ইৰাণে ইজৰাইলৰ এয়াৰবেচৰ ওপৰত কৰা আক্ৰমণৰ দৃশ্যকে ভাৰতে পাকিস্তানক কৰা আক্ৰমণ বুলি ভাইৰেল।
শেহতীয়াকৈ যোৱা ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অসমৰ কেইগৰাকীমান ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া ভাৰতে অপাৰেচন সিন্দূৰৰ পাছত পাকিস্তানৰ ওপৰত কৰা আক্ৰমণৰ দৃশ্য। Facebook Link Archived Link Facebook Link Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট […]
Continue Reading
