ফটোত দেখা ব্যক্তিগৰাকী হিমালয়া ড্ৰাগ কোম্পানীৰ মালিক নহয়।

সংৰক্ষিত লিংক এখন ফটোৰ স্ক্ৰিনশ্বটত অসমৰ বিভিন্ন হোৱাটছএপ গ্ৰুপত শেহতীয়াভাৱে ভাইৰেল হৈ পৰিছে। যিখনত এজন ব্যক্তিক দেখা গৈছে আৰু তাত লিখা হৈছে যে তেওঁ হিমালয়া আয়ুৰ্বেদিক প্ৰডাক্টৰ স্বত্বাধিকাৰী মহম্মদ মীনল।  স্ক্ৰিনশ্বটটোত থকা কথাখিনি এনেকুৱা: *This is Mohammed Menal’ calls himself M Menal. He is the owner of Himalaya Ayurvedic products (name is Bhartiya). He donates […]

Continue Reading

FACT CHECK: ফটোত দেখা ব্যক্তিগৰাকী ফেশ্বন ডিজাইনাৰ কীৰজিদা ৰড্ৰিগুৱেজ নহয়!

ফেচবুক পোষ্ট | সংৰক্ষিত পোষ্ট শেহতীয়াভাৱে ফেচবুকত এগৰাকী কৰ্কট ৰোগত আক্ৰান্ত হৈ প্ৰান হেৰুওৱা মহিলাৰ এক দীঘলীয়া প্ৰেৰণামূলক বৰ্তব্য সম্বলিত পোষ্ট ভাইৰেল হৈছে। পোষ্টটোত এগৰাকী মহিলাৰ এখন ফটোও লগোৱা হৈছে, যিখনত মহিলাগৰাকী হাস্পতালত ভৰ্তি হৈ থকা দেখা গৈছে।   ফেচবুক ব্যৱহাৰকাৰী আব্দুল হাছিবে ২০২০ চনৰ ২৬চেপ্তেম্বৰত দিনৰ ১২ বাজি ৩৯মিনিটত এই পোষ্টটো দিছিল।- “এবাৰ পঢ়িবলৈ অনুৰোধ […]

Continue Reading

FACT CHECK: এই চিকিৎসকজন ক’ভিড ৰোগীৰ কিডনী বিক্ৰী কৰাৰ বাবে গ্ৰেপ্তাৰ হোৱা নাছিল!

ফেচবুক লিংক | সংৰক্ষিত লিংক আব্দুল হাছিব নামৰ এজন ফেচবুক ব্যৱহাৰকাৰীয়ে দুখন ফটো প্ৰচাৰ কৰিছিল আৰু লিখিছিল-“ক”ৰোনাৰ নাম লৈ মানুহক মৃত্যুৰ মুখত পেলাই জিয়া কিডনি উলিয়াই কিছুমান ডাক্তৰে বিক্ৰী কৰি আছে,,,আমি সকলো সতৰ্ক থকা উচিত,,,সুস্থ মানুহক ক”ৰোনা সজাৱা ধান্দা,,,১২৫ জন মানুহক ক”ৰোনা সজাই মৃত্যুৰ মূখত পেলাই জিয়া কিডনি বিক্ৰী কৰা ডাক্তৰ দেবেন্দ্ৰ শৰ্মাক ইতিমধ্যে গ্ৰেপ্তাৰ […]

Continue Reading

যুক্তৰাষ্ট্ৰৰ কলম্বিয়াৰ এখন বাছত সঁচাকৈয়ে ড. বিআৰ আম্বেদকাৰ আৰু তেখেতৰ সহধৰ্মিনী সৱিতা আম্বেদকাৰৰ ফটো লগোৱা আছিলনে?

সংৰক্ষিত লিংক এখন বাছত ড. বিআৰ আম্বেদকাৰ আৰু তেখেতৰ সহধৰ্মিনী সৱিতা আম্বেদকাৰৰ ফটো লগোৱা এখন ফটোৰ স্ক্ৰিণশ্বট শেহতীয়াভাৱে অসমত হোৱাটছএপত ভাইৰেল হোৱা দেখা পোৱা গৈছে।  সংৰক্ষিত লিংক দাবী কৰা হৈছে যে এই সেইখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ কলম্বিয়াৰ এখন বাছ, যত ড. বিআৰ আম্বেদকাৰ আৰু তেখেতৰ সহধৰ্মিনী সৱিতা আম্বেদকাৰৰ ফটো লগোৱা আছে। স্ক্ৰিণশ্বটটোত লিখা আছে- “কলম্বিয়াৰ ৰাজপথত […]

Continue Reading

FACT CHECK: এইবাৰ ইউজিচি নেট পৰীক্ষাত নিগেটিভ মার্কিং থাকিব নেকি?

