ৰাহুল গান্ধীয়ে নিজৰ গাড়ীৰ টিভিত নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা চাই থকা নাছিল। ভিডিঅ’টো সম্পাদিত।
শেহতীয়াভাবে অসমত এটা ভিডিঅ’ বিয়পিছে । ভিডিঅ’টোত দেখা গৈছে যে শেহতীয়া ১৮ সংখ্যক লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন নেশ্বনেল ডেমক্ৰেটিক এলায়েঞ্চে চৰকাৰ গঠন কৰিব পৰাকৈ জনাদেশ লাভ কৰি নৰেন্দ্ৰ মোদী পুনৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি থকা দৃশ্যটো কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে নিজৰ গাড়ীত সংলগ্ন টিভিত চাই আছে। সেই ভিডিঅ’টো আমাৰ 24/7 ফেক্টলাইন নম্বৰ […]
Continue Reading
