বাংলাদেশৰ মহিলা উপাধ্যক্ষৰ লগত দুৰ্ব্যৱহাৰৰ ভিডিঅ’ বিভ্ৰান্তিকৰ দাবীৰে ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে এগৰাকী মহিলাক চকীত বহি থকা অৱস্থাত কেইবাগৰাকীও পুৰুষে আগুৰি তৰ্ক-বিতৰ্ক কৰি আছে আৰু এজন পুৰুষে মহিলাগৰাকীক টনা-আজোৰা কৰি চকীৰ পৰা উঠিবলৈ বাধ্য কৰিছে। দাবী কৰা হৈছে যে ভিডিঅ’টো বাংলাদেশৰ আৰু চকীত বহি থকা মহিলাগৰাকী এগৰাকী অধ্যক্ষ আৰু তেওঁক বলপূৰ্বকভাৱে অপসাৰণ কৰা হৈছে যিহেতু তেওঁ […]

Continue Reading

তিৰুপতি মন্দিৰ প্ৰসাদ বিতৰ্কত অভিযুক্ত ঘিঁউ যোগানকাৰীৰ সৈতে মিছাকৈ জড়িত পাক কোম্পানীৰ কৰ্মচাৰীৰ প্ৰফাইলৰ স্ক্ৰীণশ্বট।

তিৰুপতি মন্দিৰ প্ৰসাদ বিতৰ্কৰ সৈতে জড়িত কোম্পানী এটাৰ কৰ্মচাৰীৰ নামৰ স্ক্ৰীণশ্বট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। স্ক্ৰীণশ্বটটো শ্বেয়াৰ কৰি ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে এই কোম্পানীয়েই তিৰুপতি মন্দিৰৰ প্ৰসাদৰ বাবে ঘিঁউ যোগান ধৰিছিল। ফটোখন আমাৰ হোৱাটচ‌এপ নম্বৰলৈও (৯০৪৯০৫৩৭৭০) ফ’ৰৱাৰ্ড কৰা হৈছিল এই কেপশ্বনেৰে,”তিৰুপতি মন্দিৰত ঘিঁ যোগান ধৰা কোম্পানী এ আৰ ফুডছৰ বিষয়ববীয়াৰ নাম এয়া”। […]

Continue Reading

হায়দৰাবাদৰ ভাগ্যলক্ষ্মী মন্দিৰত মুছলমানে আক্ৰমণ কৰি জুই লগাই দিয়া নাই। দাবীটো মিছা।

শেহতীয়াভাবে অসমৰ এটা ফেচবুক একাউণ্টৰ পৰা এটা ভিডিঅ’ আপলোড কৰি দাবী কৰা হৈছে যে হায়দৰাবাদৰ ভাগ্যলক্ষ্মী মন্দিৰত মুছলমানে অগ্নিসংযোগ কৰি আক্ৰমণ কৰিছে। ভিডিঅ’টোত অগ্নিকাণ্ডৰ দৃশ্য দেখা গৈছে। ছাৰমিনাৰৰ সমীপত এই অগ্নিকাণ্ড দেখা গৈছে ভিডিঅ’টোত। পোষ্টটোত লিখা হৈছে- মুছলমানে #ভাগ্যলক্ষ্মী_মন্দিৰত অগ্নিসংযোগ কৰি আক্ৰমণ কৰিলে … হায়দৰাবাদত। #মিলাদ_নবী নে কিবা দিন উদযাপনৰ আনন্দ কৰিবলৈ #হিন্দুৰ_মন্দিৰ_আক্ৰমণ Facebook Link […]

Continue Reading

পুৰণি আৰু সম্পৰ্কহীন ফটোৰ ক’লাজেৰে দাবী কৰা হৈছে যে সেয়া লেবাননত সংঘটিত হোৱা চোলাৰ পেনেল বিষ্ফোৰণৰ দৃশ্য।

শেহতীয়াভাবে দুখন ফটোৰৈ সৈতে এখন ক’লাজ অসমত ভাইৰেল হৈছে এই দাবীৰে যে সেয়া লেবাননৰ দৃশ্য় আৰু লেবাননত তেনেকৈ চোলাৰ পেনেলত বিষ্ফোৰণ ঘটি একোটা ঘৰ জ্বলি গৈছে। আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈয়ো সেই ক’লাজখন প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে একেই দাবী উত্থাপন কৰিছিল। Archived Link কিন্তু এই দাবী সত্য হয়নে?  আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ […]

Continue Reading

নামিবিয়াৰ নামিব মৰুভূমিয়ে সাগৰ স্পৰ্শ কৰা  দৃশ্য  টাঞ্জানিয়াৰ দৃশ্য বুলি দাবী কৰা হৈছে।

