আম্বালাৰ ওচৰত ৰাফেল যুঁজাৰু বিমান দুৰ্ঘটনাগ্রস্থ হৈছে বুলি ভুৱা স্ক্ৰীনশ্বট ভাইৰেল!

সংৰক্ষিত লিংক শেহতীয়াকৈ এক সন্দেহজনক টুইটৰ স্ক্ৰীনশ্বট ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । উক্ত ভাইৰেল স্ক্ৰীনশ্বটটোত দাবী কৰা হৈছে যে এখন ৰাফেল যুঁজাৰু বিমান আম্বালাৰ ওচৰত কাৰিকৰী বিজুতিৰ বাবে দুৰ্ঘটনাগ্রস্থ হৈছে আৰু এজন পাইলটৰ মৃত্যু হৈছে । উক্ত টুইটটো ভাৰতীয় বায়ু সেনাৰ ভেৰিফাইড টুইটাৰ একাউণ্টৰ পৰা কৰা বুলি দাবী কৰা হৈছে যিহেতু টুইটটোৰ স্ক্ৰীনশ্বটটোত ব্লুটিক […]

Continue Reading

গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক পৰ্য্যায়ৰ পৰীক্ষা সমূহ পিছুৱাই দিয়া হৈছে বুলি ভুৱা জাননী ভাইৰেল!

সংৰক্ষিত লিংক শেহতীয়াকৈ ছচিয়েল মিডিয়াত এক বিশেষ বাতৰি ভাইৰেল হৈ পৰিছে । দাবী কৰা হৈছে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা সমূহ পিছুৱাই দিয়া হৈছে । স্নাতক পৰ্য্যায়ৰ পৰীক্ষা সমূহ পিছুৱাই দিয়া হৈছে বুলি এক বিশেষ জাননী হোৱাটচ এপ্পৰ যোগেদি ভাইৰেল হৈ পৰিছে । ক’ৰনা ভাইৰাছে ভয়াবহ ৰূপ ধাৰণ কৰা বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলি জাননীখনত […]

Continue Reading

বলিউদৰ প্ৰখ্যাত অভিনেতা তথা নৃত্যশিল্পী জাভেদ জাফৰিৰ মৃত্যু হোৱা নাই!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ ছচিয়েল মিডিয়াত এক বিশেষ বাতৰি ভাইৰেল হৈ পৰিছে । বলিউদৰ প্ৰখ্যাত অভিনেতা তথা কমেডিয়ান আৰু নৃত্যশিল্পী জাভেদ জাফৰিৰ মৃত্যু হৈছে বুলি সন্দেহ প্ৰকাশ কৰি এক ফেচবুক পোষ্ট ভাইৰেল হৈ পৰিছে । ইয়াৰ পাছত আন কিছু লোকে অভিনেতা জনৰ মৃত্যু হৈছে বুলি তেওঁৰ আত্মাৰ সতগতি কামনা কৰি এই ফেচবুক পোষ্টটো […]

Continue Reading

সাংবাদিক ৰানা আয়ুবে আফজল গুৰু আৰু দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ বিষয়ে এই টুইটটো কৰা নাই!

সংৰক্ষিত লিংক দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ শেহতীয়াকৈ মৃত্যু ঘটিছে । এনে সময়তে শেহতীয়াকৈ এক সন্দেহজনক টুইটৰ স্ক্ৰীনশ্বট ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । উক্ত ভাইৰেল স্ক্ৰীনশ্বটটোত সাংবাদিক ৰানা আয়ুবৰ এক টুইট দেখা গৈছে য’ত তেওঁ লিখিছে যে আফজল গুৰুৰ আৰ্জি নাকচ কৰা ব্যক্তিজন ঢুকাল আৰু এতিয়াহে আফজল গুৰুৱে শান্তি পাইছে । উক্ত টুইটটোত প্ৰণৱ […]

Continue Reading

ভাৰত চৰকাৰে প্ৰত্যেকজন ক’ৰনা ৰোগীৰ বাবে ১.৫ লাখ টকা খৰচ কৰিছে বুলি ভুৱা বাৰ্তা ভাইৰেল হৈছে!

ফেচবুক লিংক | সংৰক্ষিত লিংক শেহতীয়াকৈ এক বিশেষ বাৰ্তা ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । উক্ত ভাইৰেল বাৰ্তাটোত দাবী কৰা হৈছে যে ভাৰত চৰকাৰে প্ৰত্যেকজন ক’ৰনা ৰোগীৰ বাবে ১.৫ লাখ টকা খৰচ কৰিছে বা ৰাজ্য চৰকাৰক প্ৰদান কৰিছে । এই বিষয়ে এক বাৰ্তা হোৱাটচ এপ্পৰ যোগেদি ভাইৰেল হৈ পৰিছে । এই সম্বন্ধে কিছু ফেচবুক পোষ্টও […]

Continue Reading