মুম্বাই বিমানবন্দৰত উপস্থিত হোৱা ছলমান খানৰ পুৰণি ভিডিঅ’ জুবিন গাৰ্গৰ মৃত্যুৰ পাছত ছলমান খান গুৱাহাটী বিমানবন্দৰত উপস্থিত হোৱা বুলি ভাইৰেল।

জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ পাই ছলমান খান গুৱাহাটী বিমানবন্দৰত উপস্থিত হোৱা বুলি দাবী কৰি এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। Thread Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া ২০২৫ চনৰ ৬ ছেপ্টেম্বৰত Asomlive […]

Continue Reading

পুৰণি অপ্ৰাসংগিক ভিডিঅ’ জুবিন গাৰ্গৰ ছিংগাপুৰ দুৰ্ঘটনাৰ পাছৰ বুলি ভাইৰেল।

২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত এক শোকাৱহ দুৰ্ঘটনাত বিশিষ্ট কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যু হয়। এই পটভূমিত কোনো ট্ৰমা চেণ্টাৰৰ যেন লগা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে ভিডিঅ’টোত জুবিন গাৰ্গক তেওঁৰ দুৰ্ঘটনাৰ পিছত ছিংগাপুৰৰ এখন চিকিৎসালয়ত থকা দেখা গৈছে। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড […]

Continue Reading

এইজন জুবিন গাৰ্গ নহয়। এয়া মাহমুদ ইব্ৰাহিম নামৰ এজন পেছাদাৰী ডুবাৰুৰ এটা পুৰণি ভিডিঅ’হে।  

শেহতীয়াকৈ অসমৰ কেইগৰাকীমান ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া চিংগাপুৰত দেহাৱসান ঘটা জুবিন গাৰ্গৰ স্কুবা ডাইভিঙৰ সময়ৰ অন্তিমটো ভিডিঅ’। চিংগাপুৰত আয়োজন কৰা নৰ্থ-ইষ্ট ফেষ্টিভেলত অংশ গ্ৰহণ কৰিবলৈ যোৱা জুবিন গাৰ্গে সাগৰত স্কুবা ডাইভিং কৰিবলৈ গৈ উশাহ বন্ধ হৈ মৃত্যুমুখত পৰা বুলি প্ৰাৰম্ভিক খবৰ আহিছিল। সেই সময়তেই এই ভিডিঅ’টো ভাইৰেল হৈ পৰা […]

Continue Reading

এইগৰাকী জুবিন গাৰ্গ নহয়। এইটো অন্য কোনো ডুবাৰুৰ তিনিমাহ পুৰণি দৃশ্য।  

শেহতীয়াকৈ অসমৰ কেইগৰাকীমান ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া চিংগাপুৰত দেহাৱসান ঘটা জুবিন গাৰ্গৰ স্কুবা ডাইভিঙৰ সময়ৰ অন্তিমটো ভিডিঅ’। চিংগাপুৰত আয়োজন কৰা নৰ্থ-ইষ্ট ফেষ্টিভেলত অংশ গ্ৰহণ কৰিবলৈ যোৱা জুবিন গাৰ্গে সাগৰত স্কুবা ডাইভিং কৰিবলৈ গৈ উশাহ বন্ধ হৈ মৃত্যুমুখত পৰা বুলি প্ৰাৰম্ভিক খবৰ আহিছিল। সেই সময়তেই এই ভিডিঅ’টো ভাইৰেল হৈ পৰা […]

Continue Reading

চিকিমৰ দৃশ্যকে নেপালত বন্দে মাতৰম ধ্বনি দিয়া বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেয়া নেপালৰ দৃশ্য বুলি দাবী কৰিছে। ভিডিঅ’টোত দেখা যায় যে হাতে হাতে ভাৰতৰ ত্ৰিৰংগ পতাকা লৈ এটা সমদল আগুৱাই গৈছে। সকলোৱে বন্দে মাতৰম,ভাৰত মাতা কী জয় আদি ধ্বনি দিছে। আৰক্ষী-নিৰাপত্তাৰক্ষীৰ লগতে ৰাজনৈতিক নেতাও সমদলটোত আছে। ভিডিঅ’টোত টেক্সট ওভাৰলে’(Text Overlay) কৰি ৰোমান আৰু দেৱনাগৰী লিপিত নেপাল আৰু […]

