স্বাগত সতীৰ্থঃ এক সামগ্ৰিক আলোচনা

প্ৰস্তাৱনা যুগ যুগ ধৰি গতানুগতিকভাৱে চলি অহা এক প্ৰথাক বিঘ্নিত কৰি শেহতীয়াভাৱে অসম চৰকাৰে ‘স্বাগত সতীৰ্থ’ নামৰ এক ডিজিটেল প্লেটফৰ্ম আৰম্ভ কৰিছে। ইয়াৰ জৰিয়তে  যাতে কৰ্মচাৰীসকলক আধুনিক প্ৰক্ৰিয়াৰে বদলি কৰাত সুবিধা হয় তাৰ ব্যৱস্থা কৰা হৈছে।৷ ই কাৰ্যতঃ ৰাজ্যখনত এক দক্ষ, স্বচ্ছ, আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল কৰ্মচাৰীৰ অনুকূল বদলি ব্যৱস্থাৰ সূচনা কৰিছে। যাৰ ফলত […]

Continue Reading

২০২৪চনৰ ৩০ মে’ৰ ফটো গাজাৰ ওপৰত ইজৰাইলৰ শেহতীয়া আক্ৰমণৰ বুলি বিভ্ৰান্তিকৰ দাবীৰে প্ৰচাৰ কৰা হৈছে।    

অসমৰ ফেচবুকত এগৰাকী ব্যৱহাৰকাৰীয়ে এখন বিশেষ ফটো আপলোড কৰি দাবী কৰিছে যে সেই ফটোখন অতি শেহতীয়া। পোষ্টটোত উল্লেখ কৰা অনুসৰি দাবী কৰা সেই ঘটনাটো ২০২৪ৰ ডিচেম্বৰ মাহৰ ৩০ আৰু ৩১ তাৰিখ অথবা ২০২৫ চনৰ জানুৱাৰী মাহৰ ১ তাৰিখৰ আৰু সেই ফটোখনো সেই সময়ৰে। কাৰণ পোষ্টটোত শেষৰ বাক্যত দেওবাৰ এটাৰ কথা উল্লেখ কৰা হৈছে। সেই মৰ্মে […]

Continue Reading

২০১৬ চনৰে পৰা ইণ্টাৰনেটত উপলব্ধ ফটোৰে শেহতীয়াকৈ পাকিস্তানী সেনাই আফগান সেনাৰ ওচৰত আত্মসমৰ্পন কৰা বুলি বিভ্ৰান্তিকৰ দাবী।  

শেহতীয়াভাবে অসমৰ ফেচবুকত এগৰকী ব্যৱহাৰকাৰীয়ে এখন বিশেষ ফটো আপলোড কৰি দাবী কৰিছে যে সেই ফটোখন অতি শেহতীয়া পাকিস্তান আৰু আফগানিস্তানৰ মাজৰ যুদ্ধৰ সময়ৰ। দাবী কৰা হৈছে যে ফটোখনত পাকিস্তানৰ একাংশ সৈনিকে আফগানিস্তানৰ ওচৰত আত্মসমৰ্পন কৰিছে। পোষ্টটোত লিখিছে- পাকিস্তানী সেনা আৰু আফগান বাহিনীৰ মাজত চলি থকা তীব্ৰ যুদ্ধৰ মাজতে আহিছে এক আমোদজনক খবৰ। পাকিস্তান আৰু আফগান […]

Continue Reading

আৰাকান আৰ্মীয়ে বাংলাদেশৰ টেকনাফ দখল কৰা প্ৰসংগত কিছু আলোচনা।

প্ৰস্তাৱনা অতি শেহতীয়াভাবে অসমৰ ফেচবুকত এখন মানচিত্ৰ আপলোড কৰি দাবী কৰা হৈছিল যে ম্যানমাৰৰ আৰাকান আৰ্মীয়ে বাংলাদেশ আক্ৰমণ কৰি বাংলাদেশৰ দক্ষিণ অঞ্চলৰ টেকনাফ দখল কৰিছে । এই প্ৰসংগটো আলোচিত হৈছে। খেনোৰ মতে আৰাকান আৰ্মীয়ে বাংলাদেশৰ ভূখণ্ডলৈ সোমাই আহিছে আৰু খেনোৰ মতে তেওঁলোকে ম্য়ানমাৰৰ ভিতৰতেই নিজৰ প্ৰভূত্ব অক্ষুন্ন ৰাখিছে, বাংলাদেশলৈ শিপাবলৈ সক্ষম হোৱা নাই। এই আলোচনাত […]

Continue Reading

মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ দুটা ভিন্ন ঘটনাৰ দৃশ্যক একেলগ কৰি উত্তৰ প্ৰদেশৰ ঘটনা বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমৰ ফেচবুকত এগৰকী ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেই ভিডিঅ’টো উত্তৰ প্ৰদেশৰ। ভিডিঅ’টোত দুটা ভিন্ন দৃশ্য দেখা গৈছে। এটা দৃশ্যত এজন যুৱকক হাতত বান্ধি কোবাই কোবাই ৰাজপথেৰে লৈ গৈ আছে আৰক্ষীৰ লোকে আৰু আনটো দৃশ্যত দেখা গৈছে যে বাইকত অহা যুৱক এজনে যুৱতীগৰাকীমানৰ সৈতে অশালীন আচৰণ কৰি উধাও হৈছে। ভিডিঅ’টোৰে দাবী […]

