হাৰিয়ানাৰ গায়ক মানকৃত আউলাখৰ গানৰ ভিডিঅ’ৰ দৃশ্য নেপালত ধৰ্ষণকাৰীক ফাঁচী দিয়াৰ দৃশ্য বুলি ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে নেপালত এগৰাকী নেপালী ছোৱালীক ধৰ্ষণ কৰা তিনিজন লোকক ফাঁচী দিয়া হৈছে।  Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ২০২৫ চনৰ ৫ […]

Continue Reading

কপিল ছিবাল আৰু অভিষেক মনু সিংঘৱীয়ে কলকাতাৰ ধৰ্ষণৰ ঘটনাৰ অভিযুক্তক প্ৰতিনিধিত্ব কৰিছে নেকি? জানক সত্যতা।

কলকাতাৰ ধৰ্ষণৰ ঘটনাৰ পাছতে সমগ্ৰ দেশত প্ৰতিবাদৰ সৃষ্টি হৈছে। এই ঘটনাৰ অনুসন্ধানৰ দায়িত্ব চিবিআইক অৰ্পণ কৰা হৈছে। ইতিমধ্যে চিবিআয়ে ধৰ্ষণৰ ঘটনাৰ অভিযুক্ত সঞ্জয় ৰয়ৰ “লাই ডিটেকশ্বন টেষ্ট” সম্পন্ন কৰা বুলি জানিব পৰা গৈছে। বৰ্তমান ছ’চিয়েল মিডিয়াত এটা পোষ্ট ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে জ্যেষ্ঠ অধিবক্তা কপিল ছিবাল আৰু অভিষেক মনু সিংঘৱীয়ে অভিযুক্তৰ পক্ষত […]

Continue Reading

মণিপুৰত সঁচাকৈ এইদৰে এগৰাকী মেইতেই মহিলাক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰা হৈছে নেকি?

অতি শেহতীয়াভাৱে মণিপুৰত জনজাতিকৰণক লৈ যি উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে, তাৰে পৰিপ্ৰেক্ষিতত প্ৰায় প্ৰতিদিনেই ন ন খবৰে উত্তৰ পূৰ্বাঞ্চলৰ সংবাদ শিৰোনাম দখল কৰিছে। মেইতেইসকলক জনজাতিৰ মৰ্যাদা দিয়াক লৈ All-Tribal Students’ Union Manipurএ ৩ মে ২০২৩ ত উলিওৱা এক সমদলৰ পাছতে ৰাজ্যখনত এক উত্তেজনাৰ সৃষ্টি হয় আৰু তাৰ পৰা এই হিংসাত্মক ঘটনাই ভয়াৱহ ৰূপ ধাৰণ কৰে। […]

Continue Reading