সংৰক্ষিত লিংক শেহতীয়াকৈ এক বিশেষ বাতৰি বা বাৰ্তা ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । বিশেষকৈ হোৱাটচ এপ্পত ভাইৰেল হৈ পৰা এই বাৰ্তা অনুসৰি এইবাৰ ইউজিচি নেট পৰীক্ষাত ভুল উত্তৰ দিয়াৰ বাবে নম্বৰ হ্ৰাস কৰা হব । হিন্দী পেপাৰৰ এক কাটিং যেন লগা ফটোখন হোৱাটচ এপ্পৰ জৰিয়তে অসমত ভাইৰেল হৈ পৰিছে । ইউজিচি নেটত এইবাৰ নিগেটিভ […]

Continue Reading

FACT CHECK: চিকিৎসা–শিক্ষাত বৰঙণি আগবঢ়োৱাৰ বাবে আইজি ন’বেল বঁটা মোদীলৈ আগবঢ়োৱা নাই!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আইজি ন’বেল বঁটা প্ৰদান কৰা হ’ল । দাবী কৰা হৈছে যে এইয়া এক আন্তঃৰাষ্ট্রীয় সন্মান হয় আৰু চিকিৎসা–শিক্ষাত বৰঙণি আগবঢ়োৱাৰ বাবে ২০২০ বর্ষৰ আইজি ন’বেল বঁটা প্রধানমন্ত্রী মোদীলৈ আগবঢ়োৱা হৈছে । মহামাৰী ক’ভিড–১৯ক লৈ বিশ্বত সজাগতা প্রচাৰ কৰাৰ লগতে এই মহামাৰী নিয়ন্ত্রণৰ ক্ষেত্রত পদক্ষেপ গ্রহণ […]

Continue Reading

শেহতীয়াকৈ লাডাখত এখন ভাৰতীয় এমআই ১৭ হেলিকপ্টাৰ দুৰ্ঘটনাগ্রস্থ হৈছিল নেকি?

সংৰক্ষিত লিংক শেহতীয়াকৈ ছ’চিয়েল মিডিয়াৰ জৰিয়তে এখন বিশেষ ফটো ভাইৰেল হৈ পৰিছে । ফটোখনত এখন দুৰ্ঘটনাগ্রস্থ হেলিকপ্টাৰ দেখা গৈছে । দাবী কৰা হৈছে যে এইখন শেহতীয়াকৈ লাডাখত দুৰ্ঘটনাগ্রস্থ হোৱা ভাৰতীয় এমআই ১৭ হেলিকপ্টাৰ ।  উক্ত ফটোখন অসমত হোৱাটচ এপ্পৰ জৰিয়তে ভাইৰেল হৈ পৰিছে । বিভিন্নজনে উক্ত ফটোখন শ্বেয়াৰ কৰিছে আৰু এনেকুৱা ঘটনা কিবা সঁচাকৈ ঘটিছে […]

Continue Reading

এইয়া বলিউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটক মুম্বাইলৈ আগবঢ়াই অনাৰ দৃশ্য নহয়!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ ছ’চিয়েল মিডিয়াৰ জৰিয়তে কেইখনমান বিশেষ ফটো ভাইৰেল হৈ পৰিছে । ফটোকেইখনত বহুতো গাড়ীৰ এক বিশাল ৰেলী দেখা গৈছে । দাবী কৰা হৈছে যে এইয়া বলিউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটক ৰাজ থাকৰেৰ পৰা আদি কৰি বহু কেইটা হিন্দু সংগঠনে মুম্বাইলৈ আগবঢ়াই অনাৰ দৃশ্য হয় ।  উল্লেখযোগ্য যে কিছুদিনৰ পৰা কংগনা ৰাণাৱটক […]

Continue Reading

দেশত চিনেমা হলবোৰ ১ অক্টোবৰ, ২০২০ তাৰিখৰ পৰা খুলিবলৈ গৃহ মন্ত্ৰালয়ে অনুমতি দিয়া নাই!

সংৰক্ষিত লিংক শেহতীয়াকৈ ছ’চিয়েল মিডিয়াৰ জৰিয়তে এক বিশেষ বাতৰি ভাইৰেল হৈ পৰিছে । ডেইলী হাণ্ট নামৰ এক ৱেবছাইটত উক্ত বাতৰিটো প্ৰকাশ পাইছে । দাবী কৰা হৈছে যে দেশত চিনেমা হলবোৰ ১ অক্টোবৰ, ২০২০ তাৰিখৰ পৰা খুলিবলৈ গৃহ মন্ত্ৰালয়ে অনুমতি দিছে । উল্লেখযোগ্য যে ক’ৰনা ভাইৰাছৰ ভয়াবহ সংক্ৰমণৰ হেতু দেশত লক ডাউন ঘোষণা কৰা হৈছিল আৰু […]

Continue Reading

অসম পুলিচৰ এছ আই পদৰ চাকৰি ধন দিলে পোৱা যাই বুলি ভুৱা অডিঅ’ ক্লিপ ভাইৰেল!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ অসমত ছ’চিয়েল মিডিয়াৰ জৰিয়তে এক বিশেষ অডিঅ’ ক্লিপ ভাইৰেল হৈ পৰিছে । উক্ত অডিঅ’ ক্লিপটোত অসম পুলিচৰ এছ আই পদৰ চাকৰিৰ বাবে ধন লোৱা হয় বুলি এজন লোকে দাবী কৰিছে ।  অডিঅ’ ক্লিপটোত উক্ত লোকজনে আন এজন লোকৰ পৰা চাৰি লাখ টকা দাবী কৰিছে । এই অডিঅ’ ক্লিপটো অসমত […]

Continue Reading