ৰাহুল গান্ধীৰ চোলাত পদুম ফুলৰ ছবি কিয়? প্ৰকৃত কথাটো কি জানক। 

শেহতীয়াকৈ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ মাজত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে পদুম ফুলৰ ছবি থকা বগা চোলা পিন্ধি বিপুল জনসমাগমক সম্বোধন কৰা এখন ফটো ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে। সেই ফটোখন আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ প্ৰেৰণ কৰি এজন ব্যৱহাৰকাৰীয়ে সেই সম্পৰ্কে সত্যাসত্য জনাৰ আগ্ৰহ প্ৰকাশ কৰিছিল। Archived Link অনুৰূপ দাবী কৰি এক্সত পোষ্ট দিয়াও […]

Continue Reading

অহা ২২ জানুৱাৰীৰ পৰা ভাৰতত নতুন ৫০০ টকীয়া নোটৰ প্ৰচলন হ’ব নেকি?

অহা ২২ জানুৱাৰীৰপৰা ভাৰতত নতুন ৫০০ টকীয়া নোটৰ প্ৰচলন হ’ব বুলি শেহতীয়াকৈ চ’চিয়েল মেডিয়াত বহু পোষ্ট ভাইৰেল হৈছে। ভাইৰেল পোষ্টত আছে ৫০০ টকীয়া নোটৰ ফটো। সেই ৫০০ টকীয়া নোটৰ সমুখৰফালে আছে শ্ৰীৰামচন্দ্ৰৰ ফটো আৰু পিছফালে আছে ৰাম মন্দিৰৰ ফটো। এনেধৰণৰ পোষ্ট আমি ফেচবুকতো পালোঁ। Facebook Link | Archived Link এনেধৰণৰ পোষ্ট ইয়াতো চাব পাৰিব। Archived […]

Continue Reading

৫০০ টকীয়া নোটত সঁচাকৈয়ে লালকিল্লাৰ পৰিৱৰ্তে এতিয়া ৰাম মন্দিৰৰ ফটো থাকিব নেকি?

ৰাম মন্দিৰ উদ্বোধনৰ দিন ওচৰ চাপি অহাৰ লগে লগে চ’চিয়েল মেডিয়াত এই সম্পৰ্কে বিভিন্ন ধৰণৰ পোষ্ট ভাইৰেল হোৱা দেখা গৈছে। এনে সময়তে ৫০০ টকীয়া নোটত লালকিল্লাৰ পৰিৱৰ্তে এতিয়া ৰাম মন্দিৰৰ ফটো থাকিব বুলি এটা পোষ্ট ভাইৰেল হোৱা দেখা গৈছে।  এনেধৰণৰ পোষ্ট আমি ফেচবুকতো পালোঁ। Facebook Link | Archived Link আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে […]

Continue Reading

এই ভিডিঅ’টোত উপহাৰ লৈ নেপালৰ পৰা অযোধ্যালৈ অহা লোকক দেখুওৱা হৈছে নেকি?

অহা ২২ জানুৱাৰী, ২০২৪ তাৰিখে অযোধ্যাৰ ৰাম মন্দিৰ উদ্বোধন হ’ব।উদ্বোধনৰ পূৰ্বে সাজু কৰি তুলিবলৈ মন্দিৰটোৰ নিৰ্মাণ কাৰ্য পূৰ্ণগতিত চলি আছে। ৰাম মন্দিৰ উদ্বোধনৰ আগৰ দিনকেইটাত তেওঁৰ কইনা সীতাৰ জন্মস্থান নেপালৰ জনকপুৰৰপৰা ৫০০ লোকে শোভাযাত্ৰা কৰি বিভিন্ন উপহাৰ লৈ অযোধ্যাত উপস্থিত হ’ব বুলি জানিব পৰা গৈছে . এই পটভূমিত নেপালৰ পৰা অযোধ্যালৈ ভক্তৰ শোভাযাত্ৰা বুলি দাবী […]

Continue Reading

সঁচাকৈয়ে শেহতীয়াকৈ অযোধ্যাত জটায়ু পক্ষী দেখা গৈছে নেকি?

অযোধ্যাৰ ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা সমাৰোহ অহা ২২ জানুৱাৰীত নিৰ্ধাৰণ কৰা হৈছে যদিও এসপ্তাহৰ আগৰেপৰা বিভিন্ন অনুষ্ঠান আৰম্ভ হ’ব। চ’চিয়েল মেডিয়াত এই অনুষ্ঠানৰ সৈতে জড়িত বহু পোষ্ট ভৰি পৰিছে। তেনে এটা পোষ্টত ৰাস্তাৰ দাঁতিত শগুনৰ জাক দেখা গৈছে। জটায়ু বা শগুনক, ৰামায়ণ যুগৰ দেৱতা বুলি ধৰা হয়। এই চৰাইৰ জাকৰ ভিডিঅ’ আৰু ফটো শ্বেয়াৰ কৰি […]

