এই কফিনসমূহ আহমেদাবাদৰ শেহতীয়া বিমান দুৰ্ঘটনাত নিহতসকলৰ নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

যোৱা ১২ জুনত আহমেদাবাদ-লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হয়। এই পৰিপ্ৰেক্ষিতত শাৰী শাৰীকৈ থোৱা বহু কফিনৰ ভিডিঅ’ আহমেদাবাদৰ দুৰ্ঘটনাত নিহতসকলৰ মৃতদেহ বুলি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।  Instagram Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ […]

Continue Reading

য়েটি এয়াৰলাইঞ্চৰ বিমান দুৰ্ঘটনাৰ পুৰণি ভিডিঅ’ আহমেদাবাদৰ শেহতীয়া বিমান দুৰ্ঘটনাৰ বুলি ভাইৰেল।

২০২৫ চনৰ ১২ জুনত আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰণৰ কিছু সময়ৰ পাছতে এয়াৰ ইণ্ডিয়াৰ আহমেদাবাদ-লণ্ডন বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। এই পটভূমিত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এটা ভিডিঅ’ য’ত দেখা গৈছে যে এজন যাত্ৰীয়ে বিমানত বহি থকা অৱস্থাত ভিডিঅ’ ৰেকৰ্ডিং কৰি আছে আৰু ভিডিঅ’টো শেষৰফালে অস্পষ্ট আৰু অস্থিৰ হৈ পৰিছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি […]

Continue Reading

হিমাচল প্ৰদেশৰ পুৰণি ভিডিঅ’ গুৱাহাটীৰ শেহতীয়া বানপানীৰ দৃশ্য বুলি ভাইৰেল।

কেইখনমান দোকান বানপানীত উটুৱাই নিয়াৰ ভিডিঅ’ এটা শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে ভাইৰেল ভিডিঅ’টোত অসমৰ গুৱাহাটীৰ শেহতীয়া বান পৰিস্থিতিৰ দৃশ্য দেখা গৈছে। Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট […]

Continue Reading

ৰাহুল গান্ধীৰ সৈতে ইউটিউবাৰ জ্যোতি মলহোত্ৰাৰ সম্পাদিত ফটো  ভাইৰেল।

শেহতীয়াকৈ হাৰিয়ানাৰ হিছাৰৰ ইউটিউবাৰ জ্যোতি মলহোত্ৰাক  পাকিস্তানী নাগৰিকৰ সৈতে স্পৰ্শকাতৰ তথ্য ভাগ-বতৰা কৰাৰ লগতে অবিৰত যোগাযোগৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। খবৰ অনুসৰি, চাৰিদিনীয়া আৰক্ষীৰ ৰিমাণ্ড শেষ হোৱাৰ লগে লগে ২৬ মে’ সোমবাৰে জ্যোতি মালহোত্ৰাক হিছাৰৰ আদালতত হাজিৰ কৰা হ’ব। এই পৰিপ্ৰেক্ষিতত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সৈতে জ্যোতি মলহোত্ৰাৰ দুখন ফটো ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ফটো […]

Continue Reading

ভিডিঅ’টো পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা বিনয় নৰৱাল আৰু তেওঁৰ পত্নীৰ নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এক দম্পতীৰ এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে সেয়া পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত নিহত নৌসেনা বিষয়া বিনয় নৰৱালে তেওঁৰ পত্নীৰ সৈতে কৰা ভিডিঅ’।  Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি ভিডিঅ’টো ভালদৰে চাই গম পালোঁ যে বিনয় নৰৱাল […]

Continue Reading

পুৰণি ভিডিঅ’ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত জড়িত এটা সন্ত্ৰাসবাদীৰ ভিডিঅ’ বুলি ভাইৰেল।

