গুজৰাটৰ প্ৰথম টেলিফোন সংযোগ সবৰমতী আশ্ৰমত কৰা হৈছিল নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত মহাত্মা গান্ধীয়ে টেলিফোনত কথা পাতি থকা এখন ফটো ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে গুজৰাটৰ প্ৰথম টেলিফোনটো সবৰমতী আশ্ৰমত মহাত্মা গান্ধীৰ টেবুলত স্থাপন কৰা হৈছিল।  ফটোখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “গুজৰাটৰ প্ৰথম টেলিফোনটো কোনো ডাঙৰ উদ্যোগপতি বা মিলৰ মালিকৰ ঘৰত নহয়, সাবৰমতী আশ্ৰমৰ গান্ধীজীৰ টেবুলতহে স্থাপন কৰা হৈছিল আৰু এই […]

Continue Reading

বাংলাদেশৰ মছজিদত শেহতীয়াকৈ মাৰণাস্ত্ৰ উদ্ধাৰ হৈছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ হোৱা দেখা গৈছে য’ত সেনাবাহিনীৰ লোক আৰু ইছলাম ধৰ্মাৱলম্বী ব্যক্তি কেইগৰাকীমানক বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰৰ ওচৰত দেখা গৈছে। দাবী কৰা হৈছে যে এয়া বাংলাদেশৰ সেনাই মছজিদত মাৰণাস্ত্ৰ উদ্ধাৰ কৰাৰ দৃশ্য। ভাইৰেল ফটোখন কেইখনমান স্ক্ৰীণশ্বটৰ ক’লাজ, য’ত তছলিমা নাছৰিনৰ ফেচবুক পোষ্ট এটাৰ স্ক্ৰীণশ্বটো সংলগ্ন কৰা হৈছে। দাবী কৰা হৈছে, “অসমক সাঙুৰি […]

Continue Reading

পুৰণি অপ্ৰাসংগিক ভিডিঅ’ ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ বুলি ভাইৰেল।

২০২৫ চনৰ ৩০ জুলাইৰ ৰাতিপুৱা ৰাছিয়াৰ কামছট্কা পেনিনছুলা (Kamchatka Peninsula) ৮.৮ প্ৰাৱল্যৰ ভূমিকম্প‌ই জোকাৰি যায় যাৰ ফলত জাপান, হাৱাই আৰু আমেৰিকাৰ পশ্চিম উপকূলত ছুনামীৰ সৃষ্টি হৈছে। এই পৰিপ্ৰেক্ষিতত কেইবাটাও দৃশ্যাংশ সংলগ্ন এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত আৰু দাবী কৰা হৈছে যে সেয়া ৰাছিয়াত শেহতীয়াকৈ হোৱা ভূমিকম্পৰ দৃশ্য। Facebook Link | Archived Link কিন্তু এই […]

Continue Reading

ম্যানমাৰৰ পুৰণি ভিডিঅ’ ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য বুলি ভাইৰেল।

২০২৫ চনৰ ৩০ জুলাইৰ ৰাতিপুৱা ৰাছিয়াৰ কামছট্কা পেনিনছুলা (Kamchatka Peninsula) ৮.৮ প্ৰাৱল্যৰ ভূমিকম্প‌ই জোকাৰি যায় যাৰ ফলত জাপান, হাৱাই আৰু আমেৰিকাৰ পশ্চিম উপকূলত ছুনামীৰ সৃষ্টি হৈছে। এই পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে বিভিন্ন ফটো আৰু ভিডিঅ’। তেনে এটা ভিডিঅ’ আমাৰ দৃষ্টিগোচৰ হ’ল য’ত দেখা গৈছে কোনো এক বিপনীত ভূমিকম্পৰ তীব্ৰ জোকাৰণিয়ে আলমিৰা তথা আন বয়-বস্তু […]

Continue Reading

ৰাছিয়ান যুদ্ধ বিমান ধ্বংসপ্ৰাপ্ত হোৱা পুৰণি ভিডিঅ’ থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত শেহতীয়াকৈ হোৱা সংঘৰ্ষৰ দৃশ্য বুলি ভাইৰেল।

থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত শেহতীয়াকৈ হোৱা সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত বহু ভিডিঅ’ ভাইৰেল হোৱা দেখা গৈছে। অসমৰ এটা ফেচবুক পেজত প্ৰকাশিত এক ভিডিঅ’ প্ৰতিবেদনত  কেইবাটাও ভিডিঅ’ সংলগ্ন কৰি দাবী কৰা হৈছে যে ভিডিঅ’কেইটাত কম্বোডিয়া আৰু থাইলেণ্ডৰ মাজত শেহতীয়াকৈ হোৱা সংঘৰ্ষৰ দৃশ্য দেখুওৱা হৈছে। ভিডিঅ’ প্ৰতিবেদনৰ কেপশ্বনত লিখা আছিল এইদৰে, “কম্বোডিয়াৰ ওপৰত থাইলেণ্ডৰ এয়াৰষ্ট্ৰাইক ▶পুনৰ যুদ্ধৰ […]