Continue Reading

লক্ষদ্বীপত অৱতৰণ কৰা প্ৰথম বিমানৰ দৃশ্য নহয় এয়া।

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লক্ষ্যদ্বীপ ভ্ৰমণ কৰিছিল। ইয়াৰ পিছতে তেওঁ টুইটাৰত এই সম্পৰ্কে ফটো আৰু এখন টোকা শ্বেয়াৰ কৰি পৰ্যটনৰ প্ৰচাৰৰ আহ্বান জনায়। তাৰ পিছত কেইবাজনো চ’চিয়েল মেডিয়া ব্যৱহাৰকাৰীয়ে দ্বীপসমূহক মালদ্বীপৰ সৈতে তুলনা কৰি সঁহাৰি জনায়। মালদ্বীপৰ যুৱ মন্ত্ৰালয়ৰ তিনিজন উপমন্ত্ৰীয়ে ভাৰত আৰু প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে অৱমাননামূলক মন্তব্য কৰাৰ লগে লগে এয়া কূটনৈতিক বিবাদত পৰিণত […]

Continue Reading

ৰতন টাটাই ভাৰতীয় সেনাক বুলেট প্ৰুফ বাছ প্ৰদান কৰা দাবীটো মিছা। 

শেহতীয়াকৈ অসমৰ হোৱাটছএপত এটা এক্স পোষ্টৰ স্ক্ৰীণশ্বট ভাইৰেল হৈ পৰা দেখা গৈছে। দেশৰ আগশাৰীৰ শ্ৰদ্ধেয় উদ্যোগপতি ৰতন টাটাই ভাৰতীয় সেনাৰ কাৰণে বোমা প্ৰতিৰোধী বাছ প্ৰস্তুত কৰি ভাৰতীয় সেনাক বুলেট প্ৰুফ সুৰক্ষাৰ এক ব্যৱস্থা কৰি দিয়া বুলি দাবী কৰি এখন বাছৰ ফটোৰে সৈতে সেই পোষ্টটো কৰা দেখা গৈছে।  আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈয়ো এগৰাকী ব্যৱহাৰকাৰীয়ে সেই […]

Continue Reading

মধ্য প্ৰদেশৰ ২০২২ চনৰ দৃশ্যকে নগাঁৱৰ ননৈত ওলোৱা বাঘৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে। 

অসমৰ নগাঁও জিলাৰ ননৈ নামৰ ঠাইখনত দুদিন পূৰ্বে বাঘৰ আক্ৰমণত এজন লোকৰ মৃত্যু হৈছিল। প্ৰতিটো সংবাদ মাধ্যমে সেই বাতৰি কৰিছিল। সেই প্ৰেক্ষাপটতে সামাজিক মাধ্যমত এটা বিশেষ ভিডিঅ’ প্ৰচাৰ কৰা হৈছিল আৰু দাবী কৰা হৈছিল যে সেই ভিডিঅ’টো ননৈৰ। ভিডিঅ’টোত দেখা গৈছে যে নিশাৰ ভাগত এটা বাঘে হাবিৰ পৰা ৰাজপথলৈ উঠি আহিছে আৰু পথটোৰ এটা মুৰৰ […]

Continue Reading

২০১৭চনৰ চীনৰ দৃশ্য নগাঁৱৰ ননৈৰ বাঘৰ আক্ৰমণ বুলি মিছাকৈ ভাইৰেল কৰা হৈছে? 

দুদিন পূৰ্বে অসমৰ নগাঁও জিলাৰ ননৈ নামৰ ঠাইখনত বাঘৰ আক্ৰমণত এজন লোকৰ মৃত্যুৰ খবৰে ৰাজ্যখনক জোকাৰি গৈছিল। প্ৰতিটো সংবাদ মাধ্যমে সেই বাতৰি কৰিছিল। কিন্তু তাৰে মাজতে সামাজিক মাধ্যমত এটা বিশেষ ভিডিঅ’ প্ৰচাৰ কৰা হৈছিল আৰু দাবী কৰা হৈছিল যে ননৈৰ সেই বাঘৰ আক্ৰমণৰ ঘটনাৰ ভিডিঅ’ সেইটো। ভিডিঅ’টোত দেখা গৈছে যে এগৰাকী নীলা চোলা পৰিহিত লোক […]

Continue Reading

অযোধ্যাৰ ৰাম মন্দিৰ উদ্ঘাটনৰ বাবে ২৫০০০ যজ্ঞকুণ্ড সাজু কৰি তোলা হৈছে নেকি সঁচাকৈ? 

আমাৰ 24/7 ফেক্টলাইন নম্বৰ 9049053770লৈ এগৰাকী ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ প্ৰেৰণ কৰি তাৰ সত্যতা নিৰূপণৰ আহ্বান জনাইছিল। ভিডিঅ’টোত সহস্ৰ যজ্ঞকুণ্ড দেখা গৈছে। ব্যৱহাৰকাৰীগৰাকীয়ে জানিব বিচাৰিছিল যে সেয়া অযোধ্যাৰ ৰাম মন্দিৰ স্থাপনৰ বাবে সাজু কৰা ২৫০০০ যজ্ঞকুণ্ড হয় নেকি? Archived Link সেই ভিডিঅ’টোৰ আৰ্কাইভ লিংক তলত দিয়া হৈছে।  সেই একেটা ভিডিঅ’ আমি এক্স(পূৰ্বৰ টুইটাৰ)ত পালোঁ। তাতো একেই […]

Continue Reading