সঁচাকৈয়ে প্ৰধানমন্ত্ৰীয়ে ২৩৯ টকাৰ বিনামূলীয়া ৰিছাৰ্জ দিছে নেকি?

শেহতীয়াভাবে অসমত হোৱাটছএপ যোগে এটা মেছেজ ভাইৰেল ৰৈ পৰা দেখা গৈছে। এই মেছেজটোত দাবী কৰা হৈছে যে Free Mobile Recharge Scheme নামৰ এক আঁচনিৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে ২৮দিনৰ বাবে ২৩৯চকাৰ বিনামূলীয়া ৰিছাৰ্জ প্ৰদান কৰিছে। ২০২৩ চনৰ ৩০মাৰ্চৰ আগত মেছেজটোত থকা নীলা লিংকটোত ক্লিক কৰি এই সেৱা লাভ কৰিব পাৰিব বুলি মেছেজটো লিখা হৈছে। […]

Continue Reading