২০২২ চনত বেলুছ লিবাৰেছন আৰ্মীয়ে বেলুছিস্তানৰ চিবিত আইইডি বিস্ফোৰণ ঘটাই ৰেল আক্ৰমণ কৰা দৃশ্যটোকে শেহতীয়া জাফৰ এক্সপ্ৰেছ অপহৰণৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে।
শেহতীয়াভাবে অসমৰ একাংশ ফেচবুক পেজ তথা ব্যৱহাৰকাৰীয়ে পাকিস্তানৰ বেলুছ লিবাৰেছন আৰ্মীয়ে জাফৰ এক্সপ্ৰেছ অপহৰণ কৰা ঘটনাটোৰ সৈতে সংগতি কৰি এটা ভিডিঅ’ আপলোড কৰিছে। ভিডিঅ’টোত এখন চলন্ত ৰেলৰ সমীপতে বিস্ফোৰণ ঘটা দেখা গৈছে। দাবী কৰা হৈছে যে সেয়া জাফৰ এক্সপ্ৰেছ অপহৰণ সময়ত বেলুছ লিবাৰেছন আৰ্মীয়ে চলোৱা বিস্ফোৰণৰ দৃশ্য। প্ৰথম পোষ্টটো তলত দেখুওৱা হৈছে। Facebook Link Archived […]
Continue Reading