Continue Reading

পুৰণি অপ্ৰাসংগিক ফটো থাইলেণ্ড-কম্বোডিয়াৰ মাজৰ শেহতীয়া সংঘৰ্ষৰ বুলি ভাইৰেল।

থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত যোৱা ২৪ জুলাইত উত্তেজনা বৃদ্ধি পোৱাৰ ফলত দীৰ্ঘদিনীয়া সীমা বিবাদ তীব্ৰতৰ হৈ পৰে। খবৰ অনুসৰি থাইলেণ্ডত কমেও ১৯ জন লোক (১৪ জন সাধাৰণ নাগৰিক আৰু ৬ জন সৈনিক) নিহত হয়, আৰু কম্বোডিয়াত ১৩ জন লোকৰ(৮ জন সাধাৰণ নাগৰিক আৰু ৫ জন সৈনিক) মৃত্যু হয়। বিবাদিত সীমান্তৰ ১২টা স্থানত সংঘৰ্ষ সংঘটিত হৈছে। […]

Continue Reading

ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণৰ ভিডিঅ’ থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত শেহতীয়াকৈ হোৱা সংঘৰ্ষৰ দৃশ্য বুলি ভাইৰেল।

যোৱা ২৪ জুলাইত থাইলেণ্ড আৰু কম্বোডিয়াৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ ফলত দীৰ্ঘদিনীয়া সীমা বিবাদ তীব্ৰতৰ হৈ পৰে। খবৰ অনুসৰি থাইলেণ্ডত কমেও ১৯ জন লোক (১৪ জন সাধাৰণ নাগৰিক আৰু ৬ জন সৈনিক) নিহত হয়, আৰু কম্বোডিয়াত ১৩ জন লোকৰ(৮ জন সাধাৰণ নাগৰিক আৰু ৫ জন সৈনিক) মৃত্যু হয়। বিবাদিত সীমান্তৰ ১২টা স্থানত সংঘৰ্ষ সংঘটিত হৈছে। […]

Continue Reading

মল্লিকাৰ্জুন খাৰ্গেৰ পুৰণি ভাষণৰ কিয়দংশ প্ৰসংগ সংগতিহীনভাৱে প্ৰচাৰ কৰা হৈছে। 

১৬জুলাই ২০২৫,বুধবাৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে অসম ভ্ৰমণ কৰে। তাৰে পৰিপ্ৰেক্ষিতত অসমৰ সামাজিক মাধ্যমত বিভিন্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। তেনে সময়চোৱাতে অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে মল্লিকাৰ্জুন খাৰ্গেই কংগ্ৰেছ দল শেষ হৈ গৈছে বুলি নিজৰ ভাষণত প্ৰকাশ কৰিছে।      […]

Continue Reading

চেনিটেৰী পেডত ৰাহুল গান্ধীৰ ফটো? জানক সত্যতা।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ৰাহুল গান্ধী সম্পৰ্কে এটা বিশেষ ভিডিঅ’ ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টোত ৰাহুল গান্ধীৰ ফটো সংলগ্ন এটা চেনিটেৰী পেডৰ পেকেট দেখুওৱা হৈছে। কোনো ব্যক্তিয়ে পেকেটটোৰ পৰা এটা পেড উলিয়াই পেডটো খুলি চোৱাত সেই পেডৰ ভিতৰতো ৰাহুল গান্ধীৰ ফটো দেখা গৈছে। দাবী কৰা হৈছে যে বিহাৰৰ নিৰ্বাচনৰ সময়ত কংগ্ৰেছ দলে মহিলাসকলৰ মাজত বিতৰণ কৰা […]

Continue Reading

দুখন পুৰণি ফটোকে ১৫জুন,২০২৫ৰ কেদাৰনাথ হেলিকপ্তাৰ দুৰ্ঘটনাৰ ফটো বুলি মিছাকৈ  প্ৰচাৰ।

শেহতীয়াভাৱে যোৱা ১৫ জুন, ২০২৫ত কেদাৰনাথত হোৱা হেলিকপ্তাৰ দুৰ্ঘটনাত এটি ২৩মহীয়া শিশুৰ সৈতে মুঠ ৭জন লোকৰ দেহাৱসান ঘটিছিল। সেই সময়ত হেলিকপ্তাৰ দুৰ্ঘটনাৰ দৃশ্য বুলি কিছুমান আলোকচিত্ৰ সামাজিক মাধ্যমত প্ৰচাৰ কৰা হৈছিল। অসমৰ এটা সংবাদ প্ৰতিষ্ঠানে পৰিবেশন কৰা এটা বাতৰিত এখন বগা আৰু নীলা ৰঙৰ দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্তাৰৰ ফটো দেখুওৱা হৈছে। দাবী কৰিছে যে সেয়া ১৫জুনত হোৱা […]

Continue Reading