কমেও ২৬ জন লোকৰ প্ৰাণ কাঢ়ি নিয়া পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত এই ঘটনাৰ সৈতে জড়িত বিভিন্ন পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই পটভূমিত চিকিৎসালয়ৰ বিচনাত এজন ব্যক্তিক সাংবাদিকে সাক্ষাৎকাৰ লোৱাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে ভাইৰেল ভিডিঅ’টোত থকা ব্যক্তিজনেই হৈছে শেহতীয়াকৈ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ সৈতে জড়িত […]

Continue Reading

মহাৰাষ্ট্ৰৰ পুৰণি ভিডিঅ’ পশ্চিমবংগত শেহতীয়াকৈ বজৰং দলৰ সদস্যসমূহ প্ৰৱেশ কৰাৰ দৃশ্য বুলি ভাইৰেল।

শেহতীয়াকৈ এক বাইক ৰেলীৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে সেয়া বজৰং দলৰ সদস্যসমূহ হিংসাজৰ্জৰ পশ্চিমবংগত প্ৰৱেশ কৰাৰ দৃশ্য। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “ৰাজস্থান, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আদিৰ চুকে-কোণে থকা হাজাৰ হাজাৰ বজৰং দলৰ কৰ্মীয়ে যোৱা নিশা হিন্দুসকলৰ জীৱন ৰক্ষাৰ বাবে পশ্চিমবংগত উপস্থিত হয়…  👉কোনো চৰকাৰ বা […]

Continue Reading

প্ৰায় এবছৰ পুৰণি ভিডিঅ’ আমষ্টাৰডাম বিশ্ববিদ্যালয়ৰ শেহতীয়া হিংসাত্মক ঘটনাৰ দৃশ্য বুলি ভাইৰেল।

যোৱা ১৪ এপ্ৰিলৰ পুৱা মুখা পৰিহিত পেলেষ্টাইন সমৰ্থক বিক্ষোভকাৰীয়ে আমষ্টাৰডাম বিশ্ববিদ্যালয়ৰ মাগডেনহুইছ দখল কৰে। এই পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে মুখত কাপোৰ বান্ধি হাতত লাঠী লৈ এদল লোকে আন কিছুমানক আক্ৰমণ কৰিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে সেয়া শেহতীয়াকৈ আমষ্টাৰডাম বিশ্ববিদ্যালয়ত ঘটা হিংসাত্মক ঘটনাৰ দৃশ্য। ফেচবুকত ভিডিঅ’টো […]

Continue Reading

উত্তৰাখণ্ডৰ ভগৱানপুৰ তেহছিল প্ৰশাসনে অবৈধভাৱে পৰিচালিত মাদ্ৰাছাসমূহত চলোৱা অভিযানৰ দৃশ্য উত্তৰ প্ৰদেশৰ বুলি ভাইৰেল।

ৱাকফ সংশোধনী বিধেয়ক সংসদত গৃহীত হোৱাৰ পাছতে উত্তৰ প্ৰদেশত অবৈধ আৰু নথি-পত্ৰবিহীন ৱাকফ সম্পত্তিৰ বিৰুদ্ধে অভিযান আৰম্ভ হোৱা বুলি দাবী কৰি এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ভিডিঅ’টোত দেখা গৈছে যে এদল আৰক্ষী বিষয়াববীয়াই এজন ইছলাম ধৰ্মাৱলম্বী লোকৰ চৌহদত প্ৰৱেশ কৰিছে আৰু ইছলাম ধৰ্মাৱলম্বী ব্যক্তিজনে “office” (কাৰ্যালয়) বুলি লিখা থকা এটি কোঠাৰপৰা কিছু কাগজ-পত্ৰ লৈ […]

Continue Reading

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক এজন ব্যক্তিয়ে আক্ৰমণ কৰা এই ভিডিঅ’টো পুৰণি।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক এজন ব্যক্তিয়ে আক্ৰমণ কৰা দেখা গৈছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “আজি ৰাতিপুৱাই এজন যুবকে চৰিয়ালে মূখ্যমন্ত্রী নীতিশ কুমাৰক, ৱাকফ সংশোধনী বিল অনুমোদনৰ পৰিপ্ৰেক্ষিতত এই কাৰ্য্য” Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। […]

Continue Reading