FACT CHECK: এই ফটোখন বিশ্বৰ ভিন্ন প্ৰান্তত কোভিড১৯ত মৃত্যু ঘটা স্বাস্থ্যকৰ্মীসকলৰ ফটোৰে প্ৰস্তুত কৰি তোলা হোৱা নাই।

সমগ্ৰ বিশ্বৰ লগতে প্ৰায় গোটেই দেশখনকে কৰ’ণাভাইৰছ মহামাৰীয়ে স্থৱিৰ কৰি তুলিছে আৰু কোনো কোনো প্ৰান্তত বহু সংখ্যক আক্ৰান্তৰ খবৰ দৈনিক আহি আছে। দিনে নিশাই বিৰামহীনভাৱে কাম কৰি থকা স্বাস্থ্য কৰ্মীসকলৰ ভিতৰত বহুতো ডাক্তৰ,নাৰ্ছ আৰু আন কৰ্মীয়ো এই ভাইৰাছৰ সংক্ৰমনৰ কৱলত পৰি এই মহামাৰীৰ ভুক্তভোগী হৈ পৰিছৰ। এই প্ৰেক্ষাপটতেই ফেচবুকৰ লগতে আন আন ছোচিয়েল মিডিয়া প্লেটফৰ্মত […]

Continue Reading

FACT CHECK: আৰ্চেনিকাম এলবাম ৩০ নামৰ দৰৱটো খালে ক’ৰনা ভাইৰাছ ৰোগৰ পৰা বাচিব পাৰি নেকি?

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে সম্প্ৰতি সমগ্ৰ দেশখনকে ছানি ধৰিছে আৰু ধীৰে ধীৰে এই ৰোগ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি অধিক মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈ আছে । ছচিয়েল মিডিয়াত ক’ৰনা ভাইৰাছৰ বিষয়ে না না উৰা বাতৰি বিয়পিব ধৰিছে ।  […]

Continue Reading

FACT CHECK: কোভিড১৯ত মাক দেউতাকৰ মৃত্যু ঘটা দুগৰাকী কনমানি ছোৱালীক সন্তান ৰূপে তুলি ল’ব লাগে বুলি ভূৱা মেছেজ ভাইৰেল

শেহতীয়াভাৱে কোভিড১৯ত মাক দেউতাকৰ মৃত্যু ঘটা বুলি কৈ দুগৰাকী নাবালিকা কনমানি কন্যাক তুলি ল’ব বিচৰা ইচ্ছুক অভিভাৱকৰ আগ্ৰহ বিচাৰি এটা মেছেজ ভাইৰেল কৰা হৈছে।  অসমত হোৱাটছএপত মেছেজটো ভাইৰেল হৈছে আৰু তাত এখন ফটো দিয়া হৈছে। লগতে লিখা হৈছে:  “তুলি লোৱাৰ বাবে:  যদি কোনোবাই এগৰাকী কন্যাক তুলি ল’ব বিচাৰে,তেনেহ’লে …নম্বৰত ফোন কৰিবলৈ নাপাহৰিব(প্ৰিয়ংকা)। এজনী তিনি দিনীয়া […]

Continue Reading

FACT CHECK: ২০ চেকেণ্ডৰ বাবে উশাহ বন্ধ কৰাটোৱে আপুনি কোভিড ১৯ত আক্ৰান্ত হৈছে নে নাই সেই কথা নিশ্চিত নকৰে

অনলনাইন চলি থকা অসংখ্য ভুল তথ্যৰ মাজতে আপোনাৰ কোভিড ১৯ হৈছেনে নাই তাক চোৱাৰ এটা আত্ম-পৰীক্ষা পদ্ধতি বিভিন্ন ছোচিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈ পৰিছে। এই সাধাৰণ আত্ম-পৰীক্ষাটোৰ মতে মানুহে ২০ চেকেণ্ডৰ বাবে নিজৰ উশাহটো ধৰি ৰাখি নিজৰ কোভিড ১৯ হৈছে নে নাই জানিব পাৰে। ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই আমাৰ চৌব্বিশ ঘন্টীয়া ফেক্টলাইন নম্বৰ ৯০৪৯০৫৩৭৭০লৈ ইয়াৰ সত্যতা […]

Continue Reading