দুৰ্গা পূজা, দীপাৱলী, ৰাখী বন্ধন, ষঠ পূজা আদিৰ বন্ধ সঁচাকৈয়ে কৰ্তন কৰিলে নেকি শিক্ষা বিভাগে? 

যোৱা ৩০ আগষ্ট ২০২৩ বুধবাৰে অসমৰ ডিজিটেল সংবাদ প্ৰতিস্থান TIME8 এ কৰা এটা বাতৰি আমাৰ দৃষ্টিগোচৰ হৈছে। বাতৰিটোৰ শিৰোনাম লিখা হৈছে- “দুৰ্গা পূজা, দ্বীপাৱলীতো খোলা ৰাখিব লাগিব স্কুল, ডাঙৰ সিদ্ধান্ত শিক্ষা বিভাগৰ।” তদুপৰি বৰ্ণনাত লিখা হৈছে – “দুৰ্গা পূজা, দ্বীপাৱলীতো খোলা ৰাখিব লাগিব স্কুল, ডাঙৰ সিদ্ধান্ত শিক্ষা বিভাগৰ, ষঠ পূজাতো খোলা ৰাখিব লাগিব স্কুল, গৰজি […]

Continue Reading

এমাজনে সঁচাকৈ বিনামূলীয়া উপহাৰ দিছে নেকি? 

অতি শেহতীয়াভাৱে আমাৰ অসমৰ হোৱাটছএপত এটা লিংক বাৰুকৈয়ে ভাইৰেল হোৱা দেখা গৈছে। লিংকটোত কোৱা হৈছে যে অগ্ৰনী ই-কমাৰ্চ প্ৰতিস্থান এমাজনে ফ্ৰী গিফ্ট অৰ্থাত বিনামূলীয়া উপহাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে। সেই লিংকটোত ক্লিক কৰি সেই উপহাৰ লাভ কৰিব পাৰিব গ্ৰাহকে। আনকি আমালৈয়ো অনুৰূপ মেছেজ আহিছে সেই লিংকটোৰে সৈতে।  Archived Link কিন্তু দাবীটো সত্য হয়নে? আমি ফেক্ট ক্ৰেছেণ্ডো […]

Continue Reading

কিডনী নষ্ট হ’লে শৌচ কৰোঁতে এইবোৰ লক্ষণ দেখা দিয়ে নেকি? সত্যটো কি?  

বৃক্ক নষ্ট হোৱা অথবা কিডনী ফেইলিয়ৰ এক বিপজ্জনক ৰোগ বুলি আমি সকলোৱে জানো।তেনে পৰিপ্ৰেক্ষিততে এই ৰোগ সন্দৰ্ভত সজাগতা আৰু সচেতনতা অতিকৈ প্ৰয়োজন। কিন্তু বিভ্ৰান্তিকৰ তথ্যই যিকোনো লোককে বিপদত পেলোৱাৰ সম্ভাৱনা থাকে। শেহতীয়াকৈ আমি AssamPrime24  নামৰ এটা ফেচবুক পেজত এটা পোষ্ট লাভ কৰিলোঁ, য’ত “শৌচ কৰোতে দেখা দিয়া এই ৫ টা লক্ষণ হব পাৰে কিডনী নষ্ট […]

Continue Reading

ফেটি লিভাৰ হ’লে শৰীৰৰ ৫টা অংগ শুকাই যায় নেকি? সত্যটো কি?  

ফেটি লিভাৰ জীৱনযাত্ৰাৰ সৈতে সম্পৰ্ক থকা এক ৰোগ বুলি আমি সকলোৱে জানো।তেনে পৰিপ্ৰেক্ষিততে এই ৰোগ সন্দৰ্ভত সজাগতা আৰু সচেতনতা অতিকৈ প্ৰয়োজন। কিন্তু বিভ্ৰান্তিকৰ তথ্যই যিকোনো লোককে বিপদত পেলোৱাৰ সম্ভাৱনা থাকে। শেহতীয়াকৈ আমি AssamPrime24  নামৰ এটা ফেচবুক পেজত এটা পোষ্ট লাভ কৰিলোঁ, য’ত “লিভাৰত চৰ্বি জমা হলে শুকাই যায় শৰীৰৰ এই ৫ টা গোপন অংগ। জানক […]

Continue Reading

এয়া চন্দ্ৰযান ৩ প্ৰকল্পৰ মহিলা বিজ্ঞানীৰ আনন্দ প্ৰকাশৰ সময়ৰ ফটো নেকি? সত্যটো কি?  

যোৱা ২৩ আগষ্ট ২০২৩, বুধবাৰে চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধত চন্দ্ৰযান ৩ৰ লেণ্ডাৰ বিক্ৰমে সফল অৱতৰণ কৰাৰ লগে লগে ভাৰতৰ বিজ্ঞানীসকলে চন্দ্ৰ অভিযানৰ ক্ষেত্ৰত এক ইতিহাস ৰচনা কৰিলে। মহাকাশ গৱেষণাৰ ক্ষেত্ৰত ই সোণালী আখৰেৰে লিখা যোৱা এক সফলতা। লেণ্ডাৰ বিক্ৰমে চন্দ্ৰপৃষ্ঠক মসৃণভাৱে স্পৰ্শ কৰাৰ লগে লগে সমগ্ৰ ভাৰতবৰ্ষ উচ্ছাসিত হৈ পৰিল। চৌপাশে আনন্দৰ ৰোল উঠিল। কিন্তু ইয়াৰ […]

Continue Reading

চন্দ্ৰযান-৩ৰ চন্দ্ৰত অৱতৰণৰ দৃশ্য বুলি এনিমেটেড দৃশ্য প্ৰচাৰ কৰিছে নেকি? সত্যটো কি?  