Continue Reading

ভাইৰেল ভিডিঅ’টোত থকা শিল্পীজন ওস্তাদ জাকিৰ হুছেইন নহয়, বৰঞ্চ তাৰী খান নামৰ এজন পাকিস্তানী তবলা শিল্পীহে।

শেহতীয়াভাবে অসমৰ হোৱাটছএপত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত বিশ্ববিখ্যাত গায়ক নুচৰত ফটেহ আলীখানৰ সৈতে এগৰাকী তবলাবাদকে তবলা সংগত কৰি থকা দেখা গৈছে। সেই তবলা বাদকজন সদ্য দিবংগত ভাৰতীয় তবলা বাদক জাকিৰ হুছেইন বুলি দাবী কৰা হৈছে অথবা সেইগৰাকী তবলা বাদক জাকিৰ হুছেইন হয় নে নহয় তাকে লৈ প্ৰশ্ন উত্থাপন হৈছে। Archived Link কিন্তু […]

Continue Reading

এখন মাদ্ৰাছাৰ বাৰ্ষিক প্ৰতিযোগিতাৰ নাটকৰ দৃশ্যকে বাংলাদেশত আইছিছ, আল-কাইডাৰ কাৰ্যকলাপ বুলি প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমৰ ফেচবুকত এটা বিশেষ ভিডিঅ’ চৰ্চিত হৈছে। ভিডিঅ’টোত দেখা গৈছে যে পৰিধানত ইছলাম ধৰ্মীয় পোচাকৰ সৈতে একাংশ লোক এখন মঞ্চত বহি আছে। মঞ্চৰ ভাষণস্থলিত এগৰাকী লোকে আৰবী ভাষাত ভাষণ দিছে আৰু তেওঁৰ দুয়োকাষে হাতত উদ্যত মাৰনাস্ত্ৰ ৰৈ আইছিছ আদি সন্ত্ৰাসবাদী সংগঠনৰ দৰে পোচাক পৰিচ্ছদ কৰা দুজন লোক। মঞ্চৰ পিছফালে বৰ বৰ হৰফেৰে লিখা আছে […]

Continue Reading

ষ্টেট বেংক অৱ ইণ্ডিয়াই প্ৰতিষ্ঠা দিৱস উপলক্ষে গ্ৰাহকলৈ কোনো ধৰণৰ নগদ ধনৰ উপহাৰ বা পুৰস্কাৰৰ সুবিধা প্ৰদান কৰা নাই। 

শেহতীয়াভাবে অসমৰ হোৱাটছএপত এটা বিশেষ লিংক বিয়পি পৰিছে। ষ্টেট বেংক অৱ ইণ্ডিয়াৰ বুলি সেই লিংকটো প্ৰেৰণ কৰা হৈছে। লিংকটো খুলিলে ষ্টেট বেংক অৱ ইণ্ডিয়াৰ এক বিশেষ সুবিধাৰ তথ্য দিয়া ইণ্টাৰফেচ এটা খোলা যায়। সেই ইণ্টাৰফেচ মতে দাবী কৰা হৈছে যে ষ্টেট বেংক অৱ ইণ্ডিয়াই তেওঁলোকৰ বিশেষ কিছুমান গ্ৰাহকৰ বাবে  কেশ্ব প্ৰাইজ, কেশ্ববেক আৰু অন্য বিভিন্ন […]

Continue Reading

এনআৰচিৰ আবেদন আধাৰ লাভৰ পূৰ্বচৰ্তঃ এক সবিস্তাৰ আলোচনা

প্ৰস্তাৱনা সেয়া ১১ ডিচেম্বৰ ২০২৪ৰ কথা। অসম চৰকাৰে এক বিশেষ নীতি ঘোষণা কৰিলে। সেয়া হৈছে ৰাজ্যৰ সকলো নতুন আধাৰ আবেদনকাৰীয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ আবেদন ৰচিদ নম্বৰ (এ আৰ এন) জমা দিয়াটো বাধ্যতামূলক কৰা হৈছে। অসমৰ মুখ্যমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত লোৱা এই পদক্ষেপৰ লক্ষ্য হৈছে বাংলাদেশৰ পৰা হোৱা অবৈধ অনুপ্ৰৱেশক লৈ সৃষ্টি […]

Continue Reading

এমাজনৰ অৰণ্যৰ ভিতৰত হাউলাৰ বান্দৰে যন্ত্ৰৰ ওপৰত উঠি চিঞৰা ভিডিঅ’কে অসমৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াভাবে অসমৰ একাধিক ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেই ভিডিঅ’টো অসমৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ বুলি দাবী কৰিছে। ভিডিঅ’টোত দেখা গৈছে যে এটা বান্দৰে এখন এক্সকেভেটৰৰ ওপৰত উঠি চিঞৰি আছে। বিভিন্ন ফেচবুক পোষ্টত হোলোঙাপাৰ গিবন অভয়াৰণ্যত এইদৰে বান্দৰটোৱে প্ৰতিবাদ কৰা অথবা দুখত চিঞৰি উঠা বুলি বুজাই সেই ভিডিঅ’টো শ্বেয়াৰ কৰি থকা আমাৰ নজৰত পৰিছে। […]

Continue Reading