এই ভিডিঅ’টোৰ ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা শেহতীয়া খেলৰ লগত কোনো সম্পৰ্ক নাই।

বিশ্বকাপ ক্ৰিকেটত যোৱা ১৪ অক্টোবৰত ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা খেলত ভাৰত সাত উইকেটত জয়ী হয়। ইয়াৰ পিছতে বিভিন্ন ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। এজন ব্যক্তিয়ে  টিভি ভাঙি পেলোৱা এক দৃশ্য চ’চিয়েল মেডিয়াত ভাইৰেল হৈছে এই দাবীৰে যে পাকিস্তানী ক্ৰিকেট প্ৰেমীয়ে ভাৰতৰ হাতত পাকিস্তান পৰাজিত হোৱাৰ পিছত খঙতে টিভি ভাঙি পেলাইছিল। ফেচবুকত পোৱা পোষ্টটোৰ […]

Continue Reading

দক্ষিণ কোৰিয়াৰ পুৰণি ভিডিঅ’ হামাছৰ পেৰাগ্লাইডাৰ দুৰ্ঘটনাগ্ৰস্থ হোৱা বুলি ভাইৰেল কৰা হৈছে।  

ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধখনে সমগ্ৰ বিশ্বকে এক প্ৰকাৰ জোকাৰি গৈছে। দেশে দেশে প্ৰতিক্ৰিয়া দেখা গৈছে। সমান্তৰালভাৱে সামাজিক মাধ্যমত এই যুদ্ধকেন্দ্ৰীক বিভিন্ন ফটো, ভিডিঅ’ ভাইৰেল হৈছে। কিছুমান সঁচা, কিছুমান মিছা, কিছুমান সংগতিহীন। তেনেকুৱা এটা ভিডিঅ’ অসমৰ বহুলোকৰ হোৱাটছএপত ভাইৰেল হৈছে। ভিডিঅ’টোত দাবী কৰা হৈছে যে হামাছৰ এজন পেৰাগ্লাইডাৰে উচ্চ ক্ষমতাসম্পন্ন এটা বিদ্যুতৰ খুটাত খুন্দা মাৰি জ্বলি গৈছে।  Archived […]

Continue Reading

ইউক্ৰেইনত হোৱা আক্ৰমণৰ পুৰণি ভিডিঅ’ গাজা আক্ৰমণৰ বুলি ভাইৰেল কৰা হৈছে।  

ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধখনে সমগ্ৰ বিশ্বকে এক প্ৰকাৰ জোকাৰি গৈছে। দেশে দেশে প্ৰতিক্ৰিয়া দেখা গৈছে। সমান্তৰালভাৱে সামাজিক মাধ্যমত এই যুদ্ধকেন্দ্ৰীক বিভিন্ন ফটো, ভিডিঅ’ ভাইৰেল হৈছে। কিছুমান সঁচা, কিছুমান মিছা, কিছুমান সংগতিহীন। তেনেকুৱা এটা ভিডিঅ’ অসমৰ বহুলোকৰ হোৱাটছএপত ভাইৰেল হৈছে। ভিডিঅ’টোত কিছুমান আলোক দেখা গৈছে আৰু দাবী কৰা হৈছে যে সেয়া গোজাত হোৱা এক ৰাসায়নিক অস্ত্ৰ আক্ৰমণ।  ভিডিঅ’টোত […]

Continue Reading

ন’বেল বিজয়ী অৰ্থনীতিবিদ, ভাৰতৰত্ন অমৰ্ত্য সেনৰ দেহাৱসানৰ উৰা বাতৰি বিয়পিল সামাজিক মাধ্যমত।  

১০ অক্টোবৰ ২০২৩,মঙলবাৰে হঠাতে এটা বাতৰি ওলাল যে আমাৰ দেশৰ প্ৰসিদ্ধ অৰ্থনীতিবিদ ন’বেল বিজয়ী ভাৰতৰত্ন অমৰ্ত্য সেনৰ দেহাৱসান ঘটিছে।  অসমৰ বিভিন্ন ফেচবুক ব্য়ৱহাৰকাৰী তথা কিছুমান সংবাদ প্ৰতিস্থানেও সেই কথাটো প্ৰকাশ কৰি পোষ্ট কৰা দেখা গ’ল( কিছুমান পোষ্ট পাছত ডিলিট কৰা হৈছে) । তেনেকুৱা এটা ফেচবুক পোষ্ট প্ৰহ্লাদ নাথ নামৰ একাউণ্ট এটাৰ পৰা কৰা হৈছিল আৰু […]

Continue Reading

এই ভিডিঅ’টো ছিকিমৰ শেহতীয়া ডাৱৰ বিস্ফোৰণৰ নহয়।

কিছুদিন আগতে উত্তৰ ছিকিমত এক ভয়াৱহ বান পৰিস্থিতিৰ সন্মুখীন হৈছিল। বহু লোকৰ মৃত্যু আৰু বহু লোক নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে। প্ৰচণ্ড বৰষুণৰ ফলত ছিকিমৰ উত্তৰ অংশত অৱস্থিত হিমবাহৰ হ্ৰদ এটা ফাটি যায়। ইয়াৰ ফলত তীস্তা নদীৰ জলপৃষ্ঠ বৃদ্ধি হোৱাৰ ফলত বানপানীৰ সৃষ্টি হয়। ফলত ছিকিম মংগন, গাংটক, পাকয়ং, নামচিৰ চাৰিখন জিলা গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হয়। […]

