […]

Continue Reading