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজত এখন ফটো আপলোড কৰি ফটোখনৰ ওপৰত লিখা হৈছে যে সেয়া টাঞ্জানিয়াৰ দৃশ্য। মৰুভূমিয়ে সাগৰৰ সৈতে মিলিত হোৱা সেই দৃশ্যটো উত্তৰ আফ্ৰিকাৰ দেশ টাঞ্জনিয়াৰ বুলি দাবী কৰা হৈছে।  Facebook Link । Archived Link কিন্তু এই দাবী সত্য হয়নে?  আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ […]

Continue Reading

দিল্লী-মুম্বাই এক্সপ্ৰেছৱেৰ অন্তৰ্গত ৰাজস্থানৰ ডৌছা জিলাৰ পথৰ ফটো গুজৰাটৰ ৰাজপথৰ ফটো বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজত এখন ফটো আপলোড কৰি দাবী কৰা হৈছে যে সেই ফটোখন গুজৰাটৰ ৰাজপথৰ। ফটোখন আপলোড কৰি লিখিছে- গুজৰাটৰ #SpaceTechnology ৰ নিৰ্মিত পথ । Facebook Link । Archived Link কিন্তু এই দাবী সত্য হয়নে?  আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভনীতে আমি সেই […]

Continue Reading

সীতাৰাম য়েছুৰী খ্ৰীষ্টান আছিল নেকি?

চিপিআই(এম) দলৰ সাধাৰণ সম্পাদক সীতাৰাম য়েছুৰীয়ে যোৱা ১২ চেপ্তেম্বৰত শেষ নিশ্বাস ত্যাগ কৰে। তেখেতৰ মৃত্যুৰ পাছত এখন বিশেষ ফটো ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ফটোখনত দেখা গৈছে এখন বেনাৰ, য’ত হিন্দী ভাষাত লিখা আছে এইদৰে,”কমৰেড সীতাৰাম য়েছুৰী অমৰ ৰহে”। তাৰ সমুখত এটা কফিন আৰু বহুতো লোক সেই কফিনৰ চাৰিওফালে থিয় হৈ আছে। দাবী কৰা হৈছে যে […]

Continue Reading

বাংলাদেশত একাংশ যৌনকৰ্মীক ৰাজহুৱা স্থানত প্ৰহাৰ কৰা এটা ভিডিঅ’কে বোৰ্খা নিপিন্ধা কাৰণে হিন্দু মহিলাক আক্ৰমণ কৰা বুলি দাবী কৰি ভাইৰেল কৰা হৈছে।   

শেহতীয়াভাবে অসমত এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া বাংলাদেশত হিন্দু মহিলাক মুছলমান মহিলাৰ দৰে বোৰ্খা নিপিন্ধাৰ বাবে ৰাজপথত নিৰ্মমভাৱে প্ৰহাৰ কৰা হৈছে। ভিডিঅ’টো দেখা গৈছে যে এজন মাস্ক পৰিহিত যুৱকে হাতত এডাল সেউজীয়া লাঠি এডাল লৈ কেইগৰাকীমান যুৱতী-মহিলাক এক ব্যস্ত বজাৰ অঞ্চলত খেদি খেদি প্ৰহাৰ কৰিছে আৰু সেই প্ৰহৃত যুৱতীসকলে […]

Continue Reading

অন্ধ্ৰ প্ৰদেশৰ ৭ বছৰ পুৰণি ঘটনাকে মণিপুৰৰ শেহতীয়া নাৰী নিৰ্যাতনৰ ঘটনা বুলি দাবী কৰি ভাইৰেল কৰা হৈছে।

শেহতীয়াকৈ এগৰাকী যুৱতীক এজন যুৱকে যৌন নিৰ্যাতন চলোৱা এটা ভিডিঅ’ অসমৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ঘটনাটো মণিপুৰৰ শেহতীয়া ঘটনা বুলি দাবী কৰা হৈছে। আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈয়ো সেইটো দাবীৰে ভিডিঅ’টো প্ৰেৰণ কৰা হৈছে।  ফটো Archived Link কিন্তু এই দাবী সত্য হয়নে?  আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ […]

Continue Reading

কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা চৰাইৰ ভিডিঅ’ প্ৰকৃত চৰাই বুলি ভাইৰেল।

অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ (৯০৪৯০৫৩৭৭০) দুটা বিশেষ ধৰণৰ চৰাইৰ এটা ভিডিঅ’ ফ’ৰৱাৰ্ড কৰা হৈছিল। ভিডিঅ’টোত থকা চৰাই দুটাৰ মূৰত টুপী সদৃশ গঠন এটা আছিল আৰু চৰাই দুটাৰ গা আৰু পাখিত অলংকাৰৰ নিচিনা কিছুমান বস্তু আছিল। ভিডিঅ’টো আমালৈ প্ৰেৰণ কৰি ব্যৱহাৰকাৰীয়ে জানিব বিচাৰিছিল এই চৰাইৰ নাম। Archived Link. এই একেটা ভিডিঅ’ ফেচবুকতো আমি পালোঁ। ভিডিঅ’টো শ্বেয়াৰ […]

Continue Reading