Continue Reading

কৰ্মচাৰী আৰু পেঞ্চনাৰৰ মৰগীয়া বানচ ৫শতাংশ বৃদ্ধি হোৱা বুলি তিনি বছৰ পুৰণি ভিডিঅ’ ভাইৰেল।

শেহতীয়াভাৱে অসমৰ হোৱাটছএপক এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন আৰু তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ পূৰ্বৰ কেবিনেট মন্ত্ৰী প্ৰকাশ জাভৰেকাৰে এটা ঘোষণা কৰিছে। তেওঁ উল্লেখ কৰিছে যে কেন্দ্ৰীয় চৰকাৰৰ মোদী কেবিনেটৰ সিদ্ধান্ত মৰ্মে কেন্দ্ৰীয় চৰকাৰৰ ৫০লাখ কৰ্মচাৰী তথা ৫৬ লাখ পেঞ্চনাৰৰ মৰগীয়া বানচ বৃদ্ধি কৰাৰ […]

Continue Reading

কম্বোডিয়াৰ বাঘৰ পুৰণি ফটো বৰপেটাৰ পাটবাউসীত ওলোৱা বাঘৰ বুলি ভাইৰেল। 

শেহতীয়াভাৱে এখন ফটো অসমৰ হোৱাটছএপত বাৰুকৈয়ে ভাইৰেল হৈ পৰিছে। নিশাৰ অৰণ্যত বিচৰণ কৰি থকা এটা বাঘৰ ফটোখন ভাইৰেল কৰি দাবী কৰা হৈছে যে সেইখন বৰপেটা জিলাৰ পাটবাউসীত ওলোৱা বাঘৰ ফটো। বহুতে সেইখন নিজৰ হোৱাটছএপ ষ্টেটাছতো লগোৱা আমাৰ নজৰত পৰিছে। Archived Link  কিন্তু এই দাবীটো সত্য হয়নে? বৰপেটাত সঁচাকৈয়ে বাঘ ওলাইছিল নেকি? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই […]

Continue Reading

দিল্লী এনচিআৰৰ ভূমিকম্প বুলি তুৰস্কৰ পুৰণি দৃশ্য ভাইৰেল কৰা হৈছে। 

শেহতীয়াভাৱে এটা ভিডিঅ অসমৰ হোৱাটছএপত বাৰুকৈয়ে ভাইৰেল হৈছে। ভিডিঅ”টো ভূমিকম্পত আক্ৰান্ত অট্টালিকা আৰু অঞ্চলৰ।  যোৱা মঙলবাৰে দিল্লী এনচিআৰকে ধৰি উত্তৰ ভাৰতৰ বহু ৰাজ্যত ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছিল। যাৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৬.২ আছিল। দুপৰীয়া প্ৰায় ২:৫১ মান বজাত ভূমিকম্পৰ প্ৰচণ্ড কম্পন অনুভৱ কৰা হৈছিল। যাৰ কেন্দ্ৰবিন্দু নেপাল বুলি কোৱা হৈছিল। এই ভূমিকম্পৰ সন্দৰ্ভত ছ’চিয়েল […]

Continue Reading

তিনি প্ৰজন্মৰ জিমনাষ্ট একেলগে। ৰাছিয়াত আইতা আৰু মাৰ লগত জিমনাষ্টিক কৰিলে নেকি কিশোৰীয়ে? সত্যটো কি জানক।  

শেহতীয়াভাৱে এটা ভিডিঅ অসমৰ হোৱাটছএপত বাৰুকৈয়ে ভাইৰেল হৈছে। ভিডিঅ’টোত দেখা গৈছে তিনিগৰাকী মহিলা জিমনাষ্টে একেলগে খেল প্ৰদৰ্শন কৰিছে। দাবী কৰা হৈছে যে তেওঁলোক তিনিও একেটা পৰিয়ালৰে। তিনিটা প্ৰজন্মৰ তিনিগৰাকী জিমনাষ্ট। আইতাক, মাক আৰু জীয়ৰী।  Archived Link  কিন্তু এই দাবীটো সত্য হয়নে? তেওঁলোক একেটা পৰিয়ালৰে হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ […]

Continue Reading

স্বৰ্ণ মন্দিৰে জাৰি কৰা বুলি ভাইৰেল হোৱা এই জাননীখন ভুৱা।

কানাডাৰ শিখ সম্প্ৰদায়ৰ মাজত খালিস্তান বিষয়ক লৈ ভাৰত আৰু কানাডাৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে অমৃতসৰৰ স্বৰ্ণ মন্দিৰ (শ্ৰী হৰমন্দিৰ চাহাব)ৰ পৰা অহা বুলি দাবী কৰা এখন জাননী ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। ভাইৰেল জাননী অনুসৰি বহিঃৰাজ্যৰ সকলো গুৰুদ্বাৰে ভাৰত বিৰোধী যিকোনো কাৰ্যকলাপৰ সমৰ্থন তৎক্ষণাত বন্ধ কৰিব লাগিব যিয়ে পৃথক জাতিৰ আহ্বান জনায় আৰু শিখ ধৰ্ম […]

Continue Reading