২৩ আগষ্ট ২০২৩, বুধবাৰে পৃথিৱীৰ উপগ্ৰহ চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধত চন্দ্ৰযান ৩ৰ লেণ্ডাৰ বিক্ৰমে সফল অৱতৰণ কৰাৰ লগে লগে পৃথিৱীৰ বিজ্ঞানীসকলৰ চন্দ্ৰ অভিযানৰ ক্ষেত্ৰত এক ইতিহাস ৰচনা হৈছে। মহাকাশ গৱেষণাৰ ক্ষেত্ৰত ই সোণালী আখৰেৰে লিখা যোৱা এক সফলতা। সন্ধিয়া থিক ৬বজাৰ লগে লগে লেণ্ডাৰ বিক্ৰমে চন্দ্ৰপৃষ্ঠক মসৃণভাৱে স্পৰ্শ কৰাৰ লগে লগে সমগ্ৰ ভাৰতবৰ্ষ উচ্ছাসিত হৈ পৰিল। […]

Continue Reading

একালৰ জিম্বাবৱেৰ প্ৰখ্যাত ক্ৰিকেটাৰ হিথ ষ্ট্ৰিকৰ মৃত্যু ঘটিছে নেকি? সত্যটো কি?  

নব্বৈৰ দশকত নিজৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে বিশ্বৰ ক্ৰিকেটপ্ৰেমীৰ আদৰৰ খেলূৱৈ হৈ পৰা জিম্বাবৱেৰ প্ৰাক্তন ক্ৰিকেটাৰ হিথ ষ্ট্ৰিকৰ মৃত্যুৰ খবৰে অসমৰ চ’ছিয়েল মিডিয়াকো চুই গৈছে। অসমৰো একাধিক ফেচবুক ব্যৱহাৰকাৰী তথা সংবাদ প্ৰতিস্থানেও ৮৯ বছৰ বয়সত কৰ্কট ৰোগত আক্ৰন্ত হৈ হিথ ষ্ট্ৰিকৰ মৃত্যু ঘটিছে বুলি পোষ্ট দিয়া আমি দেখা পাইছোঁ।  প্ৰাগ নিউজ নামৰ সংবাদ প্ৰতিস্থানটোৱে তেওঁলোকৰ ফেচবুক পেজ […]

Continue Reading

শৰীৰত কেঞ্চাৰ বা কৰ্কট ৰোগ হ’লে জিভাত প্ৰথমে এই লক্ষণ দেখা যায় নেকি? সত্যটো কি?  

কৰ্কট ৰোগ এক মাৰাত্মক ব্যধি বুলি আমি সকলোৱে জানো। কৰ্কট ৰোগ অথবা কেঞ্চাৰে একোজন লোক তথা তেওঁৰ পৰিয়ালক ভয়ংকৰ জীয়াতু ভোগাই বুলি আমি জানো। তেনে পৰিপ্ৰেক্ষিততে কৰ্কট ৰোগ সন্দৰ্ভত সজাগতা আৰু সচেতনতা অতিকৈ প্ৰয়োজন। কিন্তু বিভ্ৰান্তিকৰ তথ্যই যিকোনো লোককে বিপদত পেলোৱাৰ সম্ভাৱনা থাকে। শেহতীয়াকৈ আমি Assam Prime24 নামৰ এটা ৱেবচাইটৰ এক প্ৰতিবেদন লাভ কৰিছোঁ, য’ত […]

Continue Reading

কোৰাণৰ আয়াতেৰে ৰাজস্থানৰ ছালুম্বৰ জিলা উদ্বোধন কৰা হৈছিল নেকি? সত্যটো কি?  

শেহতীয়াকৈ ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে বিধানসভাত নিজৰ ৰাজ্যৰ ১৯খন নতুন জিলা ঘোষণা কৰে। ইয়াৰ পাছত নতুন জিলা ছালুম্বাৰৰ উদ্বোধনী অনুষ্ঠানৰ এটা ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। ইয়াত আপুনি দেখিব পাৰে যে মঞ্চত এজন মৌলৱীয়ে মাইকত কোৰাণৰ আয়াত পাঠ কৰি ছালুম্বাৰ জিলাৰ উদ্বোধনী অনুষ্ঠানৰ কথা কৈছে। ইয়াৰ সমান্তৰালকৈ কোৰাণৰ এটা আয়াত পাঠ কৰি ছালুম্বাৰ জিলা উদ্বোধন […]

Continue Reading

দেৱেন্দ্ৰ ফা়ডনবিছে বীৰ সাৱাৰকাৰক সমকামী,ক্ষমাপ্ৰাৰ্থী আদি বুলি কৈছে নেকি? সত্যটো কি?

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনবিছৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত ফডনৱিছে বিনায়ক দামোদৰ সাৱাৰকাৰক লৈ অপমানজনক মন্তব্য কৰা দেখা গৈছে। মহাৰাষ্ট্ৰ বিধানসভাত হিন্দুত্ববাদী মতাদৰ্শবাদী ভি.ডি. সাৱৰকাৰক ফাডনবিছে অপমান কৰা বুলি দাবী কৰি এই ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে।  ১০ চেকেণ্ডৰ ভাইৰলে ভিডিঅ’ ক্লিপটোত শুনা গৈছে যে “Veer Savarkar was an apologist, Veer Savarkar was […]

Continue Reading