Continue Reading

১৯৪৮চনত ভাৰতীয় ফুটবল দলটোক নেহৰুৱে জোতা কিনিবলৈ ধন দিয়া নাছিল নেকি। সত্যটো কি, জানো আহক। 

শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এখন ফটো আপলোড কৰি এটা পোষ্ট কৰিছে। পোষ্টটোৰে তেওঁ দাবী কৰিছে যে ১৯৪৮ চনৰ বিশ্বকাপত ভাৰতীয় ফুটবল দলটোৱে খালী ভৰিৰে ফুটবল খেলিবলগীয়া হৈছিল। কাৰণ তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে শৈলেন্দ্ৰ নাথ মান্নৰ অধিনায়কাধীন দলটোক ফুটবল খেলা জোতা কিনিবলৈ ধন দিয়া নাছিল। প্ৰধানমন্ত্ৰীয়ে নিজৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ যোগাৰ কৰি লৈছিল ঠিকেই, কিন্তু ভাৰতীয় […]

Continue Reading

মিছা! নেপালৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কীহে, বালেন্দ্ৰ শ্বাহ নহয়।   

১২ চেপ্তেম্বৰ ২০২৫ত অসমৰ এগৰাকী ব্যৱহাৰকাৰীয়ে থ্ৰেডছত এটা পোষ্ট কৰি দাবী কৰিছে যে নেপালৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে বালেন্দ্ৰ শ্বাহ। নেতাগৰাকীৰ ফটো এখন আপলোড কৰি এই দাবীৰে পোষ্টটো কৰা হৈছে। Threads Link Archived Link  কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।  সত্যতা নিৰূপণ পদ্ধতি অনুসন্ধানৰ আৰম্ভণীতে […]

Continue Reading

এইটো ভিডিঅ’ৰ নেপালৰ সৈতে কোনো সম্পৰ্ক নাই। ইণ্ডোনেছিয়াৰ ভিডিঅ’হে এইটো।

১০ চেপ্তেম্বৰ ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেয়া নেপালৰ শেহতীয়া পৰিস্থিতিৰ এটা দৃশ্য বুলি দাবী কৰিছে। নেপালত প্ৰতিবাদকাৰীয়ে ৰাজনৈতিক নেতাৰ ঘৰৰ পৰা ধন উদ্ধাৰ কৰি আনি ৰাইজৰ মাজত বিলাই দিয়া বুলি দাবী কৰিছে। । পোষ্টটোত লিখিছে এইদৰেঃ নেপালৰ ভ্ৰষ্ট ৰাজনৈতিক নেতাৰ ঘৰৰ পৰা উদ্ধাৰ কৰি অনা অবৈধ ধন জনতাৰ মাজত বিলাই […]

Continue Reading

ইণ্ডোনেছিয়াৰ ভিডিঅ’কে নেপালৰ ভিডিঅ’ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে। 

অতি শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেয়া নেপালৰ বৰ্তমান পৰিস্থিতি বুলি দাবী কৰিছে। নেপালত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত এইদৰে মুখামুখি সংঘাত হোৱা বুলি দাবী কৰি ভিডিঅ’টো আপলোড কৰিছে ১০ চেপ্তেম্বৰ ২০২৫ত। পোষ্টটোত লিখিছে এইদৰেঃ প্ৰধান মন্ত্ৰী পলায়ন8 September 2025 নেপালৰ সেনা আৰক্ষী আৰু প্ৰতিবাদকাৰী মাজত ভয়ংকৰ পৰিস্থিতি। Facebook Link Archived Link  […]

Continue Reading

যোৱা আগষ্টত ইন্দোনেছিয়াৰ বেংকুলুত হোৱা প্ৰতিবাদৰ দৃশ্য নেপালৰ শেহতীয়া পৰিস্থিতিৰ দৃশ্য বুলি ভাইৰেল।

নেপালৰ শেহতীয়া পৰিস্থিতি বুলি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এটা বিশেষ ভিডিঅ’। ভিডিঅ’টোত দেখা গৈছে যে অজস্ৰ লোক কোনো এক চৌহদৰ বাহিৰত একত্ৰিত হৈ চৌহদটোৰ লোহাৰ গেট আৰু জেওৰা ভাঙিবলৈ চেষ্টা কৰিছে। চৌহদৰ ভিতৰত পুলিচ বাহিনী ঢাল লৈ সাজু হৈ থকা দেখা গৈছে। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ […]

